Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

২০১৭ত পাঁচটা বন্যহস্তীৰ মৃত্যুৰ পাছত হস্তী দণ্ডীৰূপে চিহ্নিত কৰিছিল

publisher by publisher
December 21, 2025
in Assam, News
Reading Time: 1 min read
0
২০১৭ত পাঁচটা বন্যহস্তীৰ মৃত্যুৰ পাছত হস্তী দণ্ডীৰূপে চিহ্নিত কৰিছিল
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

KMSS Pressmeet:চৰকাৰী পৃষ্ঠপোষকতাতেই চলিছে বন্যপ্ৰাণীৰ মুক্ত সৰবৰাহ

Elephant: বহিঃৰাজ্যলৈ সংগোপনে হাতীৰ সৰবৰাহ । অসমৰ পৰা গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ ২০খনৰো অধিক এনিমেল এম্বুলেন্সেৰে অসমৰ পৰা সংগোপনে হাতী সৰবৰাহৰ ঘটনাই জোকাৰিছে ৰাজ্য

Elephant playing in water:বকোৰ শিংৰাত জলকেলি পোৱালীসহ বন্যহস্তী জাকৰ

শনিবাৰে পুৱতি নিশা নগাঁৱৰ পটিয়াপামত এখন দ্রুতবেগী ৰাজধানী এক্সপ্ৰেছ ৰেলৰ খুন্দাত আঠটাকৈ হাতী হতাহত হোৱাৰ ঘটনাৰ আঁৰত কাৰ গাফিলতি জড়িত আছে তাক লৈ চর্চা হৈছে। এনে অৱস্থাতে বন বিভাগে দাবী কৰা অনুসৰি হাতীৰ জাকটোৰ উপস্থিতিৰ বিষয়ে দুৰ্ঘটনাৰ পূৰ্বে ৰেল বিভাগক অৱগত কৰা হৈছিল।

ADVERTISEMENT

তৎসত্ত্বেও দুর্ঘটনাটো কেনেকৈ সংঘটিত হ’ব পাৰে তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘটনাটোৰ তদন্ত নির্দেশ জাৰি কৰিছে। এই কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে এক বিবৃতিত কয়, ‘সাতটাকৈ হাতীৰ মৃত্যুত আমি গভীৰভাৱে ব্যথিত হৈছো। মই ঘটনাৰ তদন্ত কৰিবলৈ বন বিভাগক নির্দেশ দিছো।’

কিয় আইডিএছ ব্যৱস্থা স্থাপন নকৰিলে ৰেলৱেই

উল্লেখ্য যে ২০১৭তো পটিয়াপামৰ একে স্থানতে সংঘটিত এক বেল দুর্ঘটনাত পাঁচটা বন্যহস্তীয়ে প্রাণ হেৰুৱাইছিল। তাৰ পাছতে উক্ত স্থানক বন বিভাগে হস্তী দণ্ডীৰূপে চিহ্নিত কৰি বেল বিভাগকো অৱগত কৰে বুলি সূত্রই জনায়। সূত্ৰৰ মতে, নিয়ম অনুসৰি ৰেল বিভাগে উক্ত স্থানত হাতীৰ প্ৰৱেশ ধৰা পেলোৱা ব্যৱস্থা (আইডিএছ) সক্ৰিয় কৰিব লাগিছিল যদিও তাকে নকৰাৰ অভিযোগ উত্থাপন হৈছে।

গতিকে শনিবাৰে পুৱতি নিশা সংঘটিত এই শোকাৱহ ঘটনাৰ বাবে বেল বিভাগৰ গাফিলতিক একাংশ দল-সংগঠনে জগৰীয়া কৰিছে। এই সম্পর্কত স্বেচ্ছাসেবী সংগঠন ‘হাতী বন্ধু’ৰ ক্ষেত্ৰ সঞ্চালক বিনোদ দুলু বৰা আৰু উপক্ষেত্র সঞ্চালক মেঘনা ময়ূৰ হাজৰিকাই কয় যে স্থানীয় বন বিভাগে ৰেল বিভাগৰ লগত সঘন যোগাযোগ ৰাখিব লাগিছিল। দুয়ো ঘটনাস্থলীত উপস্থিত হৈ শোকপ্রকাশো কৰে।

ঘটনাটোক লৈ অৰণ্য সুৰক্ষা সমিতিয়েও শোক প্রকাশ কৰিছে। ইপিনে, স্থানীয় ৰাইজে প্রশ্ন উত্থাপন কৰিছে যে আইডিএছ ব্যবস্থা নাথাকিলেও যিহেতু নিশা বন্যহস্তীয়ে ৰেলপথ পাৰ হ’ব পাৰে বুলি বন বিভাগে বেল বিভাগক আগতীয়া জাননী দি থৈছিল, গতিকে নিশা চলাচল কৰা দ্রুতবেগী ৰেলসমূহৰ চলাচল নিয়ন্ত্রণ ৰেল বিভাগে কিয় নকৰিলে? এই সম্পর্কত স্থানীয় এজন প্রকৃতিপ্রেমীয়ে কয়, ‘এই ঠাইখন হস্তী দণ্ডীৰূপে পৰিচিত। তৎসত্ত্বেও ঠাই ডোখৰত নাই কোনো ফলক নাই। ৰাজধানী এক্সপ্ৰেছ ৰেলৰ গতি নিয়ন্ত্রিত নোহোৱাৰ বাবে দুর্ঘটনাটো সংঘটিত হ’ল। আমি ইয়াৰ এক তদন্তৰ দাবী জনাইছো।’

একেদৰে স্থানীয় ৰাইজে কয়, ‘আগতেও পটিয়াপামত এনেকৈ বন্যপ্রাণীৰ মৃত্যু হৈছিল। তথাপি ৰাজ্যৰ বন বিভাগ আৰু ৰেল বিভাগ সজাগ নহ’ল। ফলত আজি পুনৰ সাতটাকৈ বনহস্তীৰ কৰুণ মৃত্যু হয়। বন বিভাগে বেল বিভাগক এই স্থানৰে নিতৌ নিশা হাতী পাৰ হোৱাৰ বিষয়ে জনাব লাগিছিল। বন বিভাগৰ লোকে ভালকৈ নিজৰ কৰ্তব্য পালন নকৰিলে। যিহেতু এই ৰেলপথৰ উক্ত স্থানত বন্যহস্তীৰ জাক পাৰ হয়। গতিকে ৰেলৰ গতিবেগ নিয়ন্ত্ৰণ কৰা উচিত আছিল। ৰেলৰ গতিবেগ তীব্ৰতৰ নোহোৱা হ’লে এনেকুৱা কৰুণ ঘটনা সংঘটিত নহ’লহেঁতেন।’

একেদৰে এই শোকাৱহ দুর্ঘটনাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেক দোষাৰোপ কৰিছে আৰটিআই কর্মী দিলীপ নাথে। তেওঁ কয়, ‘উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক মঞ্জুল গুপ্তাই ২০২৩তে মন্তব্য কৰিছিল যে এতিয়া আৰু ৰেলৰ খুন্দাত কোনো বন্যহস্তীৰ মৃত্যু নহয়। কাৰণ বন্যহস্তীৰ মৃত্যু ৰোধ কৰাৰ বাবে ৰেলপথত ‘ছেন্সৰ’ লগোৱা হৈছে। যদি প্রকৃততে ৰেলপথত ‘ছেন্সৰ’ লগাইছিলেই তেন্তে এই শোকাবহ দুর্ঘটনা কেনেকৈ সংঘটিত হ’ল?’ বেলপথত ‘ছেন্সৰ’ লগোৱাৰ নামত দুর্নীতি কৰাৰ অভিযোগ উত্থাপন কৰি আৰটিআই কর্মীজনে এই দুর্ঘটনাৰ বাবে ৰেল বিভাগৰ মহাপ্ৰবন্ধকক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে।

অৱশ্যে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কর্তৃপক্ষই দাবী কৰিছে যে যিটো স্থানত দুর্ঘটনাটো সংঘটিত হ’ল সেই স্থানত নির্দিষ্ট হস্তী দণ্ডী নাই। ইপিনে, নগাঁৱৰ কামপুৰ বনাঞ্চলিক বিষয়া ছেলিমা আখতাৰে দাবী কৰে যে যোৱা নিশা বন্যহস্তীৰ জাকটোৰ উপস্থিতিৰ বিষয়ে আগতীয়াকৈ ৰেলৱেক অৱগত কৰা হৈছিল। এই বিষয়ে বনকর্মীসকলে কামপুৰ ৰেল ষ্টেছন কর্তৃপক্ষক চাৰি নম্বৰ গেটৰ জৰিয়তে অৱগত কৰে বুলি দাবী কৰি বন বিষয়াগৰাকীয়ে লগতে কয়, ‘নিশা এটা প্রচণ্ড শব্দ শুনাৰ পাছত বন বিভাগৰ কৰ্মচাৰী আৰু আমি নিজে ঘটনাস্থলীত উপস্থিত হৈ হাতীৰ মৃত্যুৰ ঘটনা প্রত্যক্ষ কৰো। সাধাৰণতে হাতী পটিয়াপামৰ ওচৰৰে পাৰ হয়। দুর্ঘটনাটো সংঘটিত হোৱা চাংজুৰাইৰ ওচৰৰে কমকৈ পাৰ হয়। এই সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে আৰু এক গোচৰ ৰুজু কৰা হৈছে। এনে ধৰণৰ ঘটনা সংঘটিত হ’লে বন বিভাগে গোচৰ ৰুজু কৰে।’ ইতিমধ্যে ৰেলখনৰ লক’মট ইঞ্জিন জব্দ কৰা হৈছে বুলিও তেওঁ সদৰী কৰে।

বনমন্ত্ৰীৰ পদত্যাগ দাবী চিপিআই (এম-এল) ৰ

পটিয়াপামৰ শোকাৱহ দুর্ঘটনাটোৰ বাবে বন বিভাগক জগৰীয়া কৰিছে চিপিআই (এম-এল) ৰ অসম ৰাজ্যিক সমিতিয়ে। বামুণী অঞ্চলত কে’বাটাও হাতীৰ একেলগে হোৱা কৰুণ মৃত্যুৰ পাছত অসম আন এক গাফিলতিজনিত শোকাবহ ঘটনাৰ সম্মুখীন হ’ল বুলি দলে মন্তব্য কৰিছে।

এক বিবৃতিত দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কয়, ‘বনাঞ্চল ৰক্ষাৰ নামত সাধাৰণ দৰিদ্ৰ ৰাইজক বৰ্বৰভাৱে উচ্ছেদ কৰা চৰকাৰে বন্যপ্রাণীৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰাটো অক্ষমণীয় অপৰাধ। বন্যপ্ৰাণীৰ মৃত্যু অথবা বন্যপ্রাণীৰ আক্ৰমণত মানুহৰ মৃত্যুৰ ঘটনা ৰাজ্যৰ বিভিন্ন স্থানত সঘনে সংঘটিত হোৱা পৰিলক্ষিত হৈছে। এই ঘটনা বিজেপি চৰকাৰৰ চৰম অৰাজকতা আৰু বিফলতাৰ নিদৰ্শন।’

ৰাজ্যত কাৰ্যনিৰ্বাহ কৰি থকা বন বিভাগটো এতিয়া বগা হাতীত পৰিণত হৈছে বুলি অভিযোগ উত্থাপন কবি দাসে লগতে কয়, ‘বন বিভাগৰ চৰম গাফিলতিৰ অভিযোগ ৰাইজে বাৰম্বাৰ কৰি অহাৰ পাছতো চৰকাৰে কলা-বোবাৰ ভূমিকা গ্রহণ কৰিছে। কামপুৰৰ বন্যহস্তীৰ অতি শোকাবহ মৃত্যুৰ ঘটনাই ৰাজ্যৰ পৰ্যটন উদ্যোগৰ বিকাশ ঘটা বুলি ডাংকোপ মৰা চৰকাৰৰ ফোঁপোলা স্বরূপ উদঙাই দিছে আৰু একে সময়তে বেল বিভাগ আৰু বন বিভাগ তথা সাধাৰণ প্ৰশাসনৰ মাজৰ সমন্বয়ৰ অভাৱ বাৰে বাৰে সম্মুখলৈ আনিছে।’ চিপিআই (এম-এল) নেতাজনে বনমন্ত্রীৰ পদত্যাগৰ লগতে জিলা বন বিষয়াক বৰ্খাস্ত কৰাৰ দাবীও উত্থাপন কৰিছে।

আধুনিক সতর্কতা প্রণালী স্থাপন কৰিবলৈ চৰকাৰক দাবী অজাপৰ

বন্যহস্তীৰ গতিবিধি নিৰীক্ষণ কৰি সতর্কতামূলক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত বন বিভাগ মনোযোগী হোৱা উচিত বুলি মন্তব্য কৰিছে অসম জাতীয় পৰিষদ (অজাপ)-এ। নগাঁৱৰ পটিয়াপামৰ শোকাৱহ দুর্ঘটনাক লৈ শোক প্রকাশ কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয়, ‘কামপুৰৰ হৃদয় বিদাৰক ঘটনাই মানুহ আৰু প্ৰকৃতিৰ সহাৱস্থান সম্পর্কে পুনৰ গুৰুত্বপূর্ণ প্রশ্ন উত্থাপন কৰিছে। ভবিষ্যতে এনে দুর্ঘটনা বোধ কৰিবলৈ ৰেলপথসমূহত কঠোৰ সুৰক্ষামূলক ব্যৱস্থা, সতর্কতা আৰু দায়িত্বশীল পদক্ষেপ গ্রহণ কৰাটো অত্যন্ত জৰুৰী। বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ গতিবিধি নিৰীক্ষণ কৰি সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰাৰ ক্ষেত্ৰত বন বিভাগ মনোযোগী হোৱা দৰকাৰ।’ নেতাদ্বয়ে লগতে কয়, ‘বনাঞ্চলত অতিক্রম কৰা ৰেলপথসমূহত গতি নিয়ন্ত্রক ব্যবস্থা কঠোৰভাবে প্রয়োগ কৰিবলৈ, হস্তী দণ্ডী চিনাক্ত কৰি আধুনিক সতর্কতা প্রণালী স্থাপন কৰিবলৈ, ৰেল আৰু বন বিভাগৰ সমন্বয় শক্তিশালী কৰিবলৈ কঠোৰ সুৰক্ষামূলক ব্যৱস্থা গ্রহণৰ বাবে আমি চৰকাৰক দাবী জনাইছো। নির্বাক বনৰীয়া প্ৰাণীৰ জীৱনো সমানেই মূল্যৱান। বহনক্ষম উন্নয়নৰ নামত প্রকৃতি ধ্বংস নহওক-এয়া নিশ্চিত কৰাটো নৈতিক আৰু সাংবিধানিক দায়িত্ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ELEPHANT
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d