Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jorabat kidnapped : অংকুৰ সুৰানা অপহৰণ কাণ্ডত ন ন তথ্য আহিছে পোহৰলৈ

অপহৰণ ব্যৱহূত গাড়ী উদ্ধাৰ

publisher by publisher
February 8, 2023
in Assam, News
Reading Time: 2 mins read
0
Jorabat kidnapped : অংকুৰ সুৰানা অপহৰণ কাণ্ডত ন ন তথ্য আহিছে পোহৰলৈ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Jorabat kidnapped :

মহানগৰীৰ পাশ্বৱৰ্তী আমচিং যোৰাবাটৰ এখন ৰি’জটৰ পৰা অপহ্ত অংকুৰ সুৰাৰ অপহৰণ কাণ্ডত ন ন তথ্য আহিছে পোহৰলৈ ৷

ADVERTISEMENT

ইতিমধ্যে অপহ্ত অংকুৰক উদ্ধাৰৰ পাছতে আৰক্ষীয়ে নামি পৰিছে মাৰাথন অভিযানত ৷ উল্লেখ্য যে ,অংকুৰ সুৰানাক ভৰলুমুখ বাসগৃহৰ পৰা যোৰাবাটৰ পি কে ৰি’ৰ্জটত পাৰ্টি কৰাৰ বাবে মাতি অনা হৈছিল হৈছিল ৷ পাৰ্টিৰ পাছতে অতি কৌশলৰে অপহৰণ কৰা হয় মহানগৰীৰ এগৰাকী আগশাৰীৰ ব্যৱসায়ীৰ পুত্ৰ অংকুৰক ৷

ইতিমধ্যে আৰক্ষীৰ তৎপৰতাত অংকুৰক উদ্ধাৰ কৰাৰ পিচতে পূৰ্ব গুৱাহাটী আৰক্ষী জিলাৰ উপায়ুক্ত দেৱাশিষ বৰাই অপহৰণ কাণ্ড সন্দৰ্ভত বিশেষ তথ্য দাঙি ধৰে ৷

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ খৰটকীয়া পদক্ষেপ অনুসৰি আৰক্ষীয়ে পিকে ৰিজ’ৰ্টৰ প্ৰৱন্ধক ৰূপম দাস,গাণনিক ৰাজেন কাইমাল,ৰিজৰ্ট খনৰ কৰ্মচাৰী হৰেন দাস,আজাহাৰ চৌধুৰী আৰু গৌতম দাসক আটকৰ পাছতেই আৰক্ষীয়ে সাতগাঁওৰ পৰা উদ্ধাৰ কৰে অপহৰণত ব্যৱহ্ত এএছ০১বি টি- ১০৭৬ নম্বৰৰ চুইফট ডিজায়াৰ বাহন খন ৷

উল্লেখ্য যে,জব্দকৃত বাহন খনৰ গৰাকী হ’ল গৌতম দাস ৷ আৰক্ষীয়ে জেৰাত গৌতমে উল্লেখ কৰে যে অপহৰণত ব্যৱহ্ত বাহন খন অপহৰণকাৰীয়ে এঘাৰশ টকাৰ বন্দোবস্তি কৰিছিল ৷ কিন্ত তেওঁ অপহৰণ সন্দৰ্ভত একো নাজানে বুলি ভাষ্য প্ৰদান কৰে ৷

মহানগৰ আৰক্ষীৰ ডি চি পি দেৱাশিষ বৰাই অপহৰণ কাণ্ড সম্পৰ্কত অধিক তথ্যৰ প্ৰয়োজন আছে বুলি প্ৰকাশ কৰে ৷
স্মতৰ্ৱ্য যে অপহৰণকাৰীয়ে অংকুৰৰ অপহৰণ কৰাৰ পাছত মুক্তিপণ হিচাবে অংকুৰৰ ভগ্নীক ইন্টাৰনেট ফোন যোগে দাবী কৰে ১৯ কোটি টকাৰ ১০৪ টা বিটকইন ৷

মহানগৰ আৰক্ষীয়ে মাৰাথন তদন্তৰ অন্তত নিশ্চিত হয় এই অপহৰণ কাণ্ড মুল মাষ্টাৰ মাইণ্ড আছিল পি কে ৰি’ৰ্জটৰ স্বত্বাধিকাৰ প্ৰৱাল কলিতা সহ আন দুজন যুৱক ৷ একেদৰে জড়িত আছে গুৱাহাটীৰ এজন ডি জে ৷ অংকুৰ উদ্ধাৰ হোৱাৰ পৰাৰ পাছৰে পৰা দুয়োজন পলাতক অৱস্থাত আছে ৷

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্যানুসৰি অপহৰণ কাণ্ডৰ স’তে জড়িত দলটোৱে ৰি’ৰ্জটত প্ৰায়ে নৈশ পাৰ্টিৰ আয়োজন কৰিছিল ৷য’ত পাৰ্টিত ভাগ লোৱা যুৱক-যুৱতীক যোগান ধৰা হৈছিল ড্ৰাগছ সহ বিভিন্ন নিচাযুক্ত টেবলেট ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CrimeGuwahatiJORABATKidnapped
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d