Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বৰপেটাৰোড-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথ সম্পূৰ্ণভাৱে বিচ্ছিন্ন

publisher by publisher
June 16, 2022
in Assam, India, News
Reading Time: 1 min read
0
বৰপেটাৰোড-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথ সম্পূৰ্ণভাৱে বিচ্ছিন্ন
3
SHARES
31
VIEWS
ShareShareShareShare

মুষলধাৰ বৰষুণৰ ফলত মানাহ সমীপৱৰ্তী ফাতেমাবাদ চাহ বাগিছাৰ পৰা নিৰ্গত হোৱা অতিৰিক্ত জলস্ৰোতে সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন কৰিছে বৰপেটাৰোড আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী গড়কাপ্তানী পথটো ।

ADVERTISEMENT

উল্লেখ্য, যোৱা চাৰিদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ফাতেমাবাদ চাহ বাগিছাৰ পৰা নিৰ্গত অতিৰিক্ত জলস্ৰোতৰ প্ৰৱল চাপৰ ফলত বাগসা জিলাৰ শালবাৰীৰ কুঠৰীঝাৰ অংশত গড়কাপ্তানি পথছোৱাৰ পূৱ দিশত প্ৰৱল খহনীয়াৰ সৃষ্টি হয় ।বৰষুণৰ পানীৰ প্ৰৱল সোঁতে পথছোৱাৰ উক্ত অংশত স্থাপিত কে’বাটাও ‘হিউম পাইপ’ খহাই পেলোৱাত পৰিস্থিতি জটিল হৈ পৰে ।

RelatedPosts

Barpeta Road Incident:বৰপেটা ৰোডৰ ১৫ কোটি টকাৰ গহণাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডত জড়িতৰ সন্দেহত বহি:ৰাজ্যৰ চাৰি যুৱকক আটক 

Barpeta Road Robbery Incident Update:বৰপেটাৰোডৰ গহনালয়ত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰে জড়িত সন্দেহত আটক ৪জনক

Barpeta Road:বৰপেটাৰোডৰ মাজমজিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

আনহাতে এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী পহৰা আৰক্ষী চকীৰ বিষয়া জয়ন্ত দাসে কালিয়েই উক্ত পথেৰে যান-বাহনৰ চলাচল নিষিদ্ধ কৰি স্থানীয় ৰাইজৰ সহায়ত খহনীয়াৰ সৃষ্টি হোৱা অংশত এক বেৰিকেড স্থাপন কৰিছিল । কিন্তু ভয়াৱহভাৱে বিপদসংকুল অৱস্থাত থকা পথছোৱা আজি ৰাতিপুৱাৰ ভাগত সম্পূৰ্ণৰূপে ভাঙি যোৱাত বৰপেটাৰোড চহৰ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী ‌পথছোৱা আজি সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ পৰে ।

বাতৰি লিখাৰ পৰলৈ পথছোৱাৰ আনটো দিশেৰে বৈ থকা বেঁকী নদীৰ পানী বৰ্তমানলৈকে বিপদসীমাৰ তলেৰে বৈ থকা পৰিলক্ষিত হৈছে । আনহাতে, স্থানীয় ৰাইজে এই ঘটনাৰ বাবে ফাতেমাবাদ চাহ বাগিছা কৰ্তৃপক্ষৰ উদাসীনতাক জগৰীয়া কৰিছে । বাগিছা কৰ্তৃপক্ষই বিশেষকৈ বাৰিষা কালত বাগিছাখনৰ পৰা ওলাই যোৱা পানীৰ প্ৰবল চাপ হ্ৰাস কৰাৰ উদ্দেশ্যে আহল-বহল নলা নিৰ্মাণ কৰি পথছোৱাৰ উক্ত অংশক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও বাগিছা কৰ্তৃপক্ষই এতিয়ালৈকে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাত এনে অৱস্থাৰ সৃষ্টি হোৱাৰ অভিযোগ কৰিছে ক্ষুব্ধ ৰাইজে ।

আনহাতে, এনে ঘটনাৰ পাছতো বৰপেটা আৰু বাগসা জিলা প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাক একমুখে গৰিহণা দিছে স্থানীয় ৰাইজে । অনতিপলমে উক্ত পথছোৱাৰে যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

উল্লেখ্য,পথছোৱাৰ আনটো দিশেৰে বেঁকী নদী এতিয়াও বিপদসীমাৰ তলেৰে বৈ থকা পৰিলক্ষিত হৈছে । আনহাতে ফাতেমাবাদ চাহ বাগিছাৰ পৰা প্ৰৱল বেগেৰে নিৰ্গত জলস্ৰোতে কাষৰীয়া পল্লা নদীত পৰি কাষৰীয়া অঞ্চলসমূহত একপ্ৰকাৰ জলপ্লাৱনৰ সৃষ্টি ‌কৰিছে । পল্লা নদীত সৃষ্টি হোৱা কৃত্ৰিম বানে ইতিমধ্যে শুকমানাহ-কুজাৰপীঠ সংযোগী পথছোৱাৰ লগতে কাষৰীয়া বিস্তৃত অঞ্চল কে’বাফুট দলৈকে জলমগ্ন কৰাৰ বাতৰি পোৱা গৈছে । পল্লা নদীত সৃষ্টি হোৱা কৃত্ৰিম বানে ইতিমধ্যে শুকমানাহ অঞ্চলৰ পোৰাভঁৰাল গাঁৱৰ মাজেৰে যোৱা গোহাঁই কমল আলিৰ এটা অংশ ছিঙি পেলোৱাৰ বাতৰিও পোৱা গৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Barpeta RoadManas National ParkRoad Damage
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d