Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Bollywood : ‘’ এক দুজে কে লিয়ে “ ৰ সফল অভিনেত্ৰী ৰতি অগ্নিহোত্ৰী হঠাৎ ক’ত অন্তৰ্ধ্যান হ’ল ?

জানক অভিনেত্ৰী গৰাকীৰ দুখৰ কাহিনী

publisher by publisher
December 13, 2022
in Entertainment
Reading Time: 2 mins read
0
Bollywood : ‘’ এক দুজে কে লিয়ে “ ৰ সফল অভিনেত্ৰী ৰতি অগ্নিহোত্ৰী হঠাৎ ক’ত অন্তৰ্ধ্যান হ’ল ?
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

জনপ্ৰিয় অভিনেত্ৰীৰ আত্মহনন

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Bollywood :

৮০ ৰ পৰা ৯০ দশকৰ লৈকে বলীউডৰ এগৰাকী সফল অভিনেত্ৰী আছিল ৰতি অগ্নিহোত্ৰী । বলীষ্ঠ অভিনেতা কমল হাচানৰ লগত কৰা ‘এক দুজে কে লিয়ে’-এ অভিনেত্ৰীগৰাকীক এৰাতিৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষত উপণীত কৰাইছিল ।

ADVERTISEMENT

দৰ্শকৰ সমান্তৰালকৈ সমালোচকেও অভিনেত্ৰীগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল । বলীউডৰ প্ৰায়ে জনপ্ৰিয় অভিনেতাৰ লগত অভিনয় কৰিছিল ৰতিয়ে ।

কিন্তু কেৰিয়াৰৰ শীৰ্ষ স্থানত থকা সময়তে অভিনেত্ৰীগৰাকী হঠাৎ চিনেমা জগতৰ পৰা অন্তৰ্ধ্যান হৈছিল । ১৯৮৫ চনৰ পিছতেই অভিনেত্ৰীগৰাকী কোনো চিনেমাত অভিনয় কৰা নাছিল । অৰ্থাৎ সেই বছৰতেই ৰতি অনিল ভিৰওয়ানিৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ।

ইয়াৰ পিছতেই ৰতিৰ বলীউড জগতৰ লগত দূৰত্ব বাঢ়ি যায় । এনেদৰেই বলীউড উদ্যোগৰ পৰা ৰতি হেৰাই গৈছিল । এইয়া আছিল অভিনেত্ৰীগৰাকীৰ আটাইতকৈ ভুল সিদ্ধান্ত ।

স্বামী-সন্তানৰ লগত সংসাৰ কৰিবলৈকে সময়তকৈ আগেই অভিনেত্ৰীগৰাকীয়ে বলীউডক বিদায় জনাইছিল । ৯০ দশকৰ পিছত ৰতিক আকৌ ডাঙৰ পৰ্দাত দেখা পোৱা নাছিল ।

দাম্পত্য জীৱনকলৈ অভিনেত্ৰীগৰাকীয়ে যি সপোন দেখিছিল সেই সকলো ভংগ হৈছিল তেওঁৰ । বিয়াৰ পাছত ক্ৰমাৎ গাৰ্হস্থ্য হিংসাৰ মাজত সোমাই পৰিছিল ৰতি । সেইসময়ত অভিনেত্ৰীগৰাকীক স্বামীয়ে প্ৰচণ্ড মাৰ-পিট কৰিছিল ।

ৰতিৰ স্বামী অনিল আছিল পেশাগতভাৱে এজন স্থপিত । এখন স্বচ্ছল ঘৰলৈ বিয়া হৈছিল তেওঁ । কিন্তু ৰতিৰ সংসাৰৰ সুখ নাছিল । ইয়াৰমাজতে ৰতিয়ে এটা পুত্ৰ সন্তান জন্ম দিয়ে । বিয়াৰ পিছৰ পৰাই সংসাৰত নিতৌ হোৱা অশান্তি , স্বামীৰ দ্বাৰা মাৰ-পিট , এই সকলোবোৰ একমাত্ৰ সন্তান ছেলেৰ মুখলৈ চাই সহ্য কৰিছিল ৰতিয়ে ।

কিন্তু এটা সময়ত আৰু অভিনেত্ৰীগৰাকীয়ে এই সকলোবোৰ সহ্য কৰিব নোৱাৰা হ’ল । স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি অৱশেষত অভিনেত্ৰীগৰাকীয়ে পুলিচৰ কাষ চাপিবলগীয়া হয় ।

দাম্পত্য জীৱনৰ ৩০ বছৰ পৰ্যন্ত স্বামীৰ অত্যাচাৰ সহ্য কৰিছিল ৰতিয়ে । অত্যাচাৰ ইমানেই বেছি হৈ গৈছিল যে , এটা সময়ত স্বামীয়ে ৰতিক হত্যা কৰাৰ চেষ্টা কৰিছিল । তেতিয়াই অভিনেত্ৰীগৰাকীয়ে পুলিচৰ ওচৰত স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ।

সেইসময়ত এই কথাও ওলাইছিল যে , ৰতি অন্ত:সত্ত্বা হৈ থকা অৱস্থাতো স্বামীৰ অত্যাচাৰৰ বলি হ’বলগীয়া হৈছিল । এনেদৰেই বিয়াৰ দুবছৰৰ পিছতেই অৰ্থাৎ ছেলেৰ জন্মৰ সময়তো অত্যাচাৰ সহিছিল তেওঁ ।

অভিনেত্ৰীগৰাকীয়ে সকলো দুখ-কষ্ট সহ্য কৰি যোৱাৰ সময়তে এদিন তেওঁৰ স্বামীৰ আচল ৰূপ ছেলেৰ সন্মুখত ধৰা পৰে । ইয়াৰপিছত আৰু পুত্ৰ ছেলেই মাকক এক মুহুৰ্তৰ বাবেও এৰি দিয়া নাছিল ।

আনকি ৰতিয়ে নিজেই সংবাদমাধ্যমৰ আগত কৈছিল যে , ছেলেয়ে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছিল ।
এনে দুৰ্বিসহ জীৱনৰ বাবেই ৰতি দীৰ্ঘদিন ধৰি কেমেৰাৰ পৰা আতৰি আছিল ।

২০০১ চনত পুনৰ অভিনয় আৰম্ভ কৰে । ২০১৫ চনত ৰতিৰ স্বামীৰ লগত বিবাহ বিচ্ছেদ হয় । বৰ্তমান ছেলেৰ লগত সুখেৰে দিন পাৰ কৰিছে এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী ৰতি অগ্নিহোত্ৰীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ActressBOLLYWOODRati Agnihoti
publisher

publisher

Related Posts

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

October 12, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত
Entertainment

নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

October 8, 2026
মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’
Entertainment

মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

October 8, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d