Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GMC Hikes Property Tax In Guwahati:চাৰিগুণ সম্পত্তি কৰ বৃদ্ধিৰে মাধ্যমাৰ জি এম চিৰ !

সংগোপনে লোৱা কৰ বৃদ্ধিৰ সিদ্ধান্ত জাপিলে মহানগবাসীৰ মুৰৰ ওপৰত, জনবিৰোধী সিদ্ধান্ত বাতিলৰ দাবী আছুৰ উপদেষ্টা ড:সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

publisher by publisher
May 15, 2023
in Assam, India, News
Reading Time: 3 mins read
0
GMC Hikes Property Tax In Guwahati:চাৰিগুণ সম্পত্তি কৰ বৃদ্ধিৰে মাধ্যমাৰ জি এম চিৰ !
7
SHARES
69
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

GMC Hikes Property Tax In Guwahati:

মূল্যবৃদ্ধিৰ ভৰত কক্‌বকাই থকা জনতাক মাধমাৰ শোধাই এইবাৰ গুৱাহাটী পৌৰ নিগমে চাৰিগুণ বৃদ্ধি কৰিলে সম্পত্তি কৰৰ পৰিমাণ। বিদ্যুতৰ স্মাৰ্ট প্রিপেইড মিটাৰ সংস্থাপনৰ পাছত যিদৰে অবিশ্বাস্য হাৰত বিদ্যুৎ মাচুল বৃদ্ধি পাইছে, তেনেদৰেই গুৱাহাটীৰ অধিকাংশ আৱাসীলৈ সম্পত্তি কৰৰ পৰিমাণ চাৰিগুণ পর্যন্ত বৃদ্ধি কৰি জাননী জাৰি কৰাৰ ঘটনাই মহানগৰবাসীক ক্ষুব্ধ কৰি তুলিছে।

ADVERTISEMENT

গুৱাহাটী পৌৰ নিগমে হঠাতে সম্পত্তি কৰৰ হাৰ বৃদ্ধি কৰাৰ প্ৰসংগত নিগমৰ কর্তৃত্বশীল বিষয়াই সদৰী কৰে যে গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ অঞ্চলত ২০০৮-০৯ বৰ্ষত ভূমি সম্পত্তিৰ মূল্য নতুনকৈ নিৰ্ধাৰিত হৈছিল; কিন্তু ২০০৮-০৯ৰ পূৰ্বৰে পৰা গুৱাহাটীত যিসকল লোকে ঘৰ সাজি বসবাস কৰি আহিছে।

তেওঁলোকে সংশোধিত হাৰত সম্পত্তি কৰ ইমানদিনে পৰিশোধ কৰা নাছিল। শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে সম্পত্তি কৰ সংগ্ৰহৰ সমগ্ৰ ব্যৱস্থাটো ছফটৱেৰৰ মাধ্যমৰে অনলাইনযোগে সংগ্ৰহ আৰম্ভ কৰাৰ লগে লগে গুৱাহাটীবাসীয়ে লাভ কৰিবলৈ ধৰিছে ভৰাতকৈ কে’বাগুণো অধিক হাৰত সম্পত্তি কৰৰ নিৰিখ।

জিএমচিৰ মতে বহু লোকে বিগত কেবা বছৰ ধৰি সম্পত্তি কৰ পৰিশোধেই কৰা নাছিল। আন কিছুসংখ্যক লোকে পৰিশোধ কৰিছিল যদিও পূৰ্বৰ হাৰতে আদায় দি আহিছিল; কিন্তু অনলাইন ব্যৱস্থা প্ৰৱৰ্তনৰ লগে লগে গুৱাহাটীৰ প্ৰতিঘৰ আৱাসীলৈ তেওঁলোকৰ সম্পত্তিৰ মূল্য পুনৰ নিৰ্ধাৰণ কৰি সেই হাৰত স্বয়ংক্রিয়ভাৱে সম্পত্তি কৰৰ বৰ্ধিত হাৰ প্ৰকাশ কৰা হৈছে।

পূৰ্বে বছৰি দুহেজাৰ টকা সম্পত্তি কৰ আদায় দি থকা গুৱাহাটীৰ একোটা পৰিয়ালৰ বৰ্তমানৰ সম্পত্তি কৰৰ নিৰিখ আঠ হেজাৰ টকালৈকে বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, বিগত কে’বা বছৰ ধৰি সম্পত্তি কৰ পৰিশোধ নকৰা তথা যিসকলে পূৰ্বৰ নিৰিখতে কৰ পৰিশোধ কৰি আহিছিল তেওঁলোকৰ ক্ষেত্ৰত ২০০৮-০৯ৰ সংশোধিত নিৰিখ প্রযোজ্য কৰি বকেয়া বিল প্ৰেৰণ কৰা হৈছে।

অর্থাৎ গুৱাহাটীৰ একো একোটা পৰিয়ালে কেৱল সম্পত্তি কৰ লাখৰ ঘৰত পৰিশোধৰ বাবে জাননী পাইছে। জিএমচিয়ে সংশ্লিষ্ট আৱাসীসকললৈ সুতে-মূলে কৰ আদায়ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ সূত্ৰে এতিয়া হাহাকাৰ পৰিৱেশৰ সন্মুখীন হৈছে গুৱাহাটীবাসী।

ছফটৱেৰ ব্যৱস্থাৰে কৰ সংগ্ৰহৰ বাবেহে এনেদৰে প্ৰতিটো পৰিয়ালে জিএমচিক বৃহৎ অংকৰ ধন বকেয়াসহ আদায় দিবলগীয়া হৈছে বুলি জিএমচি কর্তৃপক্ষই দাবী কৰিছে। উল্লেখ্য যে ২০০৮-০৯ বিত্তীয় বৰ্ষতে সম্পত্তি কৰৰ হাৰ সংশোধন কৰি চাৰিগুণ পর্যন্ত বৃদ্ধি কৰিছিল; কিন্তু পৌৰ নিগম কর্তৃপক্ষই এই কথা ৰাজহুৱাভাৱে অৱগত কৰোৱাৰ পৰা বিৰত আছিল। ইমান বছৰে পূৰ্বৰ হাৰতে সম্পত্তি কৰ নিয়মীয়াকৈ পৰিশোধ কৰি অহা লোকসকলৰ ক্ষেত্ৰতো এতিয়া বকেয়া জাপি দিয়াত স্বাভাবিকতে ক্ষুব্ধ হৈছে গুৱাহাটীবাসী।

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ মতে গুৱাহাটীত প্ৰায় ৯০ হেজাৰ পৰিয়ালে সংশোধিত হাৰৰ সম্পত্তি কৰ আদায় দিবলগা আছে। এই পৰিয়ালসমূহৰ পৰাহে বৰ্ধিত হাৰৰ সম্পত্তি কৰ আদায় লৈ থকা হৈছে। ইফালে, মহানগৰবাসীৰ মাজত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষৰ বিৰুদ্ধে সৃষ্টি হোৱা এনে ক্ষোভ আৰু অসন্তুষ্টিৰ কথা অৱগত হোৱাৰ পাছতে শেহতীয়াকৈ জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াই সম্পত্তি কৰ আদায় দিবলৈ বাকী থকা লোকসকলক ৩১ মে’ৰ পূৰ্বে ধন পৰিশোধ কৰিলে ১০ শতাংশ বেহাই দিব বুলি ঘোষণা কৰি আশ্বস্ত কৰিছিল।

নিৰ্দিষ্ট সময়ৰ বাবে ১০ শতাংশ হাৰত কৰ ৰেহাই দি মহানগৰবাসীক আশ্বস্ত কৰিব বিচাৰিলেও গোপনে সম্পত্তি কৰ চাৰিগুণ হাৰত বৃদ্ধি কৰাৰ সিদ্ধান্ত মহানগৰবাসীৰ বাবে এক সহিব নোৱাৰা বোজাৰূপে চিহ্নিত হৈছে।

জিএমচিয়ে সম্পত্তি কৰৰ হাৰ চাৰিগুণ বৃদ্ধি কৰি সুতে-মূলে মহানগৰবাসীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ ধৰাৰ প্ৰসংগত আজি তীব্র প্রতিক্রিয়া প্ৰকাশ কৰি এই জনবিৰোধী সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰি ৰাইজক সকাহ দিবলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

আছুৰ শীৰ্ষ নেতাজনে আজি কয় যে ২০০৮-০৯ বৰ্ষত জিএমচিয়ে গুৱাহাটীবাসীৰ সম্পত্তিৰ মূল্য পুনৰ নিৰ্ধাৰণ কৰিছিল। সেই সময়তে জিএমচিয়ে সম্পত্তি কৰৰ হাৰ চাৰিগুণ হাৰত বৃদ্ধি কৰিছিল। কিন্তু এই কথা আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হোৱা নাছিল। কৰ পৰিশোধ কৰিবলৈ যোৱা লোকসকলৰ পৰা বৰ্ধিত হাৰত কৰ সংগ্ৰহ কৰি থকাৰ সমান্তৰালকৈ আন একাংশ লোকে আকৌ অজ্ঞতাৰ বাবে পূৰ্বৰ হাৰতে ইমান দিনে সম্পত্তি কৰ আদায় দি আহিছিল।

বিগত সময়ছোৱাত জিএমচিয়ে কোনোদিনে সম্পত্তি কৰ চাৰিগুণ হাৰত বৃদ্ধি কৰাৰ কথা ৰাজহুৱা নকৰি এতিয়া অনলাইন ব্যৱস্থাৰে বৰ্ধিত হাৰত সম্পত্তি কৰ সংগ্ৰহ আৰম্ভ কৰিবলৈ ধৰাতহে সৰ্বসাধাৰণ ৰাইজে কৰ বৃদ্ধিৰ কাৰচাজি অৱগত হৈছে। গুৱাহাটীত সম্পত্তি কৰ বৃদ্ধিৰ এই সিদ্ধান্ত লোৱাৰ পূৰ্বে গুৱাহাটীবাসীৰ মতামত গ্ৰহণ কৰিব লাগিছিল জিএমচিয়ে। কিন্তু তাকে নকৰি গুৱাহাটীবাসীৰ মূৰ্ত জাপি দিয়া হৈছে বর্ধিত কৰৰ বোজা।

২০০৮ৰ পূৰ্বে মূল্য নির্ধাৰিত হোৱা ঘৰসমূহৰ ক্ষেত্ৰত বৰ্ধিত কৰ প্ৰযোজ্য কৰাৰ এই ব্যৱস্থা দুৰ্ঘোৰ অন্যায় বুলি অভিহিত কৰি ভট্টাচাৰ্যই কয় যে ক’ভিড পৰিস্থিতিত জুৰুলা জনসাধাৰণৰ মূল্যবৃদ্ধি আৰু এনে উপর্যুপৰি কৰ বোজাই দিশহাৰা কৰি তুলিছে। এই জনবিৰোধী সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ তেওঁ চৰকাৰক দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GMCGuwahatiHikesProperty Tax
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d