Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Bangladesh : বয়স কোনো বাধা নহয়, ৬৭ বছৰ বয়সত মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ’ল এজন ব্যক্তি

publisher by publisher
November 29, 2022
in International, News
Reading Time: 2 mins read
0
Bangladesh : বয়স কোনো বাধা নহয়, ৬৭ বছৰ বয়সত মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ’ল এজন ব্যক্তি
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে প্ৰদান কৰিলে ৫,০০০ টন ডিজেল

Terrible bus accident in bangladesh: বাংলাদেশত ভয়ংকৰ বাছ দুর্ঘটনাত মৃত্যু ২৩ জন যাত্ৰীৰ

Bangladesh :

অধ্যয়নৰ ক্ষেত্ৰত বয়স কোনো বাধা নহয়, প্রয়োজন ইচ্ছাশক্তিৰ । তাকেই প্রমাণ কৰিলে আবুল কালাম আজাদে । ৬৭ বছৰ বয়সত মাধ্যমিক পৰীক্ষা দি উত্তীৰ্ণ হ’ল তেওঁ । বাংলাদেশৰ শ্বেৰপুৰৰ বাসিন্দা আবুল । অৱশ্যে, অন্য এক নামেও বেচ পৰিচিত তেওঁ, ‘কবি কালাম’ ।

ADVERTISEMENT

পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ খবৰ দি বাংলাদেশী সংবাদ মাধ্যম ‘প্রথম আলো’ক দিয়া সাক্ষাৎকাৰত তেওঁ জনায়, ২০২২ত চন্দ্রাবাজ ৰছিদা বেগম উচ্চ বিদ্যালয়ৰ পৰা মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হয় আবুল ।

সোমবাৰে বিয়লি ফলাফল প্রকাশিত হোৱাত জানিব পাৰে যে, ভাল নম্বৰেৰে উত্তীৰ্ণ হৈছে তেওঁ ।‘প্রথম আলো’ৱে লিখিছে, ১৯৫৫ত লংগৰপাৰা গাঁৱত জন্ম হয় আবুলৰ । দশম শ্রেণীলৈকে গাঁৱতেই পঢ়া-শুনা কৰিছিল তেওঁ।

সেই সময়ত তেওঁলোকৰ ঘৰত জুই লাগি যোৱাত পৰিয়ালসহ ঢাকালৈ গুচি যায় আবুল । তাৰ পাছত তেওঁ ঢাকা চহৰৰ ডকইয়ার্ডত চাকৰি পাইছিল ।

২২ বছৰ ঢাকাত থকাৰ পাছত বিয়া কৰে আবুলে । কর্মসূত্রে তেওঁ ছৌদি আৰবলৈ যাবলগীয়া হয় । ২০১৩ত ছৌদি আৰবৰ পৰা আকৌ গাঁৱৰ ঘৰত উভতি আহে তেওঁ ।  কিন্তু দশম শ্রেণীৰ পাছত আৰু শিক্ষা অব্যাহত ৰাখিব নোৱাৰাৰ বাবে তেওঁৰ আক্ষেপ আছিল ।

এই বয়সত আকৌ নতুনকৈ পঢ়া-শুনা আৰম্ভ কৰিব নে নাই বুলি চিন্তা কৰিছিল । অৱশেষত ২০২০ৰ পৰা মাধ্যমিক পৰীক্ষাৰ বাবে প্রস্তুতি আৰম্ভ কৰে আবুলে । ২০২২ত পৰীক্ষাত উত্তীৰ্ণ হয় ।

আবুলে কয়, ‘‘পঢ়া-লিখাৰ প্রতি মোৰ গভীৰ দুর্বলতা । সকলো সময়তে সংবাদপত্র আৰু কিতাপ পঢ়ো । গীত লিখো । কবিতা লিখো ।

কেইটামান উপন্যাস আৰু ছুটি গল্প লিখিছো । এইবোৰৰ পাণ্ডুলিপি সযত্নে সংৰক্ষণ কৰিছো ।’’নাৰীৰ শিক্ষা গ্রহণৰ বিষয়তো গুৰুত্ব দিয়ে তেওঁ । তেওঁৰ মতে, পঢ়া-শুনাৰ ক্ষেত্রত বয়স কোনো বাধা নহয় । ইচ্ছা থাকিলেই সকলো কৰিব পাৰি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BANGLADESHExam
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d