Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Morbi Bridge Collapse : দুই কোটিৰ পৰিৱৰ্তে ২৮ লাখতেই মেৰামতি কৰা হৈছিল দলং !

গুজৰাট দলং দুর্ঘটনাৰ বৃহৎ তথ্য প্রকাশ্যত

publisher by publisher
November 2, 2022
in India, News
Reading Time: 1 min read
0
Morbi Bridge Collapse : দুই কোটিৰ পৰিৱৰ্তে ২৮ লাখতেই মেৰামতি কৰা হৈছিল দলং !
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

Morbi Bridge Collapse :

দেওবাৰে সন্ধিয়া গুজৰাটৰ মৰবিত ব্রিটিছৰ আমোলত নিৰ্মিত কেবল সেতু ভাঙি নাৰী-শিশুসহ বহু লোকৰ মৃত্যু হৈছে । উলমা দলং ভঙাৰ সময়ত নাৰী আৰু শিশুসহ প্রায় পাঁচশ লোক আছিল সেতুত । সেতু ভাঙি তেওঁলোকো নদীত পৰি যায় । সাত মাহ ধৰি সেতুটোৰ মেৰামতি কৰা হৈছিল । তাৰ পাছতো কেনেদৰে সেতুটো ভাঙি পৰিল ?

ADVERTISEMENT

তথ্য অনুসৰি, সেতুটো মেৰামতি কৰিবলৈ দুই কোটি নহয়, মাত্ৰ ২৮ লাখ টকা ব্যয় কৰিছিল অৰেৱা কোম্পানিয়ে । কেৱল মাজত মেৰামতি কৰা হৈছে. কেবলটো প্রতিস্থাপন কৰা হোৱা নাছিল । তদন্তকাৰী বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত ৰিমাণ্ডৰ সময়ত চৰকাৰী অধিবক্তাই বিষয়টো আদালতত উত্থাপন কৰে ।

মচ্ছু নদীৰ ওপৰত সেতু বিপর্যয়ৰ তদন্তত ইতিমধ্যে ছিট গঠন কৰিছে ৰাজ্য চৰকাৰে । সেতু বিপর্যয়ত এই পর্যন্ত নজনক গ্রেপ্তাৰ কৰা হৈছে । মূল অভিযুক্তক শীঘ্ৰে গ্রেপ্তাৰৰ দাবী জনাইছে স্থানীয়সকলে । দলঙৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা অৰেৱা সংস্থাৰ মেনেজাৰ দীপক পাৰেখক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

ডিএছপি আদালতত কয়, “দলংখন কেবলৰ ওপৰত ভৰ দি আছে । কোনো তেল বা গ্রিছ দিয়া হোৱা নাছিল । কেবল ছিঙি যোৱা দখৰত মামৰধৰি আছিল । সেইটৈ যদি চফা কৰা হ’ল হয় এনে দুর্ঘটনা সংঘটিত ন’হল হয় । নমুনা সংগ্রহ কৰি তাৰ গুণমান পৰীক্ষা কৰি সেইবোৰ বেয়া হোৱা বুলি পাইছে । সেইবোৰ তদন্ত কৰা হ’ব ।”

তেওঁ আদালতত কয়, “গান্ধীনগৰৰ এটা দলৰ ফৰেনচিক ছায়েন্স লেবৰেটৰিৰ প্ৰতিবেদন অনুযায়ী, সেতুটোত কিমান লোক উপস্থিত থাকিব পাৰিব নির্ধাৰণ নকৰাকৈয়ে ২৬ অক্টোবৰত চৰকাৰৰ অনুমোদন অবিহনেই মুকলি কৰি দিয়া হৈছিল । ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ অংশ হিচাপে কোনো লাইফগার্ড মোতায়েন কৰা হোৱা নাছিল । কেৱল তলৰ পথছোৱা পৰিৱর্তন কৰা হৈছিল । অন্য কোনো কাম কৰা হোৱা নাই ।”

প্রসংগত, মৰবিৰ গ্রাউণ্ড জিৰ’ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গুজৰাটৰ গৃহমন্ত্রীৰ স’তে দুর্ঘটনাস্থল পৰ্যবেক্ষণ কৰে । কেনেদৰে দুর্ঘটনা সংঘটিত হ’ল ? ক’ৰ পৰা ছিঙিল কেবল সেতুটো ? তেওঁ সকলোখিনি পৰ্যবেক্ষণ কৰে । ইয়াৰ পাছত আহতসকলৰ খবৰ ল’বলৈ হাস্পাতালতো উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ।

আনকি দুর্ঘটনাৰ পাছতেই গুজৰাট চৰকাৰে নিহতসকলৰ প্রত্যেক পৰিয়ালৰ সদস্যক চাৰি লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হেজাৰ টকা ক্ষতিপূৰণ ঘোষণা কৰিছে । প্রধানমন্ত্রীথ তহবিলৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়েও নিহতসকলৰ পৰিয়ালক দুই লাখ টকা আর্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GujaratMorbi Bridge CollapseNarendra Modi
publisher

publisher

Related Posts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d