Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট

    আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

    এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা

    Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tihu:টিহু ষাঠিকুছিৰ শ্ৰীশ্ৰজয়হৰি পিতাৰ থানত ১০৮ টি শিশু গৰখীয়া সেৱা সম্পন্ন 

publisher by publisher
January 16, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Tihu:টিহু ষাঠিকুছিৰ শ্ৰীশ্ৰজয়হৰি পিতাৰ থানত ১০৮ টি শিশু গৰখীয়া সেৱা সম্পন্ন 
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

টিহুত অনুষ্টুপীয়া কাৰ্যসূচীৰে ১১৭ সংখ্যক দুর্গাপূজা উদযাপন

Tihu :

টিহুৰ গোৱৰাদল-ষাঠিকুছি অঞ্চলৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীজয়হৰি পিতাৰ থানৰ ধৰ্মীয় সভা মহোৎসৱ আৰু কৃষ্ণ সহিতে বাৰগোপাল আৰু ১০৮ টি (মুঠ ১২১) শিশুৰ গৰখীয়া সেৱা পুৱা ৬.৩০ বজাত মেজি প্ৰজ্বলনেৰে আৰম্ভ হয় ৷

ADVERTISEMENT

মেজি প্ৰজ্বলন কৰে থান পৰিচালনা সমিতিৰ সভাপতি চন্দন ভট্টাচাৰ্য্যই ৷ পুৱা ৭ বজাত মন্দিৰৰ চাৰিদিশে ভাগৱত প্ৰদক্ষিণৰ পাছত আসন স্থাপন কৰে থানৰ দেউৰী যতীন্দ্ৰ নাথ মেধিয়ে ৷ থান পৰিচালনা সমিতিৰ সভাপতিয়ে মন্দিৰত ১০৮ গছি বন্তি প্ৰজ্বলন কৰাৰ পাছত থান চৌহদত থকা প্ৰয়াত থান অধিকাৰীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় ৷

পাছত মন্দিৰত নাম-প্ৰসংগ আৰু গছপুলি ৰোপণ কৰা হয় ৷ ইয়াৰ পিছতে পুৱা ৯ বজাত এঘাৰজনী অকুমাৰী ছোৱালীৰ দ্বাৰা পানী তোলা অনুষ্ঠান অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰে অ বি চি মৰ্চা অসমৰ ৰাজ্যিক উপ-সভানেত্ৰী ভনিতা মেধিয়ে ৷

৮.৪৫ বজাত থানৰ পদাধিকাৰ গনেশ তামুলীয়ে আসন গ্ৰহণ কৰাৰ পাছতে ১০ বজাত অনুষ্ঠিত হ’য় কৃষ্ণ সহিতে বৰগোপাল আৰু ১০৮ জন শিশুৰ গৰখীয়া সেৱা অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত থানৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি নৃপেন্দ্ৰ নাথ শৰ্মাই বন্তি প্ৰজ্বলন আৰু উত্তৰ-পূৱ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা থান পদাধিকাৰ গণেশ তামুলীয়ে গৰখীয়া সেৱা অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছতে শ্ৰীকৃষ্ণৰ অষ্টোত্তৰ শতনাম পাঠ কৰে আধ্যাত্মিক গীতা সত্ৰ বজালীৰ সত্ৰাধিকাৰ আচাৰ্য মথুৰা মোহন তালুকদাৰে ৷

১১.৩০ বজাত দুৰ্গা হোমিঅ’ হোল নলবাৰীৰ স্বত্বাধিকাৰী জিতেন্দ্ৰ দত্ত,নৈশ উচ্চতৰ মাধ্যমিক বিদ্যালয় গুৱাহাটীৰ প্ৰাক্তন অধ্যক্ষ ড° সৰ্বানন্দ বৰ্মন,অসম বাণিজ্য উন্নয়ন সংস্থা অসম চৰকাৰৰ উপাধ্যক্ষ মধুৰাম ডেকা আৰু এন ই ভাৰত-২৪ৰ মূখ্য কাৰ্য্যবাহী বিষয়া দুলাল বৰাই শিশু গৰখীয়া সকলক প্ৰসাদ আৰু ভোগ বিতৰণ কৰাৰ পিছত ৰাজ্যৰ বিভিন্ন ঠাইৰ ভক্তই শিশু গৰখীয়াসকলক বিভিন্ন বস্তু আগবঢ়াই ৷

থানখনত পুৱাৰে পৰা ভক্ত-দৰ্শনাৰ্থীয়ে ভিৰ কৰে ৷ দুপৰীয়া ১২ বজাত থান পৰিচালনা সমিতিৰ সভাপতি চন্দন ভট্টাচাৰ্য্যৰ
সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মাজুলীৰ দক্ষিণপাটৰ গৃহশ্ৰামী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীয়ে মূখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে,“ ধৰ্মই সংস্কৃতি আৰু জাতিৰ লগতে সমাজৰ স্বৰূপ নিৰ্ণয় কৰে । ধৰ্মই সমাজ সুসংগঠিত কৰি আমাক জাতীয় জীৱনত আগবাঢ়ি যোৱাত সহায় কৰে । ভগৱান শ্ৰীকৃষ্ণই গৰখীয়া সকলৰ লগত নিজৰ ছাঁ টোৰ দৰে আছিল । আজিৰ এই পবিত্ৰ দিনত দেৱশিশু গৰখীয়া সকলক সেৱা কৰি ভগৱানৰ আশীষ লাভ কৰে”।

সভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাসে অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই বেদ শব্দৰ অৰ্থ জ্ঞান আৰু বেদ সংস্কৃতিৰ গুৰি ধৰোতা বুলি উল্লেখ কৰি বেদ নপঢ়িলে সনাতন ধৰ্মৰ কথা নাযানে বুলিওঁ তেওঁ কয় ৷

থান পদাধিকাৰ গনেশ তামুলী,নলবাৰীৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত বিশিষ্ট সমাজসেৱীকা বিদ্যা তামুলীয়ে বৰগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ৷

১২.৩০ বজাত ভক্ত সকলৰ মাজত সামূহিকভাৱে ভোগ বিতৰণ কৰা হয় ৷ সন্ধিয়া ৰঙিয়াৰ পিতাম্বৰ হাট বজালীৰ পাঠক নিপন দত্ত কলিতা আৰু সংগীবৃন্দৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰা হয় ৷ কাইলৈ পুৱা বন্তি প্ৰজ্বলন, ভাগৱত পাঠ,মহিলাৰ নাম পৰিৱেশণৰ পাছত আবেলি গৰেশ্বৰ ৰামপুৰৰ পাঠক উৰ্বশী ৰাজবংশী,কৈঠালকুছি নাকেৰবাৰীৰ পাঠক বিজিত হালৈ আৰু ধনজিৎ বৰ্মনে নাগাৰা নাম পৰিৱেশন কৰিব ৷

৩ মাঘৰ পুৱা বন্তি প্ৰজ্বলন,ভাগৱত পাঠ আৰু আবেলি স্থানীয় মহিলা সকলৰ দ্বাৰা নাম-প্ৰসংগ কৰা হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Garakhiya SevasathukhuchiSri Sri Joyhari ThanTihu
publisher

publisher

Related Posts

Nagaon Bye Election Property of the candidate:নগাঁও লোকসভাৰ উপ- নিৰ্বাচনত অৱতীৰ্ণ তিনি হাই প্ৰফাইল প্ৰাৰ্থীৰ সম্পত্তি কিমান ?
Assam

September 17, 2026
জুবিনবিহীন এটা বছৰ, আজিও শূন্য অসমবাসীৰ হৃদয়
Assam

জুবিনবিহীন এটা বছৰ, আজিও শূন্য অসমবাসীৰ হৃদয়

September 17, 2026
Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট
Assam

Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট

September 17, 2026
আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী
India

আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

September 17, 2026
এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ
India

এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

September 17, 2026
৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!
International

৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d