Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি

    SLD installation:এছএলডি সংস্থাপনৰ নামত নশ কোটিটকীয়া বৃহৎ কেলেংকাৰি ৰাজ্যত

    With the increase in heat, the demand for ACs has also increased:গৰমৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে চাহিদাও বৃদ্ধি পাইছে এচিৰ

    Parliament session for two days:দুদিনৰ বাবে সংসদ আহ্বান: সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক লৈ সাজু মোদী চৰকাৰ

    NRL’s Ethanol Project:পাঁচ হেজাৰ কোটিৰ ইথানল প্রকল্প চমকহে !

    Dhruv Rathee non bailable warrant: বিপদত জনপ্রিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

স্থগিত হৈ থকা বর্ষাকালীন অধিবেশন পুনৰ অনুষ্ঠিত হ'ব

publisher by publisher
November 27, 2026
in India, National, News
Reading Time: 4 mins read
0
Parliament session for two days:দুদিনৰ বাবে সংসদ আহ্বান: সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক লৈ সাজু মোদী চৰকাৰ
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

IBM:সংকটত লক্ষাধিক ভাৰতীয়: কৰ্মৰ ভিছা-গ্রীণকাৰ্ডৰ স্পন্সৰশ্বিপ বন্ধ কৰাৰ সিদ্ধান্ত

Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি

SLD installation:এছএলডি সংস্থাপনৰ নামত নশ কোটিটকীয়া বৃহৎ কেলেংকাৰি ৰাজ্যত

Parliament session for two days:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক::প্রত্যাশিতভাৱে নৰেন্দ্ৰ মোদী চৰকাৰে সংসদৰ স্থগিত হৈ থকা এইবাৰৰ বর্ষাকালীন অধিবেশন পুনৰ আহ্বান জনালে। উল্লেখ্য যে এইবাৰৰ বর্ষাকালীন অধিবেশন আনুষ্ঠানিকভাবে সামৰণি পৰা নাছিল। কেৱল সংসদৰ উভয় সদন অনির্দিষ্ট কালৰ বাবে স্থগিতহে ৰখা হৈছিল।
অধিবেশন সামৰণি পৰা বুলি ঘোষণা নকৰালৈকে অধিবেশনৰ কাৰ্যকাল অন্ত নপৰে। সেই অনুসৰি বিগত কিছুদিনৰ পৰা চৰ্চা হ’বলৈ ধৰে যে মোদী চৰকাৰে এইবাৰ শীতকালীন অধিবেশনৰ পূৰ্বে বর্ষাকালীন অধিবেশনৰে আহ্বান জনাব। ইয়াৰ উদ্দেশ্য বিগত বাজেট অধিবেশনত বিৰোধীৰ প্ৰৱল প্ৰতিবাদত ব্যর্থ হোৱা বিতর্কিত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক পুনৰ উত্থাপন কৰা।
লক্ষ্যণীয় যে এই বিধেয়ক সংবিধান সংশোধনী বিধেয়ক। গতিকে বিধেয়কখন গৃহীত হ’বলৈ লোকসভাত দুই-তৃতীয়াংশ সাংসদৰ সমৰ্থনৰ প্ৰয়োজন। বিগত বাজেট অধিবেশনত এইসংখ্যক সাংসদৰ সমৰ্থন সংগ্ৰহ কৰিব নোৱৰাত বিধেয়কখন গৃহীত কৰাত মোদী চৰকাৰ ব্যৰ্থ হয়।
শেহতীয়াভাৱে ৰাজনৈতিক বিশ্লেষকসকলে চৰ্চা কৰা অনুসৰি বিগত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে পশ্চিমবংগত তৃণমূল কংগ্ৰেছত বিভাজন আৰু তামিলনাডুৰ কংগ্ৰেছৰ স’তে মিত্ৰতা ভংগ কৰা আৰু কিছুমাহ পূর্বে মহাৰাষ্ট্ৰৰ এনচিপিৰ শাৰদ পাৱাৰ গোটে দুদোল্ল্যমান স্থিতি গ্রহণ কৰাত বিধেয়কখনক লৈ আশাবাদী হৈ মোদী চৰকাৰ পুনৰ তৎপৰ হয়।
অৱশ্যে এইবাৰো বিধেয়কখন লোকসভাত গৃহীত কৰিবলৈ প্ৰয়োজনীয় দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থন লাভ কৰিব নে নাই তাৰ ইংগিত স্পষ্ট নোহোৱাকৈয়ে মোদী চৰকাৰে সম্প্ৰতি সংসদৰ বৰ্ষাকালীন অধিবেশনৰ বৰ্ধিত কালৰ আহ্বান জনাইছে।
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমামন্ত্রী কিৰেন ৰিজিজুৱে ঘোষণা কৰা অনুসৰি দুদিনৰ বাবে সংসদৰ বর্ষাকালীন অধিবেশনৰ আহ্বান জনোৱা হৈছে। তেওঁ প্ৰকাশ কৰা অনুসৰি অহা ৩০ নৱেম্বৰত লোকসভা আৰু দুই ডিচেম্বৰত ৰাজ্যসভা বহিব। অত্যাৱশ্যকীয় চৰকাৰী কাৰ্যাৱলী সম্পাদনৰ বাবে সংসদৰ এই অধিবেশনৰ আহ্বান জনোৱা হৈছে বুলি সদৰী কৰি ৰিজিজুৱে লগতে কয়, চৰকাৰী কাৰ্যাৱলীৰ জৰুৰী প্ৰয়োজন অনুসৰি, সংসদৰ উভয় সদনৰ অধিবেশনৰ আহ্বান জনোৱা হৈছে।
অহা তিনি ডিচেম্বৰত এই অধিবেশন সমাপ্ত হ’ব।’ উল্লেখ্য যে বর্ষাকালীন অধিবেশন অনির্দিষ্টকালৰ বাবে স্থগিত হোৱাৰ ১০৮ দিনৰ পাছত মোদী চৰকাৰে পুনৰ অধিবেশনৰ আহ্বান জনাইছে। পূর্বে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছিল ২০০৮তো। উক্ত বছৰ অধিবেশন অনির্দিষ্টকালৰ বাবে স্থগিত হোৱাৰ ৮৭ দিনৰ পাছত পুনৰ অধিবেশন আহ্বান জনোৱা হয়।
ইপিনে, মোদী চৰকাৰে বৰ্ষাকালীন অধিবেশনৰ পুনৰ আহ্বানৰ যি দিন ঘোষণা কৰিছে তাক লৈ বিৰোধী কংগ্ৰেছ সৰৱ হৈছে। এই সম্পৰ্কত কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেই যোৱা ১৬ জুলাই, ২৭ আগষ্ট আৰু ১৬ অক্টোবৰত প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা নিয়মীয়া পত্ৰপ্ৰাপ্তিৰ স্বীকাৰ নকৰিলে বুলি জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ক্ষোভ প্রকাশ কৰিছে।
# নিমিলা অংক অব্যাহত!
মোদী চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক গৃহীতকৰণৰ বাবে প্ৰয়োজনসংখ্যক সাংসদৰ সমৰ্থন আদায়ৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে যদিও এই ক্ষেত্রত নিমিলা অংক বর্তি থকা বুলিয়ে চর্চিত হৈ আছে। লোকসভা সমষ্টিৰ সংখ্যা বৰ্তমানৰ ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধি কৰিব বিচৰা এই বিধেয়ক লোকসভাত গৃহীতকৰণৰ বাবে ৩৬০জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ’ব। ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন এনডিএৰ ওচৰত ৩১৯ জন সাংসদৰ সমৰ্থন আছে।
এই তিনি শতাধিক সাংসদৰ ২৪১ জন হৈছে বিজেপিৰ। আনসকল এনডিএৰ অংশীদাৰী তথা সমৰ্থক দলৰ। শেহতীয়াভাৱে চৰ্চা হৈছে যে তৃণমূলৰ মমতা বেনাৰ্জী বিৰোধী গোটৰ ২০ জন আৰু শাৰৱ পাৱাৰৰ এনচিপি গোটৰ আঠজন সাংসদে বিধেয়কখনলৈ সমর্থন দিব পাৰে। এই ২৮ সাংসদৰ সমৰ্থন পালে বিধেয়কখনৰ সমৰ্থনত থিয় দিয়া মুঠ সাংসদৰ সংখ্যা ৩২৭ লৈ বৃদ্ধি পাব।
অৱশ্যে পাৱাৰৰ কন্যা সুপ্রিয়া ছুলেই মহাৰাষ্ট্ৰৰ লোকসভা সমষ্টিৰ আসন ৫০ শতাংশ বৃদ্ধি পালেহে বিধেয়কখনক সমর্থন জনাব বুলি ঘোষণা কৰাত এনচিপিৰ এই গোটৰ সমর্থনক লৈ বিজেপি নেতৃত্ব আস্বস্ত হ’ব পৰা নাই। একেদৰে ডিএমকেই সমর্থন দিলেও এনডিএ পক্ষত থিয় হোৱা সাংসদৰ সংখ্যা ৩৫০ লৈহে বৃদ্ধি পাব। অর্থাৎ বিধেয়কখন গৃহীত কৰাৰ বাবে আৰু ১০ জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ’ব।
গতিকে বিধেয়কখনক লৈ নিমিলা অংক বর্তি থকা বুলি চর্চা হৈছে।
অৱশ্যে মোদী চৰকাৰৰ এই তৎপৰাই বিৰোধী শিবিৰক উৎকণ্ঠিত কৰি ৰখা বুলিও চর্চা চলি আছে। ইপিনে, বিধেয়কখনলৈ সমৰ্থনৰ বিনিময়ত বিৰোধী শিবিৰে বহু চৰ্ত আৰোপ কৰিছে। এই চৰ্তসমূহ মোদী চৰকাৰে মানি লোৱাটো টান। কাৰণ বিৰোধীৰ চৰ্তসমূহ মানি ল’লে বিধেয়কখন অনা-ননাৰ মাজত পার্থক্যই নাথাকিব।
#LatestNews #brekingnews #ParliamentSession #constituencyredeterminationbill #NDAGovt
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: breking newsconstituencyre determination billlatest newsNDA Govtparliament session
publisher

publisher

Related Posts

Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি
Assam

Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি

November 27, 2026
SLD installation:এছএলডি সংস্থাপনৰ নামত নশ কোটিটকীয়া বৃহৎ কেলেংকাৰি ৰাজ্যত
Assam

SLD installation:এছএলডি সংস্থাপনৰ নামত নশ কোটিটকীয়া বৃহৎ কেলেংকাৰি ৰাজ্যত

November 27, 2026
With the increase in heat, the demand for ACs has also increased:গৰমৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে চাহিদাও বৃদ্ধি পাইছে এচিৰ
India

With the increase in heat, the demand for ACs has also increased:গৰমৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে চাহিদাও বৃদ্ধি পাইছে এচিৰ

November 27, 2026
NRL’s Ethanol Project:পাঁচ হেজাৰ কোটিৰ ইথানল প্রকল্প চমকহে !
Assam

NRL’s Ethanol Project:পাঁচ হেজাৰ কোটিৰ ইথানল প্রকল্প চমকহে !

November 27, 2026
Dhruv Rathee non bailable warrant: বিপদত জনপ্রিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী !
Crime

November 23, 2026
Guwahati:গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰপ্ৰদেশৰ মহিলা সৰবৰাহকাৰীক কৰায়ত্ত

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d