Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Antony Raju:৩৫ বছৰৰ আগৰ এটা ভুলে শেষ কৰিলে ৫০ বছৰৰ ৰাজনৈতিক জীৱন

অন্তৰ্বাসৰ আকাৰ সলনিৰ গোচৰত দোষী সাব্যস্ত কেৰেলাৰ বিধায়ক এন্টনি ৰাজু

publisher by publisher
January 9, 2026
in News, National
Reading Time: 1 min read
0
৩৫ বছৰৰ আগৰ এটা ভুলে শেষ কৰিলে ৫০ বছৰৰ ৰাজনৈতিক জীৱন
1
SHARES
7
VIEWS
ShareShareShareShare

Antony Raju:

প্ৰায় ৩৫ বছৰৰ আগতে সংঘটিত হোৱা এটা ঘটনাই এতিয়া কাল হৈ উঠিল কেৰেলাৰ ৭১ বছৰীয়া বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী এন্টনি ৰাজুৰ । এটা মাদক গোচৰত প্ৰমাণ হিচাপে জমা থকা এটা অন্তৰ্বাসৰ আকাৰ সলনি কৰাৰ অভিযোগ প্ৰমাণিত হোৱাত ইতি পৰিল তেওঁৰ প্ৰায় ৫০ বছৰৰ ৰাজনৈতিক জীৱনৰ।

ADVERTISEMENT

এন্টনি ৰাজু পেছাত এজন আইনজীৱী। আজিৰ পৰা ৩৫ বছৰ পূৰ্বে তেওঁ ড্ৰাগছৰ গোচৰত অভিযুক্ত অষ্ট্ৰেলিয়াৰ এজন নাগৰিকক প্ৰতিনিধিত্ব কৰিছিল। অভিযোগ অনুসৰি বিচাৰৰ সময়ত তেওঁ গোচৰটোৰ গুৰুত্বপূৰ্ণ প্ৰমাণ তেওঁৰ ক্লায়েণ্টৰ আণ্ডাৰৱেৰৰ আকাৰ সলনি কৰিছিল।

RelatedPosts

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

৩৫ বছৰৰ আগৰ এটা ভুলে শেষ কৰিলে ৫০ বছৰৰ ৰাজনৈতিক জীৱন

কেৰালাত এক দশকত শিক্ষাৰ্থীৰ আত্মহনন ৫০ শতাংশ বৃদ্ধি 

ফলত অষ্ট্ৰেলিয়াৰ নাগৰিকজন দোষমুক্ত হ’ল। একেটা গোচৰতে ২০২৬ চনৰ দুই জানুৱাৰীত তিৰুৱনন্তপুৰমৰ নেদুমনগড়ৰ প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ আদালতে ৰাজুক প্ৰমাণ নষ্ট কৰাৰ অভিযোগত তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

এই ৰায়ৰ লগে লগে কেৰালাৰ শাসকীয় এলডিএফ চৰকাৰৰ বিধায়ক হিচাপে তেওঁৰ পদোচ্যুতি ঘটে।লগতে তেওঁ বিধানসভাৰ সদস্য পদো হেৰুৱায় । চলিত বছৰে কেৰেলাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এই বছৰ কেৰালাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, আৰু এই আদালতৰ ৰায়দানে ফলপ্ৰসূভাৱে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ ভাগ্যত ছীল মাৰিছে।

এই গোচৰৰ আন এজন অভিযুক্ত কে জোছকো আদালতে অপৰাধত সহযোগ কৰাৰ অভিযোগত তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়ে। অৱশ্যে উচ্চ আদালতত আবেদন জনাবলৈ ৰাজু আৰু জোছ—দুয়োকে আদালতে এএমাহৰ বাবে জামিন দিয়ে।

এন্টনি ৰাজু কেৰেলাৰ ৰাজনৈতিক দল জনাধিপথ্য কেৰেলাৰ কংগ্ৰেছ (জেকেছি)ৰ নেতা আৰু তিৰুঅনন্তপুৰমৰ বিধায়ক আছিল। জেকেছি এলডিএফৰ সহযোগী দল। ২০১৬ চনৰ ন মাৰ্চত কেৰেলা কংগ্ৰেছ (এম)ৰ পৰা বিভক্ত হৈ এই দলটো গঠন হৈছিল।

২০২১ চনৰ ২০ মেৰ পৰা ২০২৩ চনৰ ২৪ ডিচেম্বৰলৈকে এন্টনি ৰাজুৱে এলডিএফ চৰকাৰত পৰিবহণ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। পাছত মন্ত্ৰীসভাৰ পৰা আঁতৰাই দিয়া হৈছিল যদিও এতিয়ালৈকে বিধায়ক পদ অটুট আছিল। মাদক গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত সেই পদো হেৰালে তেওঁ।

কেৰেলাৰ বিধানসভাৰ সচিবালয়ে পাঁচ জানুৱাৰীত জাৰি কৰা এক বিজ্ঞপ্তিত জনাইছে যে, এটা ফৌজদাৰী গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত এন্টনি ৰাজুক বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰা হৈছে। তেওঁ জনাধিপথ্য কেৰেলাৰ কংগ্ৰেছৰ একমাত্ৰ বিধায়ক আছিল।

কিয় বিধায়ক পথ হেৰুৱালে ৰাজুয়ে ?

ঘটনাটোৰ সূত্ৰপাত হৈছিল ১৯৯০ চনৰ ন এপ্ৰিলত। ভাৰতলৈ অহা অষ্ট্ৰেলিয়ান নাগৰিক অ্যান্ড্ৰু সালভাডৰ চার্ভেলিৰ অন্তৰ্বাসৰ ভিতৰত দুটা পেকেটত ৬১.৫ গ্ৰাম মাদক উদ্ধাৰ হয়। তিৰুঅনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

তেতিয়া এন্টনি ৰাজু আইনজীৱী হিচাপে কৰ্মজীৱন আৰম্ভহে কৰিছিল। তিৰুৱনন্তপুৰমৰ অধিবেশন আদালতত সৰু সৰু গোচৰ চম্ভালিছিল। তাতেই ৰাজুৱে এটা গোচৰত ছাৰ্ভেলীৰ অধিবক্তাৰ সহায়ক হিচাপে কাম কৰাৰ সুযোগ পাইছিল।

কিন্তু চাৰ্ভেলিয়ে গোচৰটোত পৰাস্ত হয়। তেওঁক দোষী সাব্যস্ত কৰা হয়। ১৯৯২ চনত তিৰুৱনন্তপুৰমৰ অধিবেশন আদালতে তেওঁক ১০ বছৰৰ কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা বিহাৰ শাস্তি প্ৰদান কৰে।

ইয়াৰ পাছতে কেৰালা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল চাৰ্ভেলি। তাতেই গোচৰটোৰ মূল প্ৰমাণ আৰু আদালতৰ জিম্মাত থকা আণ্ডাৰৱেৰটো পুনৰ উত্থাপন কৰা হয়। যুক্তি দিয়া হৈছিল যে চাৰ্ভেলি মেদবহুল।

কিন্তু আৰক্ষীয়ে প্ৰমাণ হিচাপে দাখিল কৰা আণ্ডাৰৱেৰ আকাৰত বহুত সৰু। গতিকে ইয়াৰ বাবে চাৰ্ভেলিৰ হোৱাটো অসম্ভৱ।

আদালতত চাৰ্ভেলিৰ আণ্ডাৰৱেৰটোৰ ওপৰত ট্ৰাই কৰিবলৈ কোৱা হয়। দেখা গ’ল যে সঁচাকৈয়ে ই চাৰ্ভেলিৰ কঁকালৰ আকাৰতকৈ বহুত সৰু।

এই দৃশ্য দেখি তদন্তকাৰী বিষয়াসকল আৰু চৰকাৰ পক্ষৰ আইনজীবী স্তম্ভিত হৈ পৰে। প্ৰমাণ সলনি কৰাৰ অভিযোগ উঠে।

আনহাতে, প্ৰমাণৰ অভাৱত কেৰালা উচ্চ ন্যায়ালয়ে ১৯৯৩ চনত চাৰ্ভেলীক দোষমুক্ত কৰে।। যদিও আদালতে এই বিষয়টো উপযুক্তভাৱে তদন্ত কৰাৰ আশা প্ৰকাশ কৰিছিল।

মুক্তি পোৱাৰ পাছত চার্ভেলি দেশ এৰি যায়। কিছুদিন পাছতে অষ্ট্ৰেলিয়াত এটা হত্যা গোচৰত তেওঁ গ্ৰেপ্তাৰ হয়। জিজ্ঞাসাবাদৰ সময়ত তেওঁ প্ৰকাশ কৰে যে, ভাৰতত থকা তেওঁৰ পৰিয়ালে আদালতৰ কিছুমান কৰ্মচাৰী আৰু আন লোকক উৎকোচ দি মাদক গোচৰৰ প্ৰমাণ নষ্ট কৰাইছিল।

এই তথ্য অষ্ট্ৰেলিয়ান আৰক্ষীৰ জৰিয়তে ইণ্টাৰপ’ল আৰু ভাৰতীয় তদন্তকাৰী সংস্থাসমূহলৈ প্ৰেৰণ কৰা হয়। তাৰ পাছত গোচৰটো নতুনকৈ তদন্ত আৰম্ভ হয়।

ফৰেনছিক প্ৰমাণৰ ভিত্তিত পোহৰলৈ আহে যে, অন্তৰ্বাসটো নতুনকৈ চি ললাই কৰি আকাৰ সৰু কৰা হৈছিল। তদন্তত প্ৰমাণ হয় যে এই কামত এন্টনি ৰাজু আৰু আদালতৰ কেৰানি জোছ জড়িত আছিল।

দীৰ্ঘ বছৰ ধৰি চলা আইনী প্ৰক্ৰিয়াৰ অন্তত ২০২৬ চনৰ তিনি জানুৱাৰী নেদুমংগদৰ ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেট আদালতে ই এন্টনি ৰাজু আৰু জোছ—দুয়োকেই দোষী সাব্যস্ত কৰি তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে।

উল্লেখযোগ্য যে, ইয়াৰ আগতেও চোৰাচালানৰ গোচৰত এন্টনি ৰাজু দোষী সাব্যস্ত হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Antony RajuKERELA
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d