Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Police Firing In Maibong:আৰক্ষী- ডিএনএল এৰ মাজত সংঘৰ্ষ

আৰক্ষীৰ গুলীত নিহত শান্তিচুক্তি স্বাক্ষৰকাৰী ডিএনএল এ কেডাৰ,আহত কে'বাজনো

publisher by publisher
September 15, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Assam Police Firing In Maibong:আৰক্ষী- ডিএনএল এৰ মাজত সংঘৰ্ষ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা

Chirang Incident: সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ অভিযোগত আটক কৰাক লৈ চিৰাঙৰ ৰুনিখাতা উত্তেজনা পৰিস্থিতি

Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

Assam Police Firing In Maibong:

চৰকাৰৰে শান্তিচুক্তি স্বাক্ষৰকাৰী ডিএনএল এৰ কেডাৰৰ স’তে আৰক্ষীৰ ডিমা হাছাওৰ মাইবঙত বৃহস্পতিবাৰে নিশা গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ আৰক্ষীৰ গুলীত থিতাতে নিহত হয় শান্তিচুক্তি স্বাক্ষৰকাৰী ডিএনএল এ কেডাৰ এজন ৷ আহত হয় আন কে’বাজনো কেডাৰ ৷

ADVERTISEMENT

উল্লেখ্য যে,চৰকাৰৰে শান্তি চুক্তি সম্পন্ন কৰাৰ পাছত অস্ত্ৰবিহীন ভাৱে বৰ্তমান মাইবঙৰ খাছমইপুৰ ডেজিগনেটেড কেম্প কৰি আছিল ডি এন এল এ কেডাৰ সকল৷
বৃহস্পতিবাৰে আৰক্ষীয়ে এই কেম্পতে নিৰ্বিচাৰ গুলীচালনা কৰাৰ অভিযোগ উদ্থাপন কৰে আছিল ডি এন এল এ যুদ্ধবিৰত গোটে ৷

আৰক্ষীৰ দল এটাই প্ৰথমে কেডাৰ কেইজনক ফোন কৰি ডেজিগনেটেড কেম্পৰ বাহিৰলৈ মাতি আনি হঠাতে তেওঁলোকলৈ লক্ষ্য কৰি গুলচালনা কৰে। এই ঘটনাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় মাইবঙত।

অস্ত্ৰবিহীন ডি এন এল এ কেডাৰৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ডি এন এল এ ডিমা হাচাও জিলা সমিতি সভাপতি সমৰজিত হাফলঙবাৰে। এইয়া কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা চুক্তিৰ উলংঘন বুলি দাবী কৰে যুদ্ধবিৰত ডি এন এল এ জ্যেষ্ঠ নেতাজনে ৷

ইতিমধ্যে ডি এন এল এ জ্যেষ্ঠ নেতাজনে সমস্ত বিষয়টো অসম চৰকাৰক দৃষ্টিগোচৰ কৰি নিৰ্বিচাৰ গুলীচালনা কৰা আৰক্ষীৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাই ৷

উল্লেখ্য যে,আৰক্ষীৰ গুলীত আহত ডি এন এল এ কেডাৰ কেইজনক ততাতৈয়াকৈ হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Allegedly KilledDNLA MemberMaagisterial Probe OrderedMaibongPolice Firing
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d