Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Pakistan : জন্মসূত্ৰে পাকিস্তানী, ভাৰতক ভাল পাই নিজৰ দেশ এৰা আঠজন বিশেষ ব্যক্তিৰ বিষয়ে জানো আহক –

publisher by publisher
December 13, 2022
in India, International, News
Reading Time: 1 min read
0
Pakistan : জন্মসূত্ৰে পাকিস্তানী, ভাৰতক ভাল পাই নিজৰ দেশ এৰা আঠজন বিশেষ ব্যক্তিৰ বিষয়ে জানো আহক –
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

Pakistan :

শক, হুন, পাঠান, মোগল, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহে ভাৰতত ভৰি দিয়াৰ পিছত পুনৰ আৰু নিজ দেশলৈ ঘূৰি নেযায় । ভাৰতবৰ্ষৰ প্ৰতি থকা আকৰ্ষণৰ বাবেই হয়তো নিজৰ দেশৰ প্ৰতি মোহভংগ হয় বহু লোকৰ ।

ADVERTISEMENT

সেইকাৰণেই পাকিস্তানৰ পৰা অহা বহু সংখ্যক শিল্পী ও ব্যক্তিত্বৰ নিৰ্ভৰযোগ্য আশ্ৰয়স্থল হয় ভাৰত । ভাৰতৰ সংবিধানে কৈছে ভাৰতবৰ্ষ হৈছে না-না জাতি-উপজাতি, বিভিন্ন ধৰ্মালম্বী লোকৰ অনন্য এক আশ্ৰয়স্থল ।

ইয়াত কোনো জাতি-ভেদৰ ভেদাভেদ নাই । ই এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ।

বহু শিল্পী তথা বিশেষ ব্যক্তি ভাৰতক ভাল পাই কাৰণেই পুনৰ নিজ দেশলৈ ঘূৰি নগ’ল । সেইসকল বিশেষ ব্যক্তি হৈছে –

১/ ইউচুফ খান : এই নামৰ সৈতে ভাৰতবাসীৰ সিমান পৰিচয় নাই । এইজন হৈছে বলীউডৰ প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ । বলীউডৰ ট্ৰেজেদি কিং দিলীপ কুমাৰে বহু বছৰ পূৰ্বেই ভাৰতৰ মুম্বাইত আহি চিনেমা কেৰিয়াৰ আৰম্ভ কৰাৰ লগতে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰি ভাৰতবৰ্ষকেই নিজৰ দেশ হিচাপে আকোৱালি লৈছিল ।

৫০ দশকত পাকিস্তানৰ পেছোৱাৰত জন্ম গ্ৰহণ কৰিছিল এইজন বিশিষ্ট অভিনেতাই । নিজৰ অভিয়ন প্ৰতিভাৰে দেশবাসীৰ আপোন হৈ পৰা দিলীপ কুমাৰে পিছত আৰু পেছোৱাৰলৈ উভতি যোৱা নাছিল । জীৱনৰ অন্তিম দিনলৈকে এইজন অভিনেতাই মুম্বাইতে থাকি গৈছিল ।

২/ আদনান স্বামী : বলীউডৰ জনপ্ৰিয় সংগীতশিল্পী আদনান স্বামী সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈকে ভাৰতৰ মুম্বাইলৈ আহিছিল । শেষত ভাৰতৰ বাসিন্দা হৈ পৰা আদনানে পিছত আৰু পাকিস্তানলৈ ঘূৰি যোৱা নাছিল । ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰা আদনানে নিজৰ সংগীত সাধনা ইয়াতেই চলাই আছে ।

৩/ এল কে আদৱানি : বিজেপিৰ এই বৰ্ষীয়ান ৰাজনীতিবিদজনে ভাৰতীয় জনতা পাৰ্টীৰ ভেঁটি স্থাপন কৰিছিল । তেওঁৰ জন্ম হৈছিল পাকিস্তানৰ কৰাচীত । দেশবিভাজনৰ পিছৰ পৰাই আদৱানীৰ পৰিয়াল ভাৰতত বসতি স্থাপন কৰি আহিছে ।

৪/ ওস্তাদ বড়ে গোলাম আলী খান : ভাৰতৰ শিল্পী সমাজত ওস্তাদ বড়ে গোলাম আলীৰ খানৰ অনন্য এক স্থান আছে । এই শিল্পীজনো পাকিস্তানৰ কাচুৰাত জন্ম গ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত ভাৰততে স্থায়ীভাৱে থাকিবলৈ লয় ।

৫/ বেগম বুধ : ১৯৪০-৫০ চনৰ এই অভিনেত্ৰীগৰাকী বলীউডৰ এখন চিনাকি মুখ আছিল । সেইসময়ত জনপ্ৰিয়তাৰ শীৰ্ষত থকা অভিনেত্ৰীগৰাকী পাকিস্তানৰ ঝিলামৰ বাসিন্দা আছিল যদিও নিজৰ অভিনয় গুণৰ বাবেই মুম্বাইতে নিগাজিকৈ থাকি যায় ।

৬/ মনমোহন সিং : বহুতেই হয়তো নেজানে যে , ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙো পাকিস্তানত জন্মগ্ৰহণ কৰিছিল । পিছত ভাৰতৰ ৰাজনৈকিক ক্ষেত্ৰখনত এক সুকীয়া স্থান দখল কৰি প্ৰধান মন্ত্ৰীৰ পদত অধিস্থিত হৈছিল ।

৭/ চাহিৰ লুধিয়ানবি : ভাৰতৰ এই জনপ্ৰিয় গীতিকাৰ তথা কবি চাহিৰ লুধিয়ানবিও পাকিস্তানত জন্মগ্ৰহণ কৰিছিল । তেওঁৰ প্ৰকৃত নাম আছিল আব্দুল হাই চাহিৰ । জনা গৈছিল যে , তেওঁ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে এটা লিখনী লিখিছিল । ফলত পাকিস্তান চৰকাৰে তেওঁৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল । যিটো কাৰণে ১৯৪৯ চনত তেওঁ দিল্লীলৈ গুচি আহিবলৈ বাধ্য হৈছিল আৰু পৰৱৰ্তী সময়ত মুম্বাইতে স্থায়ীভাৱে থাকিবলৈ লয় ।

৮/ যোগেন্দ্ৰনাথ মণ্ডল : যোগেন্দ্ৰনাথ মণ্ডল পাকিস্তানৰ শ্ৰম তথা আইন মন্ত্ৰী আছিল । তেওঁ তপশিলি জাতিৰ নেতা তথা মুছলিম লীগৰ লগত জড়িত আছিল । পৰৱৰ্তী সময়ত পাকিস্তানত হিন্দু লোকৰ ওপৰত কৰা বেয়া ব্যৱহাৰ দেখি তেওঁ ভাৰতলৈ গুচি আহিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bade Ghulam Ali KhanJogendra Nath MandalManmohan SinghPakistan
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d