Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Coronavirus : দেশত কৰ’নাৰ চতুর্থ ঢৌ কোন পথে ?

publisher by publisher
January 4, 2023
in COVID-19, International, News
Reading Time: 2 mins read
0
Coronavirus : দেশত কৰ’নাৰ চতুর্থ ঢৌ কোন পথে ?
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

Coronavirus :

কৰ’না ভাইৰাছৰ চতুর্থ ঢৌ আহিব ভাৰতত । জানুৱাৰীৰ মাজভাগৰ পৰাই বাঢ়িব সংক্রমণ । সতর্ক কৰিছিল গৱেষকসকলে । কিন্তু ডিচেম্বৰৰ মাজভাগৰ পৰা জানুৱাৰীৰ প্রথম সপ্তাহৰ মাজভাগ পর্যন্ত এতিয়াও কৰ’না ভাইৰাছৰ সংক্রমণ সিমান বৃদ্ধি পোৱা নাই ।

ADVERTISEMENT

বিগত কিছুদিন ধৰি সমগ্ৰ দেশত অতি কম কৰ’না সংক্রমণ হৈছে । সেয়ে গৱেষকসকলে যিদৰে সতর্ক কৰিছিল চতুর্থ ৱেভ সন্দৰ্ভত তাৰ কোনো ইংগিত এই পর্যন্ত ভাৰতত দেখা নাযায় ।

কৰ’নাৰ দৈনিক সংক্রমণ চীনত মাৰাত্মক ৰূপ ধাৰণ কৰিছে ক’ভিড সংক্রমণে । যথেষ্ট হাৰত বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা । সেয়ে ভাৰতো সতর্ক হৈছে । জানুৱাৰীৰ মাজভাগত ভাৰতত কৰ’নাৰ চতুর্থ ঢৌ আহিব বুলি সতর্ক কৰিছিল গৱেষকসকলে । কিন্তু বৰদিনৰ উৎসৱ আৰু নৱবৰ্ষৰ উৎসৱৰ পাছতো দেশত আক্রান্তৰ সংখ্যা বিশেষ বৃদ্ধি পোৱা দেখা নাযায় ।

যোৱা দেওবাৰে দেশত কৰ’না ভাইৰাছত আক্রান্ত হৈছে অতি কম সংখ্যক লোক । বিগত এসপ্তাহত দেশত ১৫২৬ জন নতুনকৈ কৰ’না ভাইৰাছত আক্রান্ত হৈছে ।

ডিচেম্বৰৰ অন্তিম সপ্তাহৰ আগৰ সপ্তাহৰ তুলনাত মাত্র ২৫ শতাংশ বাঢ়িছে আক্রান্তৰ সংখ্যা‌‌ । অৱশ্যে চতুর্থ ঢৌ আৰম্ভ হ’বলগীয়া ধৰণৰ কৰ’না ভাইৰাছৰ সংক্রমণ হোৱা নাই দেশত ।

চীনত কৰ’নাৰ গ্ৰাস ইপিনে চীনত কৰ’না ভাইৰাছৰ সংক্রমণে মাৰাত্মক ৰূপ লৈছে । ছাংহাইৰ পৰা বেইজিং সর্বত্র কৰ’না আক্রান্ত হৈছে অসংখ্য লোক । চীনত এতিয়া প্ৰতিটো ঘৰতে কৰ’নাই বাহৰ পাতিছে । আক্রান্তৰ সংখ্যা নিয়ন্ত্রণ কৰিব পৰা নাই ।

কৰ’না ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণত আনিবলৈ জ্বলাকলা খাইছে জিনপিং প্রশাসনে । দ্রুত পৰিস্থিতি নিয়ন্ত্রণত আনিবলৈ তৎপৰ জিনপিং প্রশাসনে কঠোৰ তলাবন্ধৰ পথ অৱলম্বন কৰিছে । কিন্তু ইয়াৰ ফলাফল বিপৰীতহে হয় । জনসাধাৰণে পথত বিক্ষোভ কৰিবলৈ লয় । জিনপিং চৰকাৰৰ অপসাৰণৰ দাবী কৰিছ ।

কৰ’না টিকাক লৈ তৎপৰতা কৰ’না ভাইৰাছৰ সংক্রমণ চীনত বৃদ্ধি হ’বলৈ ল‌ওঁতেই কৰ’না টিকাক লৈ তৎপৰ হৈছে মোদী চৰকাৰ । ভাৰত বায়’টেকত নেজাল কৰ’না ভেকচিনৰ অনুমোদন দিছে কেন্দ্র‌ই ।

ক’ভেক্সিন আৰু ক’ভিশ্বিল্ডৰ দুটা টিকা যিসকলে লৈছে তেওঁলোক সকলোৱে এই বুষ্টাৰ নেজাল ভেক্সিন ল’ব পাৰিব বুলি জনাইছে কেন্দ্র‌ই । দেশৰ চৰকাৰী আৰু বেচৰকাৰী সকলো হাস্পাতালতেই পোৱা যাব এই কৰ’না ভেকচান ।
অৱশ্যে বুষ্টাৰ টিকাৰ দ্বিতীয় ড’জ সন্দৰ্ভত সিমান তৎপৰ হোৱা নাই কেন্দ্র । পূৰ্বে বুষ্টাৰ টিকাৰ প্রথম ড’জ নিশ্চিত কৰিব বিচাৰিছে তেওঁলোকে‌।

লক্ষ্যত ৪০ দিন জানুৱাৰীৰ মাজভাগত কৰ’নাৰ চতুর্থ ঢৌ ভাৰতত আহিব বুলি সতর্ক কৰিছে গৱেষকসকলে । তাৰ বাবে মোদী চৰকাৰে আগৰ পৰাই প্রস্তুতি চলাইছিল । আনকি দেশৰ সকলো হাস্পাতালত মকড্রিলো হৈ গৈছে ।

সকলো ৰাজ্যকে সতর্ক কৰি অক্সিজেন মজুত ৰাখিবলৈ কোৱা হৈছে । আগন্তুক ৪০ দিন অত্যন্ত তাৎপর্যপূর্ণ বুলি জনাইছে গৱেষকসকলে । ইতিমধ্যে সকলো আন্তর্জাতিক বিমানৰ যাত্রীসকলক কৰ’না পৰীক্ষা বাধ্যতামূলক কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChinaCORONAVIRUScovid19
publisher

publisher

Related Posts

Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d