Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সৰুপথাৰৰ নলনীপথাত লুৰীণজ্যোতি গগৈৰ স’তে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

হিমন্ত বিশ্ব শৰ্মা আৰু শ্যামকানু মহন্তৰ মাজত কি গোপন সম্পৰ্ক আছে সেয়া তদন্ত কৰা হ’বঃ গৌৰৱ গগৈ

publisher by publisher
April 4, 2026
in Assam, News
Reading Time: 1 min read
0
সৰুপথাৰৰ নলনীপথাত লুৰীণজ্যোতি গগৈৰ স’তে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

সৰুপথাৰ বিধানসভা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন চুতীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে সৰুপথাৰত শুকুৰবাৰে উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।

ADVERTISEMENT

সৰুপথাৰ সমজিলাৰ নলনীপথাৰ গীৰ্জা খেলপথাৰত প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দুয়ো গগৈয়ে সৰুপথাৰৰ বৰ্তমানৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

গৌৰৱ গগৈয়ে উপস্থিত ৰাইজক উদ্দেশ্যি কয়, ”জুবিন গাৰ্গৰ প্ৰতি ভাল ভাব নাই বিজেপিৰ৷ জুবিন গাৰ্গৰ আদৰ্শৰ বিৰোধী মুখ্যমন্ত্ৰীগৰাকী৷ সেইবাবেই মৃত্যুৰ পাছতো জুবিন গাৰ্গক অসন্মান কৰি গৈছে বিজেপিয়ে৷’’ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব নোৱাৰা বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰি গগৈয়ে কয় যে জুবিন গাৰ্গৰ হত্যাকাৰীৰ স’তে ঘনিষ্ঠ সম্পৰ্ক আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ সেয়েহে তদন্তত গাফিলতি কৰিছে আৰক্ষীয়ে৷ চৰকাৰ গঠনৰ এশ দিনৰ ভিতৰত মিত্ৰজোঁটৰ চৰকাৰে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব৷ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনাক লৈ বাস্তৱ তদন্ত কৰা নাই৷ হিমন্ত বিশ্ব শৰ্মা আৰু শ্যামকানু মহন্তৰ মাজৰ সম্পৰ্ক কি সেয়া তদন্ত কৰা হ’ব বুলিও কয় গৌৰৱ গগৈয়ে৷

গৌৰৱ গগৈয়ে বৰ্তমানৰ চৰকাৰ চলাই থকা লোকসকলে চিণ্ডিকেট চলাই থকাৰ অভিযোগ উত্থাপন কৰি কয় যে আজি শাসন চলাই থকাসকলৰ সম্পৰ্ক আছে চিণ্ডিকেট মাফিয়াৰ সৈতে৷ হিমন্ত বাহিনীয়ে গৰু, কয়লা, বালি-শিলৰ চিণ্ডিকেট চলাই আছে৷ এই চিণ্ডিকেটৰ কাণ্ডাৰীসকল অসমৰ শাসনত আছে৷ আজি চিন্তা কৰাৰ সময় হ’ল যে গৰু-কয়লাৰ চিণ্ডিকেট চলোৱা মানুহে ৰাইজৰ চিন্তা কৰিব নে? আপোনালোকৰ ল’ৰা-ছোৱালী, স্বাস্থ্যখণ্ডৰ কথা চিন্তা কৰিব নে? আপোনালোকে হাজিৰা লাভ কৰিছে নে নাই সেই কথা চিন্তা কৰিব নে? মাটিৰ পট্টা পাইছে নে নাই সেই কথা চিন্তা কৰিব নে বুলিও প্ৰশ্ন কৰে।

গগৈয়ে আৰু কয়, ”কোনোৱে যদি কোনো ধৰ্মৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, জৈন, বৌদ্ধ যিয়ে নহওক কোনোৱে যদি ধৰ্মৰ বিৰুদ্ধে মন্তব্য প্ৰদান কৰে তেন্তে ৫ বছৰৰ জেল দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ মই আজি কও যে এইখন অসম শংকৰ-আজানৰ অসম হৈ আছে আৰু সদায়েই থাকিব৷ আমি কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতিত বিশ্বাস নকৰো৷ আমি অসমৰ সকলো জাতি, ধৰ্ম, বৰ্ণৰ সকলো লোকে নিজৰ সমাজৰ কথা কোৱাৰ অধিকাৰ আছে৷ কিন্তু নিজৰ সমাজৰ কথা ক’বলৈ গৈ বেলেগক গালি দিয়া বা অপমান কৰাটো আমাৰ সংস্কৃতি নহয়৷’’

গগৈয়ে কয় যে এয়া আমাৰ পৰম্পৰা নহয়৷ আমি পৰৱৰ্তী দিনত কঠোৰ আইন আনিম৷ কিয়নো আমি শান্তি-সম্প্ৰীতিৰে থাকিব বিচাৰো৷ যেনেকৈ প্ৰয়াত তৰুণ গগৈয়ে সমাজৰ প্ৰতিটো বৰ্গক সন্মান কৰিছিল, মৰম কৰিছিল তেনেকৈ আমি সকলোৰে আকাংক্ষা পূৰণ কৰিম৷ মানুহৰ মনৰ পৰা বেয়া চিন্তাবোৰ দূৰ কৰিব বিচাৰো৷ ৰাজনীতিক আমি নতুন দিশলৈ লৈ যাব খোজো৷ এইকেইদিন অসমত বহু লেতেৰা ৰাজনীতি কৰা হ’ল৷ এতিয়া আমি ৰাজনীতি সলনি কৰিবৰ সময় হ’ল বুলিও কয় গগৈয়ে।

জেন-জিৰ প্ৰাৰ্থী কুংকি চৌধুৰী আৰু তেওঁৰ পৰিয়ালক লৈ জঘন্য আৰু নিকৃষ্টভাবে মুখ্যমন্ত্ৰীয়ে অপমান কৰা সন্দৰ্ভত গৌৰৱ গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এগৰাকী মহিলাক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ চৰিত্ৰ উদঙাই দিছে৷ নিজৰে চৰিত্ৰ কিমান নিম্ন তাৰ প্ৰমাণ দিছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে বজাৰ, তিনিআলিৰ আড্ডাত যিধৰণৰ কথা কয় সেইধৰণৰ কথা কৈ মুখ্যমন্ত্ৰী পদটোকে অপমানিত কৰিছে৷ মুখ্যমন্ত্ৰীয়ে অসমীয়া সমাজক অপমানিত কৰিছে বুলিও কয় গগৈয়ে৷ তেওঁ কয় যে আমি যিমান সোনকালে পাৰো সিমান সোনকালে এইজন মুখ্যমন্ত্ৰীক বিদায় দিব লাগিব৷ অসমীয়া সমাজে এইবাৰ মুখ্যমন্ত্ৰীৰ আসনৰ মৰ্যাদা ৰক্ষা কৰিব লাগিব বুলিও কয় গগৈয়ে৷ গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক প্ৰকৃত সনাতনী নহয় বুলিও মন্তব্য কৰে।

আনহাতে, সভাত ভাষণ প্ৰদান কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে উপস্থিত ৰাইজক সমাজ ভাঙি থান-বান কৰা, মুখ্যমন্ত্ৰীৰ বাগান চোৱা-চিতা কৰা বিধায়কক সৰুপথাৰৰ পৰা উৎখাত কৰাৰ আহ্বান জনায়। তেওঁ মিত্ৰজোঁটৰ স’তে হাতে হাত ধৰি বিজেপিক উৎখাত কৰাৰ সংকল্প লোৱাৰ কথা দোহাৰিলে। অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ক্ষুৰধাৰ সমালোচনা কৰে।

ভাষণ প্ৰসংগত তেওঁ অসম-নগালেণ্ড সীমা সমস্যা, এপেক্স বেংক কেলেংকাৰী, উচ্ছেদৰ পিছৰ পৰিস্থিতি, ভূমি পট্টা প্ৰদান আদি বিষয়সমূহ উপস্থাপন কৰে। তেওঁ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰসংগটো টানি আনি বিজেপি চৰকাৰে চামুচেৰে দি বেলচা নহয় জেচিবি মেচিনেৰে নিয়া বুলি কটাক্ষ কৰে। বৰ্তমান চৰকাৰে দিয়া আঁচনিৰ টকা বিধায়ক বা আন কাৰোবাৰ পকেটৰ পৰা প্ৰদান কৰা নাই। আঁচনি পোৱা মানেই কোনো বিজেপিৰ দাস নহয় বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ হ’লে কোনো মহিলাক আঁচনিৰ নামত অত্যাচাৰ নকৰে আৰু সকলোকে সমানে আঁচনি প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CongressGaurav GogoiLurinjyoti Gogoi
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d