Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চাৰি বছৰত ৩৮ খন দেশ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ! ব্যয় কিমান ? সংসদত তথ্য দিলে কেন্দ্রই 

publisher by publisher
July 25, 2025
in India, News
Reading Time: 1 min read
0
চাৰি বছৰত ৩৮ খন দেশ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ! ব্যয় কিমান ? সংসদত তথ্য দিলে কেন্দ্রই 
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

PM Modi’s foreign visits:✒️প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা চাৰি বছৰত চৰকাৰী ভ্ৰমণসূচীৰে ৩৮খন দেশ ভ্ৰমণ কৰিছে। আনকি তেওঁ এনেকুৱা দেশত গৈছে যিবোৰ দেশত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে দশক দশক ধৰি ভ্ৰমণ কৰা নাই। মোডীৰ এই বিদেশ ভ্ৰমণৰ খৰচে আপোনাক স্তম্ভিত কৰি তুলিব ।

ADVERTISEMENT

বিগত চাৰি বছৰত কেৱল প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তহবিলৰ পৰা ২৯৫ কোটি টকা খৰচ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সংসদত এই আনুষ্ঠানিক খতিয়ান দাঙি ধৰিছে।

ৰাজ্যসভাত তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰাইনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ ব্যয়ৰ হিচাপ বিচাৰিছিল ।

ডেৰেকৰ এই প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কয় যে ২০২১-২০২৪ চনৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ বাবে মুঠ ২৯৫ কোটি টকা ব্যয় কৰা হৈছে।

ইয়াৰে ২০২৪ চনত প্ৰধানমন্ত্ৰীয়ে ১৬খন দেশ ভ্ৰমণৰ বাবে ১০৯ কোটি টকা ব্যয় কৰিছিল।২০২৩ চনত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণত ৯৩ কোটি টকা খৰচ হৈছিল। ২০২২ আৰু ২০২১ চনত খৰচ ক্ৰমে ৫৫.৮২ কোটি আৰু ৩৬ কোটি টকা।

ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে ২০২৫ চনত পাঁচখন দেশ ভ্ৰমণ কৰিছে।ইয়াৰ ফলত ভাৰত চৰকাৰৰ ৬৭ কোটি টকা খৰচ হৈছে।

ইয়াৰে কেৱল ফ্ৰান্স ভ্ৰমণৰ খৰচ ২৫ কোটি টকা। এতিয়ালৈকে মোডীৰ বিদেশ ভ্ৰমণৰ এই ব্যয় সৰ্বাধিক। তদুপৰি এইবাৰ প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ বাবে ১৬ কোটি টকা খৰচ হয়।

১১ বছৰীয়া শাসনকালত নৰেন্দ্ৰ মোডীক সৰ্বাধিক সমালোচনাৰ কাৰণ হ’ল তেওঁৰ সঘনাই বিদেশ ভ্ৰমণ।

সামাজিক মাধ্যমত বহুতে প্ৰধানমন্ত্ৰীক সমালোচনা কৰি কয়, তেওঁ বিদেশত অধিক সময় কটায় আৰু মাজে মাজেহে ভাৰত ভ্ৰমণ কৰে। ইফালে,বিৰোধীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণত খৰচ কৰা ধনখিনি যদি সঠিকভাৱে ব্যৱহাৰ কৰিলেহেঁতেন তেন্তে সাধাৰণ জনতাক উপকৃত হ’লহেঁতেন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CongressNarendra ModiTMC
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d