Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Russia Ukraine War : দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা ইউক্ৰেইনত সকলোতকৈ ভয়াৱহ শীতকাল !

publisher by publisher
November 24, 2022
in International, News
Reading Time: 1 min read
0
Russia Ukraine War : দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা ইউক্ৰেইনত সকলোতকৈ ভয়াৱহ শীতকাল !
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

Russia Ukraine War :

ৰাছিয়াৰ বাহিনীয়ে ৰাজধানী কিয়েভ আৰু খাৰকিভকে ধৰি ইউক্ৰেইনৰ বিভিন্ন অঞ্চলত আকৌ এবাৰ বিমান আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে । এই আক্ৰমণত শক্তি প্ৰকল্প আৰু চিকিৎসালয়সমূহক লক্ষ্য কৰা হৈছে ।

ADVERTISEMENT

বুধবাৰৰ পাছত, বৃহস্পতিবাৰে বিমান আক্ৰমণত নিহত হোৱাৰ তথ্য পোৱা গৈছে । কিয়েভৰ মেয়ৰে জনাই যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইউক্ৰেইনত আটাইতকৈ ভয়াৱহ শীতকাল নামিছে ।

আনহাতে, মস্কোৱে ক্ৰিমিয়াত ড্ৰোন আক্ৰমণ চলাইছিল বুলি দাবী কৰে । ক্ৰেমলিনৰ বিষয়াসকলে জনায় যে ৰাছিয়াৰ বাহিনীক সতৰ্ক কৰি দিয়া হৈছে । বুধবাৰে ৰাছিয়াই দক্ষিণ-পূব সীমান্তৰ ইউক্ৰেইনৰ জাপোৰিজিয়াৰ এখন চিকিৎসালয়ত এছ-৩০০ মিছাইল আক্ৰমণ চলায় । মৃত্যু হয় দুদিনিয়া এটি শিশুৰ ।

ৰাছিয়াই বুধবাৰে দক্ষিণ ইউক্ৰেইনৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে বুলি আমেৰিকাৰ এক সংবাদ সংস্থাই প্ৰকাশ কৰে । আক্ৰমণৰ ফলত , চিকিৎসালয়ৰ প্ৰসূতি বিভাগ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ।

মিছাইল আক্ৰমণত এটি দুদিনীয়া শিশু নিহত হয় । শিশুটোৰ মাতৃকে ধৰি এজন চিকিৎসকক প্ৰসূতি বিভাগৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে । সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, আক্ৰমণৰ ফলত চিকিৎসালয়খনৰ ওচৰৰ ঘৰবোৰো ক্ষতিগ্ৰস্ত হৈছে ।

ইউক্ৰেইনৰ প্ৰশাসনে পূৰ্বতে আক্ৰমণৰ আশংকাৰ বাবে বিমানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল । ৰাছিয়াৰ সামৰিক বাহিনীয়ে বুধবাৰে ইউক্ৰেইনৰ দক্ষিণ আৰু পূব সীমাত আক্ৰমণ চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে ।

আনকি তাত থকা শক্তি প্ৰকল্পবোৰো শীতকালত ইউক্ৰেইনীয়সকলক বিপদত পেলোৱাৰ বাবে লক্ষ্য কৰা হৈছে । ৰাছিয়াৰ সামৰিক বাহিনীয়ে পৰ্যাপ্ত বিদ্যুতৰ অভাৱৰ বাবে ইউক্ৰেইনীয়সকলে সমস্যাৰ সন্মুখীন হোৱাটো বিচাৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে ।

কিয়েভৰ মেয়ৰ ভিটালি ক্লিটস্কোৱে জাৰ্মান সংবাদ সংস্থা এটাক জনায় যে ইউক্ৰেইনে আটাইতকৈ বেয়া পৰিস্থিতিৰ বাবে সাজু থকাৰ প্ৰয়োজন । বৈদেশিক মন্ত্ৰণালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনায় যে ইউক্ৰেইইনৰ ওপৰত ৰাছিয়াৰ নিৰন্তৰ আক্ৰমণ “গভীৰভাৱে সম্পৰ্কিত” ।

এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ইউৰোপীয় ইউনিয়নৰ সংসদেই ৰাছিয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিচ্ছিন্ন কৰাৰ এক প্ৰস্তাৱত ইউৰোপীয় ইউনিয়নক আহ্বান জনাইছে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে এই সিদ্ধান্তক আদৰণি জনাইছে।

“ইউক্ৰেইন আৰু সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ এই দীৰ্ঘদিনীয়া নীতিৰ সমাপ্তিৰ বাবে ৰাছিয়াক সকলো স্তৰত বিচ্ছিন্ন কৰিব লাগিব । ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী দিমিত্রি কুলেবায়েও এই সিদ্ধান্তৰ বাবে ইউৰোপীয় সংসদক ধন্যবাদ জনাইছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: RussiaUkraineWarWinter
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d