Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Announced :Bajali To be made District in 15-20 days:বজালী জিলা গঠনৰ দাবী আন্দোলন অব্যাহত থকাৰ মাজতে

সদনত মুখ্যমন্ত্ৰীৰ ঘোষণা:১৫-২০ দিনৰ ভিতৰত জিলা কৰা হ'ব বজালীক

publisher by publisher
September 14, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Cm Announced :Bajali To be made District in 15-20 days:বজালী জিলা গঠনৰ দাবী আন্দোলন অব্যাহত থকাৰ মাজতে
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Cm Announced :Bajali To be made District in 15-20 days:

বজালী জিলা গঠনক লৈ যোৱা কেইবাদিন ধৰি পাঠশালাত অব্যাহত থকা ধাৰাবাহিক আন্দোলনৰ মাজতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাত ঘোষণা কৰে যে অহা ১৫-২০ দিনৰ ভিতৰত গঠন হ’ব বজালী জিলা ।

ADVERTISEMENT

মুখ্যমন্ত্ৰী গৰাকীয়ে সদনত কয়, জিলা গঠনত কিছু বিলম্বৰ কাৰণ হ’ল কিছু কাৰিকৰী অসুবিধা ৷ একেদৰে জিলাখনৰ নতুন উপ-জিলাৰ কাৰ্যালয় আৰু আন্তঃগাঁথনিৰ বাবে ৫ কোটিকৈ টকাৰ অনুমোদন আগঢ়োৱা হৈছে ৷

মনকৰিবলগীয়া যে, যোৱা তিনিটা বৰ্ষতে ৰাজ্য চৰকাৰে দুবাৰকৈ বজালীক জিলা ঘোষণা কৰি দুবাৰেই জিলাৰ মৰ্যাদা কাটি দিয়ে ৷ বাৰেপতি বিজেপি চৰকাৰে জিলা গঠনক লৈ ল’ৰা ধেমা কৰা কাৰ্যৰ বিৰূদ্ধে সোচ্ছাৰ হৈ পৰে বজালীৰ দল-সংগঠন ৷

যাৰবাবে বিগত কে’বা দিন ধৰি বজালীৰ দল-সংগঠনে ৰাইজৰ সহযোগত আৰম্ভ কৰে অনিদিষ্টকালীন আন্দোলন কাৰ্যসূচী৷ বুধবাৰে পাঠশালাত ৰাজপথ অৱৰোধৰে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে ৷ আনহাতে এই ক্ষেত্ৰত মৌনতা ভূমিকা লোৱাৰ অভিযোগ স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ বিৰুদ্ধে ৷

আনহাতে আজি বিয়লি ৰনজিৎ কুমাৰ দাসে বজালী ৰাইজৰ আন্দোলন সন্দৰ্ভত কয় যে,বজালী জিলা গঠনৰ বাবে মুখ্যমন্ত্ৰীৰ সদিচ্ছা ইতিবাচক ৷ শীৰ্ঘেই জিলাৰ মৰ্যাদা পাব বজালীয়ে ৷ মুখ্যমন্ত্ৰীৰ স’তে মন্ত্ৰী গৰাকীয়ে আলোচনা কৰিছে ৷ অহা পষেকতে ভাল খবৰ পাব বজালীবাসীয়ে বুলি উল্লেখ কৰে মন্ত্ৰী দাসে ৷

উল্লেখ্য যে,ৰাজ্যচৰকাৰে ঘোষণা কৰা ৭৯ খন উপ-জিলাত বজালীৰ নাম প্ৰত্যক্ষ কৰাৰ পাছতেই প্ৰতিবাদ সৃষ্টি হয় বজালীত।

স্মতৰ্ৱ্য যে,২০১৯ ত সৰ্বানন্দ সোণোৱাল চৰকাৰে বজালীক জিলা ঘোষণা কৰাৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত ২০২২ ত জিলা কৰ্তন কৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৷ অৱশ্যে ২০২৩ ত পুনৰ জিলাৰ মৰ্যাদা দিয়ে যদিও ১২ ছেপ্তেম্বৰত আকৌ জিলাৰ মৰ্যাদা কৰ্তন কৰি ৭৯ খন উপ-জিলাৰ স’তে বজালী নাম সংযোজন কৰাত ক্ষোভিত হৈ পৰে বজালী দল-সংগঠন ৷

অৱশেষত সকলো জল্পনা- কল্পনাৰ অন্ত পেলাই আজি সদনত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ১৫-২০ দিনৰ ভিতৰত জিলা ঘোষণা কৰা হ’ব বুলি সদৰি কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BajaliCM AnnouncedCm Himanta Biswa Sarmamade District in 15-20 days
publisher

publisher

Related Posts

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d