Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Lurinmama:ডেৰ বছৰ হেঁপাহ কৰি অৱশেষত লুৰীণ মামাক লগ পালে টিংখাঙৰ কণমানি খুচীয়ে

publisher by publisher
August 17, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Lurinmama:ডেৰ বছৰ হেঁপাহ কৰি অৱশেষত লুৰীণ মামাক লগ পালে টিংখাঙৰ কণমানি খুচীয়ে
7
SHARES
68
VIEWS
ShareShareShareShare

RelatedPosts

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

কুংকি চৌধুৰীক আৰক্ষীৰ চমনক লৈ অজাপৰ তীব্ৰ প্ৰতিবাদ; ‘গণতন্ত্ৰৰ ওপৰত আঘাত’ : লুৰীণজ্যোতি গগৈ

সৰুপথাৰৰ নলনীপথাত লুৰীণজ্যোতি গগৈৰ স’তে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

Lurinmama:

ADVERTISEMENT

ছোৱালীজনীৰ নাম ৰাচিকা শইকীয়া ৷ ঘৰত মৰমতে খুচী বুলি মাতে ৷ মাকৰ নাম পিকুমণি বকলীয়াল শইকীয়া ৷ দেওতাক অনিল শইকীয়া ৷ ঘৰ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ বৰবাম থানাৰ অন্তৰ্গত ৰাজগড় কমাৰচুক গাঁৱত ৷ খুচীৰ বৰ্তমান বয়স প্ৰায় ছবছৰ ৷

ডেৰ বছৰমান আগত এদিন ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় চৌহদত মাক পিকুমণি বকলীয়াল শইকীয়াই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক লগ পাই ছেলফি উঠিছিল ৷

মাকৰ লগত আন কোনোবা কোনোবাও আছিল৷ সকলোৱে ছেলফি উঠিলে ৷ থাকি গ’ল খুচী ৷ শিশু কন্যাৰো যে লুৰীণজ্যোতিৰ সৈতে ছেলফি উঠিবলৈ মন আছিল, মাকে কথাটো ভৱাই নাছি ল৷ ঘৰলৈ গৈ মাকে মন কৰিলে যে কনমানি খুচীয়ে মন মাৰি থকা হৈছে ৷

বহুত চেষ্টা কৰি মন মাৰি থকাৰ কাৰণ জানিব পাৰিলে যে ডিব্ৰুগড়ত মাকে লুৰীণজ্যোতিৰ সৈতে ছেলফি উঠোঁতে তাইৰো উঠিবলৈ মন আছিল ৷ নাপালে কাৰণে মন বেয়া ৷

মাকে কথাটো সাধাৰণ শিশু মনৰ ক্ষন্তেকীয়া আৱেগ বুলি ভাৱি বিষয়টোত গুৰুত্ব নিদিলে ৷ কিন্তু দিন যোৱাৰ লগে লগে মাকে মন কৰিলে যে খুচীয়ে অনবৰত লুৰীণজ্যোতিৰ কথা ক’বলৈ আৰম্ভ কৰিছে ৷ খাওঁতে শুওঁতে পঢ়োতে অকল লুৰীণজ্যোতিৰ চৰ্চা ৷ ঘৰত কোনোবাই টিভিটো মেলিলে তাইৰ চকু-কাণ টিভিৰ ফালে থকা হ’ল – কিজানিবা লুৰীণজ্যোতি ওলায় ৷

লুৰীণজ্যোতি গগৈক তাই নিজে নিজে মামা বুলি মতা হ’ল ৷ মাক-দেওতাকৰ মেবাইলটো হাতত পালে লুৰীণজ্যোতিৰ ভিডিঅ’ চোৱা কৰিলে ৷ অনবৰত মাকক কোৱা হ’ল- মা মোক লুৰীণ মামাৰ ওচৰলৈ লৈ ব’লানা ৷ তাই লুৰীণজ্যোতি গগৈলৈ বুলি এখন ছবিও আঁকি থৈছে ৷ লিখিছে- লুৰীণ নাম, মই তোমাক ভাল পাওঁ ৷

মাক দস্তৰমত বিমোৰত পৰিল ৷ লুৰীণজ্যোতিক তেওঁ জীৱনত এবাৰ লগ পাইছে; তাকো বাটতে, হঠাতে ৷ লুৰীণজ্যোতিৰ ফোন নম্বৰ ঠিকনা নেজানে ৷ ফোন নম্বৰো নাই ৷ লুৰীণ গগৈৰ সৈতে যোগাযোগত থকা কোনো মানুহকো তেওঁ চিনি নেপায় ৷

এছৰমান আগতে লখিমপুৰৰ এগৰাকী সাংবাদিকক লগ পাওঁতে মাকে কথাটো সাংবাদিকগৰকীক ক’লে ৷ সাংবাদিকগৰাকীয়ে লুৰীণজ্যোতি গগৈৰ সৈতে যোগাযোগ কৰাই দিয়াৰ দায়িত্ব লৈ নিজৰ পোৰ্টেলত এটা বাতৰিও কৰিলে ৷ লুৰীণজ্যোতি গগৈক ফোন কৰি খুচীৰ বিষয়ে জনালেও ৷ কিন্তু লুৰীণ মামাক লগ পোৱাৰ খুচীৰ হেঁপাহটোহে পুৰণ নহ’ল ৷

আজি ১৭ আগষ্ট বৃহস্পতিবাৰে লুৰীণজ্যোতি গগৈ সাংগঠনিক কামত টিংখাঙলৈ যাওঁতে কথাটো ওলাল যে ডেৰ বছৰ ধৰি লুৰীণ মামক লগ পাবলৈ হেঁপাহ কৰি থকা খুচী ওৰফে ৰাচিকা শইকীয়াৰ ঘৰ ওচৰতে ৷ খুচীৰ মাকক খবৰটো পঠিওৱা হ’ল ৷ মাকে খুচীক আনিবলৈ স্কুললৈ লৰ মাৰিলে ৷ লুৰীণজ্যোতি গগৈয়ে খুচী তেওঁৰ ওচৰলৈ অহাতকৈ নিজে খুচীৰ ঘৰলৈ যোৱাটোকে বেছি ভাল বুলি ভাৱিলে ৷ কথা মতে কাম ৷

খুচী স্কুলৰ পৰা আহি হতবাক ৷ তাইৰ হেঁপাহৰ লুৰীণ মামা তাইৰ ঘৰতে ৷ তাইৰ লুৰীণ মামাৰ কোঁচত বহিল ৷ কথা পাতিলে ৷ গালে-মুখে হাত ফুৰাই মৰমো কৰিলে ৷ চুলিত বেনি গুঠিবলৈয়ো চেষ্টা কৰিলে ৷ লুৰীণ গগৈলৈ বুলি আঁকি থোৱা ছবিখনো জাতীয় পৰিষদৰ সভাপতিগৰাকীক উপহাৰ দিলে ৷

মাক পিকুমণি শইকীয়াই জনালে যে যোৱা প্ৰায় ডেৰ বছৰ ধৰি খুচীয়ে এই হেঁপাহটোকে পুহি ৰাখিছিল যে লুৰীণ মামা এদিন আহিব আৰু তাই লগ পাব ৷ আজি তাইৰ সেই হেঁপাহ পুৰণ হ’ল ৷

তাই হেনো লুৰীণজ্যোতি গগৈৰ ফটো বা ভিডিঅ’ চাই মন কৰি থাকে যে লুৰীণ মামাৰ চুলি-ডাৰি দীঘল হৈছে নে নাই ৷ ডাড়ি-চুলি দীঘল দেখিলে তাই কয়, মা লুৰীণ মামাই চুলি কিয় কটা নাই ? লুৰীণ গগৈৰ টিভিত মন মাৰি থকা বা খং কৰি থকা দেখিলে তাই নিজেই মন মাৰি দিয়ে ৷

যোৱা ডেৰ বছৰে নিজৰ মোমায়েকৰ দৰে এক আত্মিক সম্পৰ্ক নিজে নিজে পাতি লোৱা খুচী নামৰ কণমানিজনীৰ এই মৰম দেখি আজি আপ্লুত হৈ পৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকী ৷

তেওঁ কয়, ”জীৱনত বহুত মানুহ লগ পাইছো ৷ বহুত মানুহৰ আন্তৰিকতাও দেখিছো ৷ কিন্তু কণমানি খুচীৰ এই অস্বাভাৱিক আৱেগে এক অনন্য আন্তৰিক সুখানিভূতি অনুভৱ কৰোৱালে ৷ ই লগতে এক গভীৰ দায়িত্ববোধৰ কথাও সোঁৱৰাই দিলে ৷

জাতিৰ স্বাভিমান পুনৰুদ্ধাৰৰ জাতীয় দায়িত্বই সমগ্ৰ অসমখনকে এটা পৰিয়াল আৰু সকলো মানুহকে আত্মীয় বুলি ভৱাৰ যি পৰিৱেশ গঢ়ি দিলে; আৰু বিপৰীতে ৰাইজৰ পৰা পোৱা মৰমে, জাতিৰ সেৱাত নিজকে উজাৰি দিয়াৰ বাবে প্ৰেৰণা যোগায় ৷”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Lurinjyoti Gogoivisit Tingkhong
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d