Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Bollywood :বলীউডৰ তাৰকাই নিজৰ আচল চেহেৰা ঢাকিবলৈ কিমান টকা খৰচ কৰে ?

জানিলে আপোনাৰ চকু কপালত উঠিব

publisher by publisher
November 1, 2022
in Entertainment, Lifestyle
Reading Time: 2 mins read
0
Bollywood :বলীউডৰ তাৰকাই নিজৰ আচল চেহেৰা ঢাকিবলৈ কিমান টকা খৰচ কৰে ?
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

Mumbai:মুম্বাইৰ ৰাজপথত মহিলা সংৰক্ষণ বিধেয়কক লৈ আয়োজিত প্ৰতিবাদৰ মাজতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ

দিল্লীত ব্যৰ্থ ভয়ংকৰ বোমা চক্ৰান্ত : মুম্বাইত গ্ৰেপ্তাৰ দুজন, দেশজুৰি সতৰ্কতা 

Bollywood :

 বলীউডৰ সুদৰ্শন চেহেৰাৰ পিছত লুকাই থাকে আচল চেহেৰা । আমি হয়তো কল্পনাই কৰিব নোৱাৰো যে তেওঁলোকে নিজৰ চেহেৰাৰ লগত কিমান টকা খৰচ কৰে ! তথ্য অনুসৰি প্ৰতিজন তাৰকাই নিজৰ চেহেৰাৰ বাবে কোটিৰ ওপৰত খৰচ কৰে । বিশেষকৈ বলীউডৰ প্ৰায় সংখ্যক তাৰকাৰে মূৰত চুলি নাই ।

যাৰবাবে তেওঁলোকে কোটি টকাৰ ওপৰত খৰচ কৰিবলগীয়া হয় । আজি এই প্ৰতিবেদনত বলীউডৰ কোন কেইজন তাৰকাই নিজৰ তপা মূৰ ঢাকিবলৈ কোটি টকা খৰচ কৰে , সেইবিষয়ত আলোচনা কৰিম ।

ADVERTISEMENT

অক্ষয় কুমাৰ :— এই তালিকাত অহা প্ৰথম নামটোৱেই হৈছে অক্ষয় কুমাৰ । বয়স প্ৰায় ৫৫ বছৰ চুলেগৈ যদিও দেখাত কিন্তু সদায় ডেকা হৈয়ে আছে । আচলতে এই চেহেৰাৰ পিছত লুকাই আছে বহু কোটি টকাৰ খৰচ । টকাৰে ঢাকিছে তেওঁ আচল বয়স । ইয়াৰ লগতে অভিনেতাজনৰ মূৰত এডালো চুলি নাই । তেওঁ কে’বাকোটি টকা খৰচ কৰি নতুন চুলি গজাবলৈ সক্ষম হৈছিল ।

ৰণবীৰ কাপুৰ :— আপুনি হয়তো জানি আচৰিত হ’ব যে ৰণবীৰ কাপুৰৰ মূৰতো এডালো চুলি নাই । অতি কম বয়সতে ৰণবীৰৰ সকলো চুলি সৰি পৰিছিল । এই সমস্যাৰ পৰা হাত সৰাৰ উপায় বিচাৰি নোপোৱা ৰণবীৰে শেষত চিকিৎসকৰ সহায় লয় । অস্ত্ৰোপচাৰৰ যোগেদি নতুনকৈ চুলি গজাবলৈ ৰণবীৰে শেষত হেয়াৰ ট্ৰান্সপ্লান্ট কৰে । ৰণবীৰে এই অপাৰেশ্যন ২০০৭ বৰ্ষত কৰিছিল ।

 অমিতাভ বচ্চন :— ৮০ বছৰ অতিক্ৰম কৰা বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন আজিও যেন ডেকা হৈয়ে আছে । একমাত্ৰ ফিটনেচৰ কাৰণে আজিও বি বিয়ে বলীউডত দপদপাই থাকিবলৈ সক্ষম হৈছে । এতিয়াও অভিনেতাজনৰ মূৰত কেঁচা-পকা ঢৌ খেলোৱা চুলি আছে । কিন্তু আচলতে সেইয়া বি বিৰ আচল চুলি নহয় । নিজৰ তপা মূৰ লুকুৱাবলৈ নকল চুলি ব্যৱহাৰ কৰে অভিনেতাজনে ।

 চানী দেউল :—- বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা চানী দেউলো চুলি সৰা সমস্যাত ভুগিছিল । কিছু বছৰ পূৰ্বে অভিনেতাজনৰ এই চুলি সৰা সমস্যা আৰম্ভ হয় আৰু এটা সময়ত তেওঁ একেবাৰে তপা হৈ পৰে । শেষত কোটি টকা খৰচ কৰি অভিনেতা গৰাকীয়ে হেয়াৰ ট্ৰান্সপ্লান্ট কৰে ।

 জেকি শ্ৰুফ :— এসময়ৰ জনপ্ৰিয় অভিনেতা জেকি শ্ৰুফো চুলি সৰা সমস্যাত ভুগিছিল । বহু বছৰ পূৰ্বে আৰম্ভ হোৱা এই সমস্যাৰ পৰা হাত সাৰিবলৈ অভিনেতাজনে অৱশেষত কোটি টকা খৰচ কৰি হেয়াৰ ট্ৰান্সপ্লান্ট কৰে ।

 চালমন খান :— ৫৬ ডেওনা চোৱা জনপ্ৰিয় অভিনেতা চালমন খানে নিজৰ সুদৰ্শন চেহেৰা ধৰি ৰাখিবলৈ কোটি কোটি টকা খৰচ কৰি আহিছে । সেয়েহে হয়তো অভিনেতাজন দৈনিক ডেকা হৈ যোৱা পৰিলক্ষিত হৈছে । আপুনি বাৰু জানেনে যে, চালমন খানৰো মূৰত চুলি নাই । বহু বছৰ পূৰ্বেই অভিনেতাজন তপা হৈছিল যদিও তেওঁ সেই ৰূপ ঢাকিবলৈ কোটিৰ ঘৰত খৰচ কৰি হেয়াৰ ট্ৰান্সপ্লান্ট কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Actorbollywood actorHairstyleMUMBAI
publisher

publisher

Related Posts

আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?
Lifestyle

September 12, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

September 6, 2026
সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

September 6, 2026
দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’
Entertainment

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

September 5, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d