Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

EWS Reservation : কোনসকলে লাভ কৰিব ইডব্লিউএছ সংৰক্ষণ ?

উচ্চশিক্ষা আৰু চাকৰিত ১০ শতাংশ নতুন সংৰক্ষণৰ আওতাত কোনসকল

publisher by publisher
November 7, 2022
in India, News
Reading Time: 1 min read
0
EWS Reservation : কোনসকলে লাভ কৰিব ইডব্লিউএছ সংৰক্ষণ ?
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

EWS Reservation :

উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বেঞ্চৰ ৰায়ত দেশৰ শিক্ষাপ্রতিষ্ঠানত আৰু চৰকাৰী চাকৰিত ১০ শতাংশ হাৰত সংৰক্ষণৰ সুবিধা পাব সমাজৰ দৰিদ্ৰসকলে । অর্থাৎ, আর্থিকভাৱে পিছপৰা শ্রেণী (ইডব্লিউএছ) অন্তৰ্ভুক্ত হ’লেই এই দুই ক্ষেত্রত সংৰক্ষণৰ আওতাত সোমাই পৰিব তেওঁলোক ।

ADVERTISEMENT

অৱশ্যে প্রশ্ন উত্থাপন হৈছে, সমাজৰ সকলো দৰিদ্ৰই এই সুবিধা লাভ কৰিব নেকি ? এই ব্যৱস্থাত জাতি, বর্ণ বা সম্প্রদায়ৰ ভিত্তিত ভাগ কৰা হ’ব নেকি ? কোনসকল ইয়াৰ আওতাত আছে ? কেতিয়াৰ পৰা আৰম্ভ হ’ব ইডব্লিউএছ ? এই সংৰক্ষণ ব্যৱস্থাৰ সুবিধা পাবলৈ কি কি চর্তপূৰণ কৰিব লাগিব ?

দেশত অর্থনৈতিকভাৱে অনগ্রসৰ শ্রেণীৰ নানা বর্ণৰ লোকৰ বাবে শিক্ষা আৰু কর্মসংস্থাপনৰ ক্ষেত্রত সংৰক্ষণৰ ব্যৱস্থা আছে । যেনে, অনুসূচীত জাতি (এছটি)-ৰ ক্ষেত্রত ১৫ শতাংশ, অনুসূচীত উপজাতি (এছচি)-ৰ বাবে ৭.৫ শতাংশ আৰু অন্যান্য পিছপৰা জাতি (অ’বিচি)-য়ে পায় ২৭ শতাংশ সংৰক্ষণৰ সুবিধা । অৱশ্যে এই সন্দৰ্ভত বঞ্চনাৰ বলি হৈছে সৰৱ তথাকথিত উচ্চবর্ণৰ অথচ আর্থিকভাৱে দুর্বলসকলে । কেন্দ্রীয় চৰকাৰৰ দাবী, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি সমাজৰ সর্বস্তৰৰ দৰিদ্রসকলৰ বাবে এই সংৰক্ষণ ব্যৱস্থা আৰম্ভ কৰা হৈছে ।

এই সংৰক্ষণ ব্যৱস্থাৰ আৰম্ভণি :

২০১৯ৰ জানুৱাৰীত তৎকালীন এনডিএ চৰকাৰৰ আমোলত এই সংৰক্ষণ ব্যৱস্থাৰ আহ্বান কৰা হৈছিল । ঘটনাচক্রে, সেই বছৰৰ এপ্রিল-মে’ত লোকসভা নির্বাচনৰ কিছু মাহ পূৰ্বে আহিছিল সেই প্রস্তাৱ । চৰকাৰৰ দাবী আছিল, সমাজৰ দৰিদ্ৰসকলৰ বাবে শিক্ষাপ্রতিষ্ঠানত আৰু চৰকাৰী চাকৰিত ১০ শতাংশ সংৰক্ষণ কৰা হ’ব । সংশ্লিষ্ট নাগৰিকৰ মাহিলী আয় আৰু ভূমিৰ পৰিমাণ, সম্পত্তিৰ পৰিমাণেই নিৰ্ধাৰণ কৰিব, তেওঁ এই সংৰক্ষণৰ আওতাত আহিব নে নাই । যদিও সমালোচকসকলৰ দাবী আছিল, ভোটবাকচৰ বাবে উচ্চবর্ণসকলক সুখী কৰিবলৈ এই ব্যৱস্থা কৰা হৈছে । কাৰণ, সেই সময়ত দলিত বা অনুসূচীত জাতি-উপজাতিৰ দৰে সমাজৰ তথাকথিত বঞ্চিতসকল ইতিমধ্যে সংৰক্ষণৰ আওতাত আছিল ।

ইডব্লিউএছ আইন :

২০১৯ৰ ১২ জানুৱাৰীত তৎকালীন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ স্বাক্ষৰৰ পাছত সংবিধানৰ ১০৩তম সংশোধনী বিলখন আইনত পৰিণত হয় । এই বিলত সংবিধানত ১৫(৬) আৰু ১৬(৬) ধাৰা দুটা সংশোধন কৰি চৰকাৰপক্ষ‌ই জনায়, সমাজৰ আর্থিকভাৱে দুর্বলসকলৰ বাবে এনে সংৰক্ষণ ব্যৱস্থা কৰা হ’ল যাতে তেওঁলোকে শিক্ষা আৰু চাকৰিৰ ক্ষেত্রত সুবিধা পায় । অৱশ্যে ইয়াৰ সুবিধা পাবলৈ হ’লে কিছু চর্তও পূৰণ কৰিব লাগিব ।

১০ শতাংশ সংৰক্ষণৰ বাবে কি কি চর্ত পূৰণ কৰা প্ৰয়োজন ?

১) এই সংৰক্ষণৰ সুবিধা পাবলৈ হ’লে সংশ্লিষ্ট নাগৰিকৰ পৰিয়ালৰ বার্ষিক আয় আঠ লাখ টকাৰ কম বা মাহে ৬৬,৫০০ টকা হ’ব লাগিব ।

২) ভূমিৰ পৰিমাণ হ’ব লাগিব পাঁচ একৰতকৈ কম ।

৩) এহেজাৰ বর্গফুটতকৈ কম ফ্লেট বা ঘৰৰ মালিক । পৌৰসভা অঞ্চলত এশ গজতকৈ কম আৰু পৌৰ অঞ্চলৰ বাহিৰত দুশ গজতকৈ কম বসতিভূমিৰ হয়।বত্বাধিকাৰী হ’লেও এই সংৰক্ষণৰ সুবিধা লাভ কৰিব ।

বিতর্ক :

এই ব্যৱস্থাক লৈ সমালোচনা, বিতর্ক কম নহয় । সংবিধানত ৫০ শতাংশতকৈ অধিক সংৰক্ষণৰ মাত্রা বৃদ্ধি কৰিব নোৱাৰিব বুলি কোৱা হৈছে । অৱশ্যে শীৰ্ষ ন্যায়ালয়ৰ এক নির্দেশ অনুযায়ী, তামিলনাডু, তেলেংগানা বা মহাৰাষ্ট্রৰ দৰে ৰাজ্যত তাতোকৈ অধিক সংৰক্ষণৰ সুবিধা আছে । শীর্ষ আদালতে জনাইছিল, গ্রহণযোগ্য ব্যাখ্যাৰ ভিত্তিত এনে কৰিব পাৰিব ৰাজ্যসমূহে । যদিও কেন্দ্রীয় স্তৰত সেই ব্যৱস্থা নাছিল ।

উল্লেখ্য যে, চৰকাৰৰ দাবী, স্বাধীনতাৰ পাছত এয়ে প্রথম আর্থিকভাৱে পিছপৰাসকলৰ বাবে সংৰক্ষণৰ সুবিধা দিয়া হ’ল । যদিও ইয়াত অনুসূচীত জাতি বা উপজাতি আৰু অন্যান্য বর্গৰ লোকসকলক অন্তৰ্ভুক্ত কৰা নাই ।

অৱশ্যে চলিত বছৰত কর্মচাৰী আৰু কর্মীবর্গ মন্ত্রণালয়ে জনাইছিল, সকলো জেনেৰেল কেটেগৰিৰ নাগৰিকেই এই সংৰক্ষণৰ সুবিধা পাব । আনকি, ৰাজ্যস্তৰত অ’বিচিসকলে চর্তপূৰণ কৰিলেও কেন্দ্রৰ এই সংৰক্ষণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব । অৱশ্যে এছচি, এছটি-সকলে সেই সুবিধা নাপাব ।

মোদী চৰকাৰৰ দাবী আছিল, যে সমস্ত নাগৰিকে এবেলাৰ খাদ্য যোগাৰ কৰিবলৈ অপাৰগ, তেওঁলোকৰ বাবে ইডব্লিউএছ-ৰ ব্যৱস্থা কৰা হৈছে । যাতে কোনো ব্যক্তি ক্ষুধাত নাথাকে । অথবা যিসকলে পঁজাত থাকে বা কর্মহীন, তেওঁলোকেও যাতে সন্মান সহকাৰে চাকৰি-বাকৰি কৰিব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: EducationEligibility CriteriaEmploymentEWS ReservationSupreme Court
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d