Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Madhya Pradesh Accident : মধ্য প্ৰদেশৰ ৰেৱাত বাছ-ট্ৰাকৰ মুখামুখি সংৰ্ঘষত নিহত ১৫, আহত ৪০

publisher by publisher
October 22, 2022
in India, News
Reading Time: 1 min read
0
Madhya Pradesh Accident : মধ্য প্ৰদেশৰ ৰেৱাত বাছ-ট্ৰাকৰ মুখামুখি সংৰ্ঘষত নিহত ১৫, আহত ৪০

Madhya Pradesh Accident

1
SHARES
10
VIEWS
ShareShareShareShare

Madhya Pradesh Accident :

মধ্য প্ৰদেশ ৰেৱাত যোৱা নিশা সংঘটিত হোৱা বাছ-ট্ৰাকৰ মুখামুখি সংৰ্ঘষত থিতাতে নিহত হয় ১৪ জনকৈ লোক ৷ ভয়ংকৰ পথ দুৰ্ঘটনাটোত গুৰুত্বভাৱে আহত হয় ৪০ জন ৷

ভূপালৰ পৰা প্ৰায় ৫৩০ কিলোমিটাৰ দূৰৰ ৰেৱা জিলাৰ ৰাষ্ট্ৰীয় ঘাই পথত তেলেংগানাৰ হাইদৰাবাদৰ পৰা গোৰখপুৰ অভিমুখে গৈ থকা যাত্ৰীবাহী বাছ এখনৰ সৈতে বিপৰীত ফালৰ পৰা অহা ট্ৰাকৰ স’তে মুখামুখি সংৰ্ঘষ হয় ৷ ট্ৰাকৰ খুন্দাত বিধস্ত হৈ পৰা বাছ খনৰ ১৫ জনকৈ যাত্ৰী মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ৪০ ৷

WhatsApp Image 2022 10 22 at 14.26.29
Bus Accident at Madhya Pradesh

অভিশপ্ত বাছখনৰ অধিক সংখ্যক যাত্ৰীয়েই আছিল বিহাৰ,নেপাল আৰু উত্তৰ প্ৰদেশৰ ৷ উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা পথটো পাহাৰীয়া অঞ্চল৷ আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ৷

WhatsApp Image 2022 10 22 at 14.26.28 1
Madhya Pradesh Accident

আনহাতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে (Shivraj Singh Chouhan) দুৰ্ঘটনাটোত নিহত সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি কয় যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ স’তে ফোনযোগে বাৰ্তালাপ কৰা হৈছে । “উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি আছে, এই দুখৰ সময়ত আমি দুৰ্ভগীয়া পৰিয়ালৰ লোকসকলৰ স’তে আছো ।”

मध्‍यप्रदेश के शाजापुर में सड़क दुर्घटना का दु:खद समाचार प्राप्त हुआ है। मैं घायलों के सकुशल होने तथा शीघ्र स्वास्थ्य लाभ की कामना करता हूं।

परमात्मा से दिवंगत आत्माओं को अपने श्रीचरणों में स्थान देने की प्रार्थना करता हूं।

।। ॐ शांति ।।

— Shivraj Singh Chouhan (मोदी का परिवार ) (@ChouhanShivraj) October 22, 2022

ইপিনে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (Yogi Adityanath) মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ দুই লাখ আাৰ্থক ক্ষতিপূৰণ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে এটা টুইটযোগে কয়, “দুৰ্ভগীয়া পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা আছে ।”

'नए उत्तर प्रदेश' में होने वाले पावन दीपोत्सव में 'स्वदेशी' का आग्रह है, 'आत्मनिर्भरता' का संदेश है, 'सहयोग' की भावना है।

आइए, इस पावन दीपोत्सव के अवसर पर एक 'समर्थ, सशक्त और समृद्ध उत्तर प्रदेश' के लिए संकल्पित हों।🪔

— Yogi Adityanath (@myogiadityanath) October 22, 2022

ADVERTISEMENT

একেদৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে (Ashok Gehlot) এক টুইটযোগে উল্লেখ কৰে, ” ৰেৱাত সংঘটিত এই পথ দুৰ্ঘটনাৰ বিষয়ে গম পাই বৰ দুখ পাইছো য’ত বহুলোকে প্ৰাণ হেৰুৱাইছে । শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা । এই কঠিন সময়ত তেওঁলোক শক্তিশালী হৈ থাকক । আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ।”

RelatedPosts

Uttar Pradesh Accident:উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত ভয়ংকৰ দুৰ্ঘটনা

Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ

J&k Road Accident:জম্মু-কাশ্মীৰৰ উদমপুৰত দ- খাৱৈত বাগৰিল যাত্রীবাহী বাছ

My heartfelt condolences to the bereaved families. May the family members remain strong to bear this loss. We stand with them in this most difficult time.

— Ashok Gehlot (@ashokgehlot51) October 22, 2022

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ACCIDENTAshok GehlotDeathMADHYA PRADESHShivraj Singh ChouhanYogi Adityanath
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d