SC accepted the NRC revision Petition:
শুকুৰবাৰে বহুচৰ্চিত এনআৰচি সন্দৰ্ভত এটা ভাল খবৰ ৷ সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে এনআৰচিৰ পুনৰীক্ষণৰ আবেদন ৷ আবেদন গ্ৰহণ কৰি ন্যায়ালয়ে কেন্দ্ৰীয় আৰু অসম চৰকাৰ,ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়া আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়কলৈ জাৰি কৰে জাননী ৷
ADVERTISEMENT
উল্লেখ্য যে, ২৪ জুলাইত উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণৰ আবেদন জনাইছিল ৰাজ্যৰ তদানীন্তন এনআৰচিৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই ৷ আবেদনত প্ৰাক্তন সমন্বয়ক গৰাকীয়ে এনআৰচিৰ সম্পূৰ্ণ পুনৰীক্ষণৰ কথা উল্লেখ কৰে I






























