Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Samujjal Bhattacharya Vs Hitesh Dev Sarma:এনআৰচি শুদ্ধ ৰূপত বিচৰা নাছিল আছুৱে:হিতেশ দেৱ শৰ্মা

ন্যায়ালয়ত পালমৰা শপতনামা দাখিল কৰিছিল আছুৱে,প্রতীক হাজেলাৰ পৰা প্ৰতিমাহে ১৬লাখকৈ লৈছিল সমুজ্জ্বল ভট্টাচার্যই:দেৱ শৰ্মা, হিতেশ দেৱ শৰ্মাই হেৰুৱাইছে মানসিক ভাৰসাম্য হেৰুৱাইছে,শৰ্মাৰ বিৰুদ্ধে তৰা হ'ব মানহানি গোচৰ:সমুজ্জ্বল

publisher by publisher
February 16, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Samujjal Bhattacharya Vs Hitesh Dev Sarma:এনআৰচি শুদ্ধ ৰূপত বিচৰা নাছিল আছুৱে:হিতেশ দেৱ শৰ্মা
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

AASU Pressmeet in Guwahati: শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেলত ঘোষণা আন্দোলনৰ কাৰ্যসূচী

SC accepted the NRC revision Petition:বহুচৰ্চিত এনআৰচিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ

ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ মাতৃ বীণা ভট্টাচাৰ্য্যৰ দেহাৱসান

Samujjal Bhattacharya Vs Hitesh Dev Sarma:

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ শেহতীয়াকৈ অব্যাহত থকা নানান বিতৰ্কৰ মাজতে এন আৰ চিৰ প্রাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ইয়াক প্ৰস্তুতৰ নামত ধনৰ অবাঞ্ছিত লেনদেনৰ অভিযোগ উত্থাপন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সংগঠনটোৰ মুখ্য উপদেষ্টা ড:সমুজ্জ্বল ভট্টাচাৰ্যৰ নাম এই ক্ষেত্ৰত উল্লেখ কৰে ৷

ADVERTISEMENT

এই ক্ষেত্ৰত শৰ্মাই সামাজিক মাধ্যমত ইংগিত দি উল্লেখ কৰে যে অনুপ্ৰৱেশকাৰী বিতাৰণক লৈ সদায় সৰব হৈ অহা ছাত্র সংগঠনটোৱে নাগৰিকপঞ্জীখন শুদ্ধ ৰূপত প্ৰস্তুত হোৱাটো বিচৰা নাছিল । বুধবাৰে সামাজিক মাধ্যমত শৰ্মাই লিখে যে তেওঁ আঢ়ৈ বছৰ এনআৰচিৰ সমন্বয়ক আছিল৷ দীঘলীয়া সেই সময়ছোৱাত আছুৰ নেতৃত্বই তেওঁক এবাৰো লগ নকৰিলে৷ অথচ প্ৰতীক হাজেলাৰ পৰা আছুৰ মুখ্য উপদেষ্টাজনে প্ৰতিমাহে ১৬ লাখকৈ লৈছিল ৷

আনহাতে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক জনৰ এই তথ্যই সৰ্বস্তৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ এক গোচৰ সংক্রান্তত সম্প্ৰতি দিল্লীত থকা ভট্টাচাৰ্যই আজি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগকক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

অৱশ্যে প্ৰতিক্ৰিয়া হিচাপে ভট্টাচার্য দেবশৰ্মাৰ বিৰুদ্ধেহে বিশেষভাবে সৰব হয়৷ ভট্টাচার্যই কয়, ” এই অভিযোগ গোকাট মিছা কথা ,হিতেন দেৱশৰ্মা এজন মিছলীয়া। একমাত্র সস্তীয়া প্ৰচাৰৰ বাবে তেখেতে এনে প্রলাপ বকিছে | মানসিক ভাৰসাম্য ঠিক থকা মানুহে এনে কাণ্ডজ্ঞানহীন কথা নকয় ৷ তেখেতে মানসিক চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।”

ড: ভট্টাচার্যই লগতে দাবী কৰে যে হিতেশ দেৱশৰ্মাই অসত্য কথা কৈছে৷ তেনে কথা কোৱা বাবেই অধিৱক্তাৰ পৰামৰ্শ লৈ শৰ্মাৰ বিৰুদ্ধে মানহানি গোচৰ তৰা হব বুলিও ভট্টাচাৰ্যই সদৰী কৰে৷ ভট্টাচাৰ্য্যৰ এনে প্ৰতিক্ৰিয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিতেশ দেৱ শৰ্মায়ো |
‘দৈনিক অগ্ৰদূত’ত শৰ্মাৰ তথ্যৰ ভিত্তিত বাতৰি প্ৰকাশৰ পৰিপ্ৰেক্ষিতত আছুৰ মুখ্য উপদেষ্টাজনৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে কবলৈ একো নাই আৰু সেই কথাই ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়াৰ ভাষাত দেখা গৈছে ৷

দেৱ শৰ্মাই লগতে কয়, ” ম‍ই ইমান বুৰ্বক নহয়৷ কথাবোৰ যি ধৰণে কোৱা উচিত মই সেই ধৰণে কৈছো৷ ৰাইজে কথাবোৰ জনা উচিত| তেও সেই কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ কিধৰণৰ ভাষা ব্যৱহাৰ কৰিছে সকলোৱে দেখিছে, শুনিছো অতি নিম্ন মানৰ ভাষা কথাবোৰ সচা হবলৈ সময় লাগিব, তথাপিও তদন্ত হওক ” ৷

প্ৰসংগক্রমে উল্লেখ্য যে দেৱ শৰ্মাই আজিও দোহাৰে যে তেওঁ আঢ়ৈ বছৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক আছিল| কিন্তু দীঘলীয়া সেই সময়চোৱাত আছুৰ নেতৃত্তই তেওক এবাৰো লগ নধৰিলে অথচ প্ৰতীক হাজেলা পদটোত থাকোতে প্ৰায়ে সন্ধিয়া ভট্টাচার্য এন আৰ চিৰ কাৰ্যালয়লৈ গৈছিল ৷

বজাৰৰ খবৰ বুলি উল্লেখ কৰি দেৱ শৰ্মাই লগতে সামাজিক মাধ্যমত উল্লেখ কৰে যে সমুজ্জ্বল ভট্টাচার্যই প্রতীক হাজেলাৰ পৰা কেলেংকাৰীৰ ভাগ হিচাপে মাহত ১৬ লাখ টকাকৈ লৈছিল |

মনকৰিবলগীয়া যে,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ( এন আৰ চি) প্ৰস্তুতৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগৰ মাজতে ভাৰতৰ মহগাণনিকৰ প্ৰতিবেদনতো এই তথ্য পোহৰলৈ আহিছে ৷

এনে প্ৰেক্ষাপটত আছু আৰু সমুজ্জ্বল ভট্টাচার্যৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক জনে অনা অভিযোগ সন্দৰ্ভত আছুৱে আগন্তুক দিনত কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CONTROVERSYDefamation CaseDr. Samujjal BhattacharyaHitesh DebsarmaNRC ASSAM
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d