Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

আলিপুৰৰ সাংসদ জন বাৰলাৰ ঐতিহাসিক কামতাপুৰ তথা উত্তৰবংগক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণাৰ দাবীক আদৰণি কেপিপিৰ

publisher by publisher
June 20, 2021
in India, News, Politics
Reading Time: 1 min read
0
আলিপুৰৰ সাংসদ জন বাৰলাৰ ঐতিহাসিক কামতাপুৰ তথা উত্তৰবংগক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণাৰ দাবীক আদৰণি কেপিপিৰ
40
SHARES
398
VIEWS
ShareShareShareShare

RelatedPosts

India Name :ইণ্ডিয়া নামটো গোলামীৰ প্ৰতীক হলে ইংলিছ বা ইংৰাজী ভাষাটোও গোলামীৰ প্ৰতীক বুলি মন্তব্য কেপিপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ৰ

উত্তৰবংগ আৰু অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠন কৰাৰ দাবী কেপিপিৰ

আলিপুৰৰ সাংসদ জন বাৰলাই ঐতিহাসিক কামতাপুৰ তথা উত্তৰবংগক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণাৰ দাবীক আদৰণি কেপিপিৰ

আজি এক প্ৰেছ বিবৃতিত কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ কেপিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে কয় যে, আলিপুৰৰ সাংসদ জন বাৰলাই ঐতিহাসিক কামতাপুৰ তথা উত্তৰবংগক কেন্দ্ৰীয়শাসিত অঞ্চল (Union Territory) ঘোষণাৰ দাবী উত্থাপন কৰাৰ লগে লগে পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠনৰ বিষয়টোক নতুন মাত্ৰা দিয়াৰ লগতে দীৰ্ঘদিনধৰি কামতাপুৰী জনগণে উত্থাপিত কৰি অহা পৃথক ৰাজ্য গঠনৰ যুক্তিযুক্ততাক সুদৃঢ়ভাৱে পুনৰ প্ৰতিষ্ঠিত কৰিলে । লগতে কেপিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰায়ে কে’বাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

ADVERTISEMENT

সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, দেশ স্বাধীন হোৱাৰ পাছৰ পৰাই দীৰ্ঘদিনধৰি আমি পৃথক কামতাপুৰ ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি আহিছো পশ্চিমবংগ চৰকাৰে আমাৰ এই ন্যায়সংগত দাবীক বিচ্ছিন্নবাদীৰ প্ৰলেপ সানি দমন, নিপীড়ন আৰু নিৰ্যাতন চলাই এই অঞ্চলৰ শোষিত, নিপীড়িত জনতাৰ কণ্ঠ ৰুদ্ধ কৰি আহিছিল । এতিয়া আৰু সেই দিন নাই ।

ৰায়ে লগতে কয় যে, ঐতিহাসিক কামতাপুৰ বা উত্তৰবংগক পৃথক ৰাজ্যৰ মৰ্যদা দিব লাগে তাৰ বহু কাৰণ আছে ।
উত্তৰবংগক (ঐতিহাসিক কামতাপুৰ) পৃথক ৰাজ্যৰ মৰ্যদা দিব লাগে তাৰ প্ৰথম আৰু প্ৰাথমিক কাৰণটো হ’ল –

(১) পৃথক কামতাপুৰ ৰাজ্য গঠনৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সুদৃঢ়কৰণ ।‌ এই দিশত নিশ্চয় কেন্দ্ৰীয় চৰকাৰে এক দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিব।

(২) দ্বিতীয়তে ভাষিক-সাংস্কৃতিক-ঐতিহাসিক উত্তৰবংগ (ঐতিহাসিক কামতাপুৰ) এটা বিশেষ বৈশিষ্ট্যপূৰ্ণ অঞ্চল । এই অঞ্চলৰ ভাষিক-সাংস্কৃতিক-ঐতিহাসিক স্বকীয়তা ৰক্ষাৰ বাবে পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠনৰ এশ শতাংশ যুক্তিযুক্ততা আছে।

(৩) তৃতীয়তে উত্তৰবংগৰ (ঐতিহাসিক কামতাপুৰ) ভৌগলিক অৱস্থিতি । ঐতিহাসিক কামতাপুৰ তথা উত্তৰবংগ ভৌগলিকভাৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক গুৰুত্বপূৰ্ণ অঞ্চল । উত্তৰবংগ তথা ঐতিহাসিক কামতাপুৰ চীন, নেপাল, বাংলাদেশ আৰু ভূটান চাৰিখনকৈ ৰাষ্ট্ৰৰ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চল ।

(৪) চতুৰ্থতে আৰ্থিক অনগ্ৰসৰতাৰ পৰা এই অঞ্চলক দ্ৰুত উন্নয়নৰ আৰু বিকাশৰ দিশত আগবঢ়াই নিয়াৰ বাবে পৃথক কামতাপুৰ ৰাজ্য গঠনৰ প্ৰয়োজনীয়তাক কেন্দ্ৰীয় চৰকাৰে নিশ্চিতভাৱে স্বীকাৰ কৰি ল’ব লাগিব ।

(৫) পঞ্চমতে স্বাধীনোত্তৰ পৰৱৰ্তী সময়ত উত্তৰবংগ তথা ঐতিহাসিক কামতাপুৰত প্ৰব্ৰজন কৰা বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশ ৰোধকৰণ পৃথক ৰাজ্য গঠনৰ জৰিয়তে এক বিজ্ঞান ভিত্তিক স্থায়ী সমাধান পথ মুকলি কৰিব ।

(৬) ষষ্ঠতে ৰাজ্য গঠনৰ বাবে থকা উপযুক্ত জনসংখ্যা আৰু মাটি কালি এই অঞ্চলৰ আছে ।

(৭) সপ্তমতে শান্তিপূৰ্ণ ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰাৰ বাবে পৃথক ৰাজ্য গঠনৰ যুক্তিযুক্ততাক আমি স্বীকাৰ কৰি ল’বই লাগিব ।

(৮) অষ্টমতে পৃথক কামতাপুৰ ৰাজ্য গঠনৰ যোগেদি এই অঞ্চলক উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন পৰিষদত অন্তভূৰ্ক্তকৰণ কৰি দ্ৰুত উন্নতি আৰু বিকাশৰ পথত কেন্দ্ৰীয় চৰকাৰে এক সুকীয়া নীতি অৱলম্বন কৰিব পাৰিব ।

(৯) নৱম কাৰণটো হ’ল পৃথক কামতাপুৰ ৰাজ্য গঠনৰ জৰিয়তে প্ৰাকৃতিক সম্পদ সঠিক আৰু সদ্ব্যৱহাৰৰ জৰিয়তে দেশৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সমৰ্থ হ’ব পাৰিব । কাৰণ উত্তৰবংগ তথা ঐতিহাসিক কামতাপুৰ অঞ্চল প্ৰাকৃতিক সম্পদৰ দ্বাৰা এটি পৰিপূৰ্ণ অঞ্চল।

(১০) দশম কাৰণটো অনুপ্ৰৱেশকাৰীৰ ফলত এই অঞ্চলৰ ভূমিপুত্ৰসকলে দীৰ্ঘদিন দিনৰ পৰাই নিজৰ অধিকাৰৰ শোষণ আৰু বাঞ্চনাৰ অভিযোগ উত্থাপিত কৰি আহিছে আৰু যি অভিযোগৰ বাস্তৱ ভিত্তি আৰু যুক্তিযুক্ততা নথকা নহয় । গতিকে পৃথক কামতাপুৰ ৰাজ্য গঠনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে তাৰ এক স্থায়ী সমাধান পথ মুকলি কৰিব পাৰিব বুলি কেপিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰায়ে বিবৃতিটোত উল্লেখ কৰিছে ।

কেপিপিৰৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে, পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠনৰ বাবে অতি শীঘ্ৰেই অসম-বংগ-বিহাৰক সামৰি এক বৃহত্তৰ গণ সংগ্ৰাম গঢ়ি তোলা হ’ব বুলিও উল্লেখ কৰিছে । এই বিষয়ে তেওঁ কয় যে অহা ১১ জুলাইত সদ্য প্ৰয়াত কেপিপিৰ সভাপতি অতুল ৰায়ৰ স্মৰণ সভা শিলিগুৰিত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হ’ব আৰু উক্ত সভাৰ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় সমিতিত সকলো বিষয়ে আলোচনা কৰি পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠনৰ আন্দোলনক এক বাস্তৱমুখী ৰূপ দিয়া হ’ব বুলিও উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: John BarlaKPPUttam Kumar Ray
publisher

publisher

Related Posts

ছেকেন্দ্ৰাবাদ সেনা ছাউনিৰ পৰা চুৰি হোৱা আগ্নেয়াস্ত্ৰ উদ্ধাৰ, গ্ৰেপ্তাৰ কেবাজনো সেনা বিষয়া
India

September 11, 2026
নাবালকৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিয়ন্ত্ৰণৰ ইংগিত?

ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী
International

ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী

September 11, 2026
গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!
India

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!

September 11, 2026
ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ
News

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!
India

আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d