Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dyfi And Sfi Pressmeet In Guwahati:নিযুক্তিৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ২৪ মে’ত ডি ৱাই এফ আই – এছ এফ আইৰ প্ৰতিবাদ

অ'ভাৰলেপিংৰ সমস্যা সমাধান কৰিবলৈ আইন অনুসৰি অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ পৰৱৰ্তী তালিকা প্ৰকাশৰ দাবী, বহিঃৰাজ্যৰ প্ৰাৰ্থীক প্ৰাথমিক বিদ্যালয়ত নিযুক্তিৰ তীব্ৰ প্ৰতিবাদ

publisher by publisher
May 19, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Dyfi And Sfi Pressmeet In Guwahati:নিযুক্তিৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ২৪ মে’ত ডি ৱাই এফ আই – এছ এফ আইৰ প্ৰতিবাদ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

Dyfi And Sfi Pressmeet In Guwahati:

৫১ হাজাৰ নহয়, মাত্ৰ ২০/২৫ হাজাৰ যুৱক-যুৱতীয়েহে নিযুক্তি পত্ৰ পাব ২৫ মে’ৰ নিযুক্তি মেলাত। এয়া অসমৰ ১৮ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ প্ৰতি চৰম প্ৰবঞ্চনা ৷ এই অভিযোগ প্ৰকাশ কৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনে (ডি ৱাই এফ আই) ৷

ADVERTISEMENT

শুক্ৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেলত ভাৰতৰ গণতান্ত্ৰিক ছাত্ৰ ফেডাৰেছন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে অভিযোগ কৰি কয়, নিযুক্তিৰ ক্ষেত্ৰত যে চৰকাৰখনৰ মনোভাৱ বেপৰোৱা সেয়া যোৱা এ মে’ত প্ৰদান কৰা এক ভাষণতেই প্ৰকাশ পাইছিল।

মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ ভাষণত এক লাখ চাকৰি দিম” বুলি কৈছিল। আজি এক লাখ চাকৰি প্ৰদানৰ বিষয়ত চৰকাৰে কেৱলসংখ্যাৰ খেল খেলিছে আৰু সস্তীয়া নিৰ্বাচনী লাভৰ বাবে লক্ষ লক্ষ যুৱক-যুৱতীক স্বজন-তোষণ আৰু বঞ্চনা কৰি অন্ধকাৰ ভবিষ্যতৰ মাজলৈ ঠেলি দিছে, সেয়া স্পষ্ট।

বহু কেইটা বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া সমান্তৰালকৈ চলাৰ পৰিপ্ৰেক্ষিতত অ’ভাৰলেপিঙৰ সমস্যা সৃষ্টি সম্ভাৱনা প্ৰকট হৈ উঠিছিল। এনে সমস্যা হোৱাৰ পিছতো সমাধানৰ প্ৰস্তাৱ দি থকা হৈছে কিন্তু চৰকাৰে এতিয়ালৈ কোনো পদক্ষেপ নল’লে।

ডি ৱাই এফ আই আৰু এছ এফ আইয়ে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক প্ৰতিনিধিত্ব কৰিয়ে চৰকাৰৰ ওচৰৰ বাৰংবাৰ Assam Direct Recruitment for Class III and Class IV Analogous Posts Rules, 2022 ৰ ১২ নম্বৰ ধাৰাৰ ৩ নম্বৰ অনুচ্ছেদ অনুসৰি পৰৱৰ্তী তালিকা প্ৰকাশ কৰিব বুলি ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছিল। কিন্তু এই ক্ষেত্ৰত এতিয়ালৈ চৰকাৰে প্ৰতিশ্ৰুতি দিয়া নাই যে অৱতীৰ্ণ প্ৰাৰ্থী সকলৰ পৰাই পৰৱৰ্তী তালিকা প্ৰকাশ কৰিব।

এই ক্ষেত্ৰত কোনো আইনী বাধাও নাই কাৰণ উক্ত ADR Rules ৰ ১৯ নম্বৰ ধাৰাৰ ৪ নম্বৰ অনুচ্ছেদ অনুসৰি চৰকাৰক সেই ক্ষমতা দিয়া হৈছে। সংগঠনটোৱে দাবী কৰি কয়, ড° হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত এক ইতিবাচক সঁহাৰি জনাই প্ৰাৰ্থীসকলক অস্বস্ত কৰক।

কিন্তু শেহতীয়াকৈ পৰিলক্ষিত হয় যে মুখ্যমন্ত্ৰীয়ে নিযুক্তিৰ বিষয়টো কেৱল চমক সৃষ্টি কৰিবৰ বাবেহে ব্যৱহাৰ কৰিব বিচাৰিছে।ইমান কেইটা বিভাগত নিযুক্তি প্ৰক্ৰিয়া একেলগে চলিলে অ’ভাৰলেপিঙৰ সমস্যা যে সৃষ্টি হ’ব, চৰকাৰখনে সেয়া জনা নাছিল নেকি? নে নিযুক্তি পাবলগীয়া প্ৰাৰ্থীৰ সংখ্যা কম কৰিবলৈয়ে পৰিকল্পিতভাৱে সমস্যাৰ উদ্ভৱ হ’বলৈ এৰি দিছে যাতে বিত্তীয় সংকটত ককবকাই থকা চৰকাৰখনে কম নিযুক্তি দি বিত্তীয় বোজা লাঘব কৰিব পাৰে?

এতিয়া এই সমস্যাই গভীৰ ৰূপ লোৱাত ড° শৰ্মাই মিছাৰ আশ্ৰয় লৈছে। দেখ দেখকৈ এগৰাকী প্ৰাৰ্থী বহুকেইটা পদত নিৰ্বাচিত হোৱাৰ পিছতো তেওঁ ১৫ জুনৰ পিছতহে অ’ভাৰলেপিং হৈছে নে নাই গম পোৱা যাব বুলি কৈছে।

১৫ জুনৰ পিছত যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চকু খোল খালে বাকী ৰোৱা পদৰ বাবে নতুনকৈ পৰীক্ষা পাতিবলৈ গ’লে ৰাজহুৱা ধন অপচয় হোৱাৰ লগতে বহু প্ৰাৰ্থীৰ বয়স উকলি যোৱাৰ সম্ভাৱনা আছে ৷

তদুপৰি পুনৰ অ’ভাৰলেপিংৰ ফলেই গতি কৰিব। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ জুলাই মাহত ১০ হাজাৰ নিযুক্তি দিম বুলি ঘোষণা কৰিছে। এয়া কোনো নতুন পদ নহয়। কাৰণ তেওঁ পূৰ্বে যি ৫১ হাজাৰ খালী পদৰ ঘোষণা কৰিছিল, শেষ মুহূৰ্তত তাৰ ৪১৯২০ টা পদতহে নিযুক্তি দিব বুলি ডাঙৰ ডাঙৰ বিজ্ঞাপন প্ৰকাশ কৰিছে।

চৰকাৰে খালীপদৰ সংখ্যা ৫১৩৯৭ বুলি ধাৰাবাহিক প্ৰচাৰ কৰিছে। কিন্তু কেনেকৈ কম সংখ্যকক নিযুক্তি দিব পাৰি তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। উদাহৰণ হিচাপে হাইস্কুলত স্নাতক শিক্ষক নিযুক্তিৰ কথা ক’ব পাৰি। স্নাতক শিক্ষকৰ খালী পদ ৭৫৭৭ টা কিন্তু অ বি চিৰ বাহিৰে অন্য শ্ৰেণীৰ প্ৰয়োজনীয় প্ৰাৰ্থী নাই।

জনজাতিৰ বাবে সংৰক্ষিত থকা খালী পদৰ মাত্ৰ ১০/২০ শতাংশ প্ৰাৰ্থীহে আছে। সাধাৰণ বৰ্গৰ পদৰ ক্ষেত্ৰতো একেই। লক্ষিমপুৰ জিলাত খালী হৈ থকা ৯২ টা সাধাৰণ বৰ্গৰ পদৰ বিপৰীতে ১৫ জনেহে আৱেদন কৰিছে। স্নাতক শিক্ষকৰ মুঠ ৭৭৭৫ টা পদৰ বিপৰীতে মাত্ৰ ২৫০০ মান প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব।

এই পদখিনিৰ ক্ষেত্ৰতো অ’ভাৰলেপিং হৈছে। তৃতীয় বৰ্গৰ পদত বাচনিভূক্ত হ’বলৈ সক্ষম হোৱা হেমন্ত কলিতা নামৰ যুৱক জনে লক্ষিমপুৰ জিলাত স্নাতক শিক্ষক পদৰ (কলা) বাবেও বাচনিভূক্ত হৈছে। প্ৰভাকৰ ফুকন নামৰ যুৱকজনে ধেমাজি জিলাৰ কলা আৰু অসমীয়া বিভাগৰ বাবে বাচনি হৈছে।

নমিতা চুতীয়া নামৰ যুৱতী গৰাকীয়ে স্নাতক শিক্ষক হিচাপে ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ বাবে বাচনিভূক্ত হৈছে। ফুনুমণি কোঁ‌ৱৰ নামৰ যৱতী গৰাকীয়ে ধেমাজি জিলাত কলা বিভাগৰ আৰু তিনিচুকীয়া জিলাত হিন্দীৰ শিক্ষক হিচাপে বাচনিভূক্ত হৈছে। ভাগ্যলক্ষ্মী সন্দিকৈয়ে গোলাঘাট জিলাত বিজ্ঞান শিক্ষক আৰু গোৱালপাৰা জিলা কলা শিক্ষক হিচাপে বাচনিভূক্ত হৈছে।

প্ৰগ্যাজ্যোতি গগৈয়ে ডিব্ৰুগড় জিলাত কলা শিক্ষক আৰু ধেমাজি জিলাত হিন্দী শিক্ষক হিচাপে বাচনি হৈছে। নিশামণি গগৈয়ে ধেমাজি জিলাত হিন্দী শিক্ষক আৰু ডিব্ৰুগড় জিলাত কলা শিক্ষক হিচাপে নিৰ্বাচিত হৈছে।

আনহাতে,প্ৰাথমিক বিদ্যালয়ৰ খালী হোৱা ৫৩২০ টা পদৰ বিপৰীতে ডেৰ হাজাৰতকৈও অধিক পদ উত্তৰপ্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগৰ প্ৰাৰ্থীয়ে পূৰণ কৰিব। ৰাজ্যৰ যুৱকে চাকৰিৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে ড° হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ আস্থাভাজন হ’বলৈ বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি পথ মুকলি কৰি দিছে।

নিজৰ ৰাজনৈতিক ভবিষ্যতৰ বাবে ড° শৰ্মাই ৰাজ্যৰ যুৱক-যুৱতীৰ সপোন অন্ধকাৰৰ মাজলৈ ঠেলি দিছে। ডি ৱাই এফ আই আৰু এছ এফ আইয়ে বহিঃৰাজ্যৰ প্ৰাৰ্থীক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদত নিযুক্তি দিয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু ৰাজ্যখনৰ স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিবলৈ দাবী জনাইছে।

সংগঠন দুটাৰ নেতৃবৰ্গই সংবাদমেলত আকু কয় যে, সঁ‌চাকৈ যদি অসমৰ যুৱক-যুৱতীৰ প্ৰতি আন্তৰিকতা আছে তেন্তে শীঘ্ৰে পৰৱৰ্তী বাচনি তালিকা প্ৰকাশ কৰিব বুলি ঘোষণা কৰক। স্বচ্ছতা আৰু স্বজন-তোষণকলৈও নানা প্ৰশ্ন উদয় হৈছে ।

সৰ্বোচ্চ অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি জানিও বহু স্নাতক বা স্নাতকত্তোৰ ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণ কৰি চাকৰিৰ বাবে বাচনি হ’বলৈ সক্ষম হৈছে। ফলত প্ৰকৃত উচ্চতৰ মাধ্যমিক ডিগ্ৰীধাৰী প্ৰাৰ্থী অন্যায়ৰ বলি হৈছে।

বহু ঠাইতে শাসক দলৰ বহু প্ৰাৰ্থী চকুত লগাকৈ বাচনিভুক্ত হৈছে বুলি অভিযোগ উঠিছে। এনে অভিযোগবোৰ উঠাৰ সময়তে চৰকাৰে প্ৰাপ্ত নম্বৰসহ উত্তীৰ্ণ প্ৰাৰ্থীৰ তালিকা আৰু কাট অফ নম্বৰ প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে। আনকি আৰ টি আই কৰিলে উত্তৰ বহি দিবলৈ অস্বীকাৰ কৰিছে। আভ্যন্তৰ খেলিমেলি নাথাকিলে উত্তৰ বহি দিয়াত কোনো আপত্তি নকৰিলেহেঁ‌তেন।

এনে প্ৰেক্ষাপটত অহা ২৪ মে’ত দুয়োটা সংগঠনে অ’ভাৰলেপিং ৰ সমস্যা সমাধান কৰিবলৈ আইন অনুসৰিয়ে পৰীক্ষাত ইতিমধ্যে অৱতীৰ্ণ হৈ থকা প্ৰাৰ্থীসকলৰ মাজৰ পৰাই পৰৱৰ্তী তালিকা প্ৰকাশ কৰি খালী হৈ যোৱা পদসমূহ পূৰণ কৰাৰ দাবীত গুৱাহাটীৰ চচলত দিনৰ ১১ বজাৰ পৰা এক আন্দোলনৰ কাৰ্যসূচীৰ আহ্বান জনাইছে বুলি সদৰি কৰে ৷

সংবাদদেলত ডি ৱাই এফ অইৰ সম্পাদক ৰিতু ৰঞ্জন দাস,এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ যুটীয়া সম্পাদক অনুজা ডেকা সহ কেইবা গৰাকী নেতৃবৰ্গ উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DYFIProtestSasalSFI
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d