Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Pasoori : পাকিস্তানৰ কোক ষ্টুডিঅ’ৰ নতুন গীত ‘পছুৰি’ সৰ্বাধিক শুনিলে ভাৰতেই

publisher by publisher
May 29, 2022
in Entertainment, India, News
Reading Time: 1 min read
0
Pasoori : পাকিস্তানৰ কোক ষ্টুডিঅ’ৰ নতুন গীত ‘পছুৰি’ সৰ্বাধিক শুনিলে ভাৰতেই
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

দেশ-জাতি-ধর্মৰ ব্যৱধান পাহৰি স্রোতৰ দৰে ভাইৰেল হৈছে এটি গীত— ‘পছুৰি’ । পাকিস্তানৰ জনপ্রিয় ‘কোক ষ্টুডিঅ’ৰ ১৪তম ছিজনৰ নতুন সংযোজন এইটো । গীতটি গাইছে আলি শেঠি আৰু শায় গিলে । কেৱল কণ্ঠৰ জাদু কিংবা বাণীৰ মাদকতা নহয়, গীতৰ ভিডিঅ’টোৱেও অজস্র মানুহৰ হৃদয় চুইছে । আশ্চর্যকৰ যে, পাকিস্তানি গীতটি সৰ্বাধিক চাইছে ভাৰতত ।

ADVERTISEMENT

বহু লোকে গীতটি শুনিছে, ভিডিঅ’টোও চাইছে । যেন কোটি কোটি মানৱহৃদয়ক সভ্যতাৰ পৰা আঁতৰাই শৈশৱলৈ লৈ গৈছে ‘পছুৰি’য়ে । সুৰকাৰ শান্তনু মৈত্র‌ই কৈছে, ‘‘অবিশ্বাস্য ! ইমান ভবা নাই ।’’ পাকিস্তানি নির্মাতাসকলো অবাক । ভবা নাই ভাৰতৰ পৰাই ইমানখিনি জনপ্রিয়তা পাব তেওঁলোকৰ সৃষ্টিয়ে ।

কিন্তু কি আছে এই গীতত ? ধ্যান দিলে দেখিব, এয়ে প্রথম নহয় । পাকিস্তানি শাস্ত্রীয় সংগীতৰ পৰা আৰম্ভ কৰি জীৱনমুখী গীত, কাৱালি, ছুফি সংগীত, আনকি বহু বেণ্ডৰ গীতৰো ভক্তৰ সংখ্যা ভাৰত আৰু বাংলাদেশতেই অধিক । গুলাম আলি কিংবা আবিদা পাৰভিন নহ’লেও এইদৰে নিজৰ কৰি লয় ভাৰতীয়সকলে ? সেই সেতু আজিও হৃদয় পৰা হৃদয়লৈ আছে ।

কিছু বছৰ আগতেও ভাৰত-পাকিস্তানে সাংস্কৃতিক আদান-প্রদান বজায় ৰাখিছিল । ছবি আৰু গীত তৈয়াৰৰ সময়ত কিমান শিল্পী পাকিস্তানৰ পৰা এই দেশত আহি কাম কৰিছে, ইয়াৰ শিল্পী গৈছেও সেই দেশত । কিন্তু কালক্রমে ৰাজনৈতিক বৈৰিতাই সংস্কৃতিৰ ওপৰত বাহ বান্ধিছে ।

উদাহৰণস্বৰূপে, আতিফ আছলামে আৰু ভাৰতীয় এলবামত গীত নাগায় । বলিউডত পাকিস্তানি অভিনেতাৰ প্রৱেশ নিষেধ । পাকিস্তানতো ভাৰতীয় ছবি মুক্তি নাপায় । অৱশ্যে ৮০ৰ দশকত পাকিস্তানি সংগীতশিল্পী ৰোহেল হায়াতে যি উন্মাদনাৰে ‘কোক ষ্টুডিঅ’ত পাকিস্তান’ গঢ়িছিল, আজিও সেয়া অব্যাহত আছে । পশ্চিমীয়া পপ জেমিঙৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ নিজস্ব কাৱালিলৈ পৰ্যন্ত দীর্ঘ পথ ।

ভাৰতেও নিজস্ব ‘কোক ষ্টুডিঅ’ ইণ্ডিয়া’ শাখা খুলি উন্মাদনাৰ স্রোতক আগুৱাই লৈ গৈছে । পাকিস্তানি বেণ্ডৰ শৈলীত সংগীতৰ পৰিৱেশ সৃষ্টি হৈছে দেশত‌। কিন্তু ৰাজনৈতিক বাতাৱৰণত সেইসমূহ আৰু স্বীকাৰ কৰি লোৱাৰ অৱকাশ নাই ।

অৱশ্যে সামাজিক মাধ্যমত এবাৰ কিবা প্রকাশ্যত আহিলে তাক ৰোধ কৰা কাৰো সাধ্য নাই ! সেয়ে সীমান্ত পাৰ হোৱাত অসুবিধে নহয় ‘পছুৰি’ৰ । আচলতে সংগীত যে প্রাণৰ নির্যাস । ৰাজনৈতিক ক্ষত নুবুজে । ধর্মীয় আক্ৰমণত ভ্ৰূক্ষেপ নকৰে । ‘পছুৰি’ৰ দৰে এক প্লাৱন আহি আৰু এবাৰ সেয়া প্ৰমাণ কৰিলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Coke StudioPakistanPasooriSong
publisher

publisher

Related Posts

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা
Assam

Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d