Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Two Minutes : মাত্ৰ দুই মিনিটত টোপনি অহা কৌশল জানিবলৈ পঢ়ক – 

publisher by publisher
November 1, 2022
in Health, Lifestyle
Reading Time: 1 min read
0
Two Minutes : মাত্ৰ দুই মিনিটত টোপনি অহা কৌশল জানিবলৈ পঢ়ক – 
4
SHARES
38
VIEWS
ShareShareShareShare

Two Minutes :

তীব্ৰ মানসিক চাপ, আবেগ সংক্ৰান্তীয় জটিলতা , দৈনন্দিন জীৱনৰ অসামঞ্জস্যতাৰ কাৰণে আমাৰ বেছিভাগ মানুহৰে টোপনিৰ অভাৱ হোৱা দেখা যায় । পৰিসংখ্যা অনুসৰি আমেৰিকাৰ ৭০ মিলিয়ন মানুহ টোপনি নহা ৰোগত ভুগিছে ।

WhatsApp Image 2022 11 01 at 13.55.51 1আচলতে সঠিক টোপনিৰ বাবে সদায় শোৱা কোঠা ঠাণ্ডা কৰি ৰখা, অন্ধকাৰ কৰি ৰখা বা শান্ত পৰিবেশ সৃষ্টি কৰি ৰাখিব লাগে ।

ADVERTISEMENT

আপুনি জানেনে , সেনাবাহিনীৰ জোৱানসকলে কেনেকৈ এক মিনিটত টোপনি যাব পাৰে ! কে’বাটাও শাৰীৰিক আৰু মানসিক প্ৰক্ৰিয়াৰ যোগেদি আপুনিও অতি কম সময়তে টোপনি যাব পাৰিব ।

RelatedPosts

Economist Professor Dr.Hiranya Nath:মাৰ্কিন যুক্তৰাষ্ট্ৰত উজ্জ্বলিল অসম সন্তান ড:হিৰণ্য নাথ

Donald Trump:ফ্ল’ৰিডা বিমান বন্দৰৰ নাম ট্রাম্প আন্তর্জাতিক বিমান বন্দৰলৈ কৰিলে সলনি

মধ্যপ্ৰাচ্য সংকটৰ মাজতে কূটনৈতিক তৎপৰতা!

অৱশ্যে কিছুমান লোকৰ বাবে দুই মিনিটো লাগিব পাৰে । আমি আচলতে সোনকালে টোপনি যাবলৈ কি কৰিব লাগে ?

পৰ্যায় এক :— শোৱাৰ সময়ত মুখৰ পেশী সমূহ শিথিল কৰিব লাগে । জিভা , দাঁতকে আদি কৰি সকলো অংগ শিথিল কৰিলে সহজে টোপনি অহাত সহায় হয় ।

পৰ্যায় দুই :– শৰীৰৰ কান্ধৰ পৰা তলৰ অংশ সম্পূৰ্ণৰূপে ঢিলা কৰিব লাগে । অৰ্থাৎ হাত দুখন সম্পূৰ্ণ শিথিল কৰি শুৱ

লাগে ।

WhatsApp Image 2022 11 01 at 13.55.52 পৰ্যায় তিনি :–শ্বাস-প্ৰশ্বাসৰ গতি স্বাভাৱিক অৱস্থালৈ আনি বুকুখনো শিথিল কৰিব লাগে আৰু ভৰি দুখন উৰুৰ পৰা আঙুলিলৈকে ঢিলা কৰি দিব লাগে ।

পৰ্যায় চাৰি :– দিনটোত ঘটি যোৱা বিভিন্ন ঘটনা -পৰিঘটনা সমূহ পাহৰি মনটো পৰিষ্কাৰ কৰি ল’ব লাগে । শিথিল কৰাৰ ১০ চেকেণ্ডৰ পিছত সদায় তিনিখন ছবি কল্পনা কৰিলে আপোনাৰ মগজুৰ পৰা সকলো চিন্তা নাইকীয়া হৈ যাব তথা আন কোনো চিন্তা আপোনাৰ মনৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব ।

মনত ৰাখিব ,আপোনাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ হ’ল প্ৰথম বিষয় , যি দীৰ্ঘদিন ধৰি টোপনি নাহিলে আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে লগতে সঠিক টোপনিৰ অভাৱত মানুহৰ স্মৃতিশক্তি লোপ পোৱা ,ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা হ্ৰাস পোৱা , উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পোৱা ,ওজন বৃদ্ধি আদি অনেক সমস্যাৰ সৃষ্টি কৰে ।

ইয়াৰো পৰি নিজৰ শুৱনি কোঠাতো টোপনি অহাকৈ উপযোগী কৰি ৰখাটোও প্ৰয়োজন । পৰিষ্কাৰ-পৰিচ্ছন্নতাইও টোপনি অহাত সহায় কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Army personnelDAILYSleepTwo MinutesUSA
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d