Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

 হু-ৰ ক’ভিড মৃত্যু তথ্যত বিস্তৰ আসোঁৱাহ, ভাৰতৰ পাছত এইবাৰ দাবী পাকিস্তানৰ

publisher by publisher
May 8, 2022
in COVID-19, International, News
Reading Time: 1 min read
0
 হু-ৰ ক’ভিড মৃত্যু তথ্যত বিস্তৰ আসোঁৱাহ, ভাৰতৰ পাছত এইবাৰ দাবী পাকিস্তানৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

ভাৰতৰে পথ অৱলম্বন কৰিলে পাকিস্তানে (Pakistan) । ক’ভিডত মৃত্যু সংক্রান্তত বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) তথ্যক লৈ প্রশ্ন তুলিলে ইছলামাবাদে । তেওঁলোকৰ দাবী, WHO-ৰ তথ্য সংগ্রহ প্রক্রিয়াত আসোঁৱাহ আছে । ইতিপূর্বে একেই অভিযোগ কৰিছিল নতুন দিল্লীয়েও ।

ADVERTISEMENT

বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা তথ্য অনুযায়ী, কৰ’না (Corona Virus) সংক্রমণ বা মৃত্যু সংক্রান্ত যি পৰিসংখ্যা বিভিন্ন দেশে প্রকাশ কৰিছে সেয়া ভুৱা । তেওঁলোকৰ দাবী, বিগত দুবছৰত কৰ’নাত আক্রান্ত হৈ অথবা অতিমাৰীৰ (Pandemic) প্রভাৱত বিশ্বজুৰি ডেৰ কোটি মানুহৰ মৃত্যু হৈছে । যি দক্ষিণ পূৱ এছিয়া, আমেৰিকা, ইউৰোপৰ দেশসমূহে দিয়া তথ্যতকৈ বহু বেছি । কিন্তু একাধিক দেশে তেওঁলোকৰ এই দাবী খাৰিজ কৰিছে । এইবাৰ সেই তালিকাত জড়িত হ’ল পাকিস্তানৰো নাম ।

ইছলামাবাদে দিয়া তথ্য অনুযায়ী, পাকিস্তানত কৰ’নাত আক্রান্ত হৈছিল ১৫ লাখ লোক । মৃত্যু হৈছিল ৩০ হেজাৰ ৩৬৯ জনৰ । কিন্তু WHO-ৰ মতে, কৰ’না (COVID-19) আক্রান্ত হৈ পাকিস্তানত মৃত্যু হৈছে দুই লাখ ৬০ হেজাৰজনৰ । দেশৰ প্রশাসনে এই তথ্য খাৰিজ কৰিছে । এই প্রসংগত পাকিস্তানৰ স্বাস্থ্যমন্ত্রী আব্দুল কাদিৰ পেটেলে এক স্থানীয় সংবাদমাধ্যমক জনাইছে, “সম্পূর্ণ ভিত্তিহীন দাবী । আমি সশৰীৰে কৰ’নাত মৃত্যুৰ তথ্য সংগ্রহ কৰিছো । এশ-দুশ মৃত্যুৰ তথ্য ইফাল-সিফাল হ’ব পাৰে । কিন্তু ইমান পার্থক্য হ’ব নোৱাৰে ।”

পাকিস্তানৰ মন্ত্রীৰ আৰু দাবী, হাস্পাতাল, সমাধিস্থলৰ পৰা তথ্য সংগ্রহ কৰিছে পাক চৰকাৰে । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য সংগ্রহৰ প্রক্রিয়াত আসোঁৱাহ আছে বুলিও দাবী পাক স্বাস্থ্যমন্ত্রীৰ । WHO-ৰ তথ্য প্রত্যাখ্যান কৰি লিখিতভাৱেও জনাইছে প্রতিবেশী দেশখনে ।

প্রসংগত, বিশ্ব স্বাস্থ্য সংস্থাই দিয়া তথ্য অনুযায়ী, আগষ্ট ২০২০-ত অর্থাৎ যি সময়ত সমগ্ৰ দেশত কৰ’নাৰ বাবে তলাবন্ধ ঘোষণা কৰা হৈছিল সেই সময়ত দেশত মৃত্যুৰ সংখ্যা আছিল ৬২ হেজাৰ । কিন্তু ছেপ্টেম্বৰৰ পৰা মৃত্যুৰ হাৰ বাঢ়ি থাকে । দ্বিতীয় ঢৌৰ সময়ত, বিগত বৰ্ষত এপ্রিল, জুনত ২৭ লাখ হয় । যদিও এই দাবী নাকচ কৰিছে ভাৰতে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: covid19DeathPakistanWHO
publisher

publisher

Related Posts

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d