Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক৷ পল্টনবজাৰৰ এএছটিচি পইন্টৰ ওচৰত বাংলাদেশী নাগৰিক কেইজনে পাইচাৰী কৰি থকা সময়ত আৰক্ষীৰ সন্দেহ ওপজাত লজে লগে আটক কৰে। পুৰুষ-মহিলাসহ বাংলাদেশীৰ উনৈছজনীয়া দলটো ক’ৰ পৰা কেনেকৈ গুৱাহাটীলৈ আহিল এই সন্দৰ্ভত ইতিপূৰ্বে তদন্ত আৰম্ভ কৰিছে পল্টন বজাৰ আৰক্ষীয়ে ৷
ADVERTISEMENT































