Delhi:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক৷ অসম আৰক্ষীৰ এটা দলে দিল্লী আৰক্ষীৰ সহযোগত দিল্লীৰ নৰেলাৰ পৰা গ্ৰেপ্তাৰ কৰে অপূৰ্ব ঠাকুৰ(২৭) নামৰ যুৱকজনক ৷
ADVERTISEMENT
উল্লেখ্য যে ধৃত যুৱকজনৰ বিৰুদ্ধে অসমৰ ড্ৰাগছৰ চক্ৰক নিচাযুক্ত টেবলেট যোগান দি অহাৰো অভিযোগ উঠিছিল৷ এই সন্দৰ্ভত আৰক্ষীয়ে যুৱকজনৰ সন্ধানত অব্যাহত ৰাখিছিল৷ অৱশেষত অসম আৰক্ষীৰ জালত পৰিল আলফা (স্বাধীন)ৰ লিংকমেন গৰাকী ৷
#latestnews #CrimeNews #ulfailinkmenarrested #AssamPolice #DelhiPolice #delhinorelaarea #dainikagradoot































