Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Cheetah : প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ জন্মদিনত মধ্যপ্রদেশৰ অৰণ্যত এৰিব আফ্রিকাৰ চিতা ! তীব্ৰ গতিত চলিছে প্রস্তুতি

publisher by publisher
September 6, 2022
in India, News
Reading Time: 1 min read
0
Cheetah : প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ জন্মদিনত মধ্যপ্রদেশৰ অৰণ্যত এৰিব আফ্রিকাৰ চিতা ! তীব্ৰ গতিত চলিছে প্রস্তুতি
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

যোৱাবাৰ হৈছিল ‘সেৱা আৰু সমর্পণ অভিযান’ । এইবাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জন্মদিন পালন কৰিব মধ্যপ্রদেশৰ কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত আফ্রিকাৰ পৰা অনা পাঁচটা চিতা এৰি । মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে মঙলবাৰে এই কথা জনাইছে ।

ADVERTISEMENT

শিৱৰাজে মঙলবাৰে কয়, ‘‘নামিবিয়াৰ ৰাজধানী উইণ্ডহকৰ পৰা প্রাথমিকভাৱে পাঁচটা চিতা ৰাজস্থানৰ জয়পুৰত অনা হৈছে । উইণ্ডহকৰ পৰা চিতাকেইটাক পথেৰে পালপুৰত অনা হ’ব । ১৭ ছেপ্টেম্বৰত চিতাকেইটাক মুক্ত প্রকৃতিত এৰাৰ কাৰ্যসূচী আছে । প্রধানমন্ত্রী এই কাৰ্যসূচীত উপস্থিত থাকিব । ওই ইতিমধ্যে কাৰ্যসূচীৰ প্রস্তুতি চূড়ান্ত পর্যায়ত ।’’

কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রণালয় সূত্রে খবৰ, দক্ষিণ আফ্রিকা অথবা নামিবিয়াৰ পৰা আগন্তুক পাঁচ বছৰ ধৰি কে’বাটাও পৰ্যায়ত ৫০টা চিতা ভাৰতত অনা হ’ব । ইয়াৰ ভিতৰত এক-তৃতীয়াংশ অল্পবয়স্ক চিতা । যাতে ইহঁতৰ পৰা ভাৰতত চিতাৰ পর্যাপ্ত বংশবৃদ্ধি ঘটে, তাৰ বাবেই অনা হৈছে । ইতিমধ্যে বন আৰু পৰিৱেশ মন্ত্রণালয় নিযুক্ত বন্যপ্রাণী বিশেষজ্ঞসকলৰ এটা কমিটীয়ে নামিবিয়ালৈ গৈ প্রথম পৰ্যায়ৰ চিতা বাছনিৰ কাৰ্য সমাপ্ত কৰিছে । এই সংক্রান্ত ‘এমঅ’ইউ’ স্বাক্ষৰ হৈছে । মধ্যপ্রদেশ বন দপ্তৰ সূত্রে খবৰ, প্রথমেই হাবিত নেৰি পাঁচটা চিতাক বেৰ দিয়া মুক্ত প্রান্তৰত এৰা হ’ব । যাতে সিহঁতে পৰিৱেশৰ স’তে খাপ খাব পাৰে, সেই উদ্দেশ্যেই এই ব্যৱস্থা কৰা হৈছে ।

১৯৪৭ত সৰগুজাৰ (বর্তমান ছত্তীছগঢ় ৰাজ্যত অৱস্থিত) ৰামানুজ প্রসাদ সিংহদেওৰ গুলিত মৃত্যু হৈছিল ভাৰতৰ শেষ তিনটা চিতাৰ । তাৰ পাঁচ বছৰ পাছত ১৯৫২ত ভাৰতত চিতা বিলুপ্ত হৈছে বুলি ঘোষণা কৰে তদানীন্তন কেন্দ্রীয় চৰকাৰে । মোদী চৰকাৰৰ দাবী, ভাৰতৰ অৰণ্যত লুপ্ত হৈ যোৱা চিতা ঘূৰাই অনাৰ উদ্দেশ্যেই এই পদক্ষেপ ।

যদিও কেন্দ্রৰ সেই দাবীকক লৈ ইতিমধ্যেই প্রশ্ন উত্থাপন কৰিছে বন্যপ্রাণ বিশেষজ্ঞসকলৰ একাংশ‌ই । তেওঁলোকৰ মন্তব্য, ভাৰতত চিতা আহিছে, কিন্তু কিবা ‘ঘূৰি আহিছে’ নে ? কাৰণ, প্রাচীন যুগৰ পৰাই পঞ্জাৱ, ৰাজপুতানা, উত্তৰ ভাৰত, মধ্যভাৰত, দাক্ষিণাত্য আৰু ওড়িছাত যি চিতাৰ বসতি আছিল এছীয় উপপ্রজাতিৰ (বিজ্ঞানসন্মত নাম ‘এচিন’নিক্স জুবেটাছ ভেনাটিকাছ’) । কিন্তু মোদী চৰকাৰে যি চিতা আনিব, সেয়া আফ্রিকাৰ উপপ্রজাতি (বিজ্ঞানসন্মত নাম ‘এচিন’নিক্স জুবেটাছ ভেনাটিকাছ’) । বিশ্বত এছীয় চিতাৰ এক মাত্র প্রাকৃতিক আবাস এতিয়া ইৰান । ‘পাৰ্ছিয়ান ৱাইল্ডলাইফ হেৰিটেজ ফাউণ্ডেছন’ আৰু ‘ইৰানিয়ান চিতা ছ’চাইটি’-ৰ সমীক্ষাত দাবী, সেই দেশৰ তুৰান সংৰক্ষিত অঞ্চলসহ কিছু অঞ্চলত এতিয়াও কিছু এছীয় চিতা আছে ।

মনমোহন সিঙৰ চৰকাৰৰ আমোলত ২০০৯ত ইৰানৰ পৰা এছীয় চিতা অনাৰ উদ্যোগ আৰম্ভ হৈছিল । এই বিষয়ত তেহৰানৰ প্রাথমিক সন্মতিও লাভ কৰিছিল । অৱশ্যে এছীয় চিতাৰ বিনিময়ত ভাৰতৰ পৰা এছীয় সিংহ বিচাৰিছিল ইৰানে । ভাৰতৰ দৰে ইৰানতো এছীয় সিংহৰ প্রাকৃতিক বাসভূমি আছিল । কিন্তু পাছত তাৰ পৰা ইহঁতৰ প্ৰজাতি বিলুপ্ত হৈ যায় ।

গুজৰাটৰ তৎকালীন মুখ্যমন্ত্রী নৰেন্দ্র মোদী সেই সময়ত গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সিংহ অন্য দেশ আনকি, অন্য ৰাজ্যতো প্ৰেৰণ কৰাত সন্মত নহয় । ফলত সেই পৰিকল্পনা বাতিল হৈ যায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfricaMADHYA PRADESHNarendra Modi
publisher

publisher

Related Posts

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d