Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ঝাড়খণ্ডৰ তিনি বিধায়কৰ গাড়ীত উদ্ধাৰ ৪৯ লাখ টকা, চিআইডি-ৰ তালাচীত বাধা দিলে দিল্লী আৰক্ষীয়ে

publisher by publisher
August 3, 2022
in India, News
Reading Time: 1 min read
0
ঝাড়খণ্ডৰ তিনি বিধায়কৰ গাড়ীত উদ্ধাৰ ৪৯ লাখ টকা, চিআইডি-ৰ তালাচীত বাধা দিলে দিল্লী আৰক্ষীয়ে
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী

Two Accused Arrested for Abusing Arunachali Women:অৰুণাচলৰ তিনি যুৱতীক দিল্লীত পুনৰ জাত-পাতত ধৰি অপমান কৰা দুই পুৰুষ-মহিলাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

ঝাড়খণ্ডৰ তিনি বিধায়কৰ পৰা উদ্ধাৰ হৈছিল লক্ষাধিক টকা । সেই গোচৰত প্রাক্তন কংগ্রেছ নেতা তথা এই ঘটনাৰ মধ্যস্থতাকাৰী হিচাপে উত্থাপিত হয় সিদ্ধার্থ মজুমদাৰৰ নাম । আজি, বুধবাৰে দিল্লীত তেওঁৰ বাসগৃহত তালাচী অভিযানত যায় বাংলাৰ তদন্তকাৰী বিষয়াসকল । কিন্তু গৈ পোৱাৰ পাছতেই দিল্লী আৰক্ষীৰ বাধাৰ সন্মুখীন হ’বলগীয়া হয় বিষয়াসকলে । আদালতৰ তৰফৰ পৰা তালাচীৰ পৰোৱানা থকা সত্ত্বেও দিল্লী আৰক্ষীয়ে চিআইডিক বাধা দিয়ে ।

ADVERTISEMENT

যোৱা শনিবাৰে হাৱৰা পাঁচলাৰ কাষত ছয় নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ঝাড়খণ্ডৰ তিনি কংগ্রেছ বিধায়কৰ গাড়ীৰৰ পৰা ৪৯ লাখ টকা উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয় । তেওঁলোকক (Congress MLA) গ্রেপ্তাৰিৰ পাছত জেৰা কৰিছে চিআইডি-য়ে । জেৰাত জানিব পৰা গৈছে, চুবুৰীয়া ৰাজ্য ঝাড়খণ্ডৰ জেএমএম-কংগ্রেছ চৰকাৰক পৰাস্ত কৰিবলৈ বিজেপিয়ে প্রায় ৫০ লাখ টকা দিছিল কংগ্রেছৰ তিনি বিধায়কক ।

এই ঘটনাৰ স’তে জড়িত আৰু তিনিজনৰ সন্ধান পায় পশ্চিমবংগৰ অপৰাধ তদন্তকাৰী দলে । মধ্যস্থতাকাৰী হিচাপে নাম উত্থাপন হৈছে সিদ্ধার্থ মজুমদাৰৰ । তেওঁৰ দিল্লীৰ বাসগৃহত তালাচী চলোৱাৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ বাবে আগৰ পৰাই দিল্লী আৰক্ষীৰ সাহায্যও বিচৰা হৈছিল । কিন্তু সকলো জানিও বুধবাৰে তদন্তত ‘বাধা’ হৈ থিয় দিয়ে দিল্লী আৰক্ষীয়ে !

তথ্য অনুসৰি, চিআইডিৰ (CID) চাৰি বিষয়াক ছাউথ কেম্পাছ আৰক্ষী চকীত আটক কৰি বহাই থোৱা হয় । আনকি তেওঁলোকক কোৱা হয়, তালাচী সমাপ্ত হোৱাৰ পাছত যি লিখিত কাগজ জমা দিব লাগে, সেয়া যেন তেওঁলোকে জমা কৰি দিয়ে । কিন্তু তালাচী নকৰাকৈয়ে এনে কোনো তথ্য জমা কৰিবলৈ প্ৰস্তুত নহয় বিষয়াসকল । এনে পৰিস্থিতিৰ বাতৰি পাই পশ্চিমবংগৰ পৰা উচ্চপদস্থ আৰক্ষী বিষয়াসকলে দিল্লী ৰাওনা হৈছে বুলি খবৰ ।

বিষয়টোক লৈ ৰাজনৈতিক চাপ সৃষ্টি হৈছে । কিয় তালাচী পৰোৱানা থকা সত্ত্বেও পশ্চিমবংগৰ চিআইডি বিষয়াসকলক বাধা দিলে দিল্লী আৰক্ষীয়ে, তাক লৈও প্রশ্ন উত্থাপিত হৈছে । এই ঘটনাক অত্যন্ত দুর্ভাগ্যজনক বুলি ব্যাখ্যা কৰিছে তৃণমূল ৰাজ্য সম্পাদক কুণাল ঘোষে । এই ক্ষেত্রত তথ্য-প্রমাণ ধ্বংস কৰাৰ সম্ভাৱনা সৃষ্টি হয় বুলি তেওঁৰ দাবী । কুণাল ঘোষে কয়, “দিল্লী আৰক্ষীৰ ক্ষমতাৰ অপপ্রয়োগ কৰি বাংলাৰ তদন্তকাৰীসকলক মে বাধা দিয়াৰ চক্রান্ত কৰা হোৱা নাই, সেইটোতো কোৱা হোৱা নাই ।”

ইপিনে, এই ঘটনাত জড়িত আন এক ব্যৱসায়ী ছল্টলেকৰ বাসিন্দা মহেন্দ্র আগৰৱালাৰ কাৰ্যালয়ৰ পৰা কালি প্রায় চাৰে তিনি লাখ টকা উদ্ধাৰ কৰে তদন্তকাৰীসকলে । লগতে ২২৫টা ৰূপৰ ক‌ইনো উদ্ধাৰ কৰে । তাৰ পাছৰ পৰাই চিআইডি-ৰ বিষয়াসকলে তেওঁৰ সন্ধান চলাইছিল । আজি তেওঁৰ সন্ধান উলায় । কিন্তু চিআইডি-য়ে তেওঁক আটক কৰোতেই তেওঁ অসুস্থ হৈ পৰে । সম্প্ৰতি তেওঁক এছএছকেএম হাস্পাতালত লৈ যোৱা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CIDDelhi PoliceJharkhand MLA
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d