Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati :প্ৰতিশ্ৰুতিৰ ১০ বছৰ! ফ্লপশ্ব’ত পৰিণত বানমুক্ত গুৱাহাটীৰ শ্ল’গান

হাল এৰি শিয়াল খেদিছে মুখ্যমন্ত্রীয়ে, ছার্ভেত কৃত্রিম বান পৰিদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ মহিলা কংগ্ৰেছৰ সভানেত্ৰী,চৰকাৰ কেৱল বাকী আৰু ফাকিতহে চলিছে! বিজেপিৰ ১০ বছৰত অধিক শোচনীয় হৈ পৰিছে মহানগৰীৰ কৃত্রিম বানঃ চিপিএম

publisher by publisher
May 31, 2025
in Assam, News
Reading Time: 2 mins read
0
Guwahati :প্ৰতিশ্ৰুতিৰ ১০ বছৰ! ফ্লপশ্ব’ত পৰিণত বানমুক্ত গুৱাহাটীৰ শ্ল’গান
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Guwahati :

পৰিৱৰ্তনকামী চৰকাৰৰ কৃত্রিম বানমুক্ত গুৱাহাটীৰ তথাকথিত ‘মাষ্টাৰ প্লেন’সমূহক ফ্লপশ্ব’ত পৰিণত কৰি পুনৰ দুদিন ধৰি জলমগ্ন হৈ আছে গুৱাহাটীৰ চৌদিশ। বিজেপি নেতৃত্বাধীন মিত্রজোটৰ বিগত প্রতিটো নির্বাচনত অন্যতম মূল শ্ল’গান আছিল ‘বানমুক্ত গুৱাহাটী’।

ADVERTISEMENT

কৃত্রিম বানৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ প্রতিশ্রুতিৰে শাসনলৈ অহা বিজেপি মিত্রজোটৰ দুখনকৈ চৰকাৰে আজি প্রায় ১০টা বছৰ সম্পূৰ্ণ কৰাৰ পথত যদিও এই গুৰুতৰ সমস্যাৰ সমাধান মহানগৰবাসীৰ বাবে আজিও এক অলীক সপোনত পৰিণত হৈয়ে আছে। যোৱা দুটা দিনত মহানগৰীত কৃত্রিম বানে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ পৰিণতিত গৃহবন্দীৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে নাগৰিকসকলে। সেই সময়তে গুৱাহাটীবাসীক কৃত্রিম বানৰ পৰা মুক্ত কৰাত চৰকাৰখন চূড়ান্তভাৱে ব্যর্থ হোৱাৰ অভিযোগ তুলিছে বিৰোধী কংগ্রেছ, চিপিআইএম আৰু অসম জাতীয় পৰিষদে।

শুক্ৰবাৰে গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুশল শৰ্মাক লগত লৈ বেলতলা ছাৰ্ভেত কৃত্রিম বান পৰিদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ। তেওঁ অভিযোগ কৰি কয়, ‘এইখন চৰকাৰ বাকীত আৰু ফাকিত চলি আছে। কৃত্রিম বানৰ কৱলত পৰি গুৱাহাটীৰ চৌদিশে আজি ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে, মানুহে হাতত প্রাণ লৈ, মৃত্যুৰে যুঁজিবলগীয়া হৈছে। মুখ্যমন্ত্রীয়ে হাল এৰি শিয়াল খেদিছে।’ তেওঁ কৃত্রিম বানৰ পৰিৱেশ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি এয়া মুখ্যমন্ত্ৰীয়ে দেখিছে নে নাই বুলি প্রশ্ন কৰে।

তেওঁ লগতে কয়, ‘গুৱাহাটীত মানুহ কি অৱস্থাত থাকিবলগীয়া হৈছে, মুখ্যমন্ত্রীয়ে চাবলৈ আহক। আপোনালোকৰ কোনো পৰিকল্পনা নথকাৰ বাবে গুৱাহাটীৰ মানুহৰ কি দশা হৈছে চাওক। নলা-নর্দমা যেতিয়া ছাফা কৰিব লাগে নকৰে, নলা-নর্দমাৰ কোনো বিজ্ঞানসম্মত ব্যৱস্থা নাই; ফলত গোটেই গুৱাহাটী পানীত ডুব গৈছে। মুখ্যমন্ত্রীক কৈছো বাকী কথা পাছত পাতিব, মেয়ৰক কৈছো ৰাজপথত নামক, এচি কোঠাত সোমাই থাকিলে নহ’ব, বজাৰত মাচুল সংগ্ৰহ কৰিলেই নহ’ব, সাংসদগৰাকীক কৈছো ৰাজপথলৈ আহও চাওক মানুহৰ কি অৱস্থা হৈছে।’

কৃত্রিম বান ৰোধ কৰাত এই চৰকাৰ ব্যৰ্থ হৈছে বুলি বৰঠাকুৰে উল্লেখ কৰি লগতে কয় যে গুৱাহাটীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এই চৰকাৰৰ কোনো পৰিকল্পনা নাই। এইখন চৰকাৰৰ দিনত জনতা যে সুৰক্ষিত নহয়, জনতাক যে তেওঁলোকে সুৰক্ষা দিব নোৱাৰে আজি স্পষ্ট হৈছে বুলি কয়।

ইফালে, চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰে এই চৰকাৰৰ ১০ বছৰত গুৱাহাটীৰ কৃত্রিম বানৰ সমস্যা অধিক ভয়াৱহহে হৈ পৰিল বুলি মন্তব্য কৰিছে। তালুকদাৰে কয়, ‘এইখন চৰকাৰে বানমুক্ত গুৱাহাটীৰ শ্ল’গান দি ভোটাৰসকলক বিশেষভাবে আকৃষ্ট কৰিছিল। এইখনৰ চৰকাৰৰ দিনত যোৱা ১০ বছৰত এই সমস্যা অধিক শোচনীয় দিশত গতি কৰিছে।’

এই ক্ষেত্রত মুখ্যমন্ত্রী ড: শৰ্মাৰ নাম ল’ব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়, ‘কিয়নো মুখ্যমন্ত্রী ড: শৰ্মা দীর্ঘ সময় ধৰি গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত আছিল। বিজেপি চৰকাৰৰ পূৰ্বে ড: শৰ্মা কংগ্ৰেছৰ দিনতো এক দীঘলীয়া সময়ৰ বাবে গুৱাহাটী উন্নয়নৰ দায়িত্বত আছিল; কিন্তু আজিলৈকে তেওঁ এই সমস্যা সমাধান কৰিব নোৱাৰিলে। ‘ লগতে বৰ্তমানৰ যিজন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী, তেওঁ দুৰ্ভগীয়া জনতাৰ কাষত থিয় দিয়াৰ বিপৰীতে  গুৱাহাটীৰ জন-জীৱন স্বাভাৱিক বুলিহে মন্তব্য কৰিছে বুলি তালুকদাৰ মন্তব্য কৰি কয়, ‘এনেধৰণৰ অদায়িত্বশীল মানুহে যদি গুৱাহাটী উন্নয়নৰ দায়িত্বত থাকে, গুৱাহাটীৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰিব।

এই চৰকাৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল যে পূৰ্বৰ যিজন গুৱাহাটী উন্নয়নৰ দায়িত্বত আছিল, মন্ত্রী অশোক সিংহল; তেওঁৰ বিৰুদ্ধে গুৰুতৰ দুর্নীতিৰ অভিযোগ উঠিছিল। গুৱাহাটীক বানমুক্ত কৰাৰ নামত চাফাই মেচিন ক্রয়ত দুর্নীতিৰ অভিযোগ উঠিছিল; এই অভিযোগৰ কোনো তদন্ত নহ’ল।’ বানমুক্ত গুৱাহাটীক লৈ এইখন চৰকাৰে অদায়িত্বশীল মন্তব্য কৰি আহিছে, তেওঁলোকৰ কথা-বার্তাসমূহ দায়িত্বজ্ঞানহীন। তেনেস্থলত তেওঁলোকে কি দায়িত্ব লৈ গুৱাহাটীক বানমুক্ত কৰিব।

গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী বৰুৱাৰ বিৰুদ্ধেও অভিযোগ আছে যে তেওঁ বোন্দাজান বন্ধ কৰি ঘৰলৈ যোৱাৰ পথ নিৰ্মাণ কৰিছে আৰু সেইজনক গুৱাহাটী উন্নয়ন মন্ত্রী পাতিছে। গতিকে উদক ভেটা ৰখীয়া পতাৰ দৰে হৈছে ৷

# কেৱল কমিছনৰ অংকত ব্যস্ত চৰকাৰ: অজাপ

ইফালে, কৃত্রিম বান পৰিস্থিতি নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি সৰৱ হৈ পৰিছে অসম জাতীয় পৰিষদে। এক প্ৰেছ বার্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘গুৱাহাটী উন্নয়নৰ নামত কেৱল মাথোঁ প্ৰচাৰ আৰু চমক সৃষ্টিৰ বাহিৰে বাস্তৱিকতে যে একোৱেই হোৱা নাই, শেহতীয়াকৈ হৈ থকা কৃত্রিম বান পৰিস্থিতিয়েই তাৰ জ্বলন্ত প্রমাণ। চৰকাৰৰ ব্যৰ্থতাৰ প্ৰকট উদাহৰণ ইয়াতকৈ আৰু কি লাগে? মেঘালয়ক দোষাৰোপ কৰি এই জটিল সময়ত চৰকাৰে গা এৰা দিব খুজিলে নহ’ব। সংকটৰ সময়ত চৰকাৰে পতিয়নযোগ্য উত্তৰ দিয়ক, ব্যর্থতা স্বীকাৰ কৰক।

ইমান বছৰে কিয় সমাধান কৰিব পৰা নাই এই সমস্যা?’ বিগত সময়ত গুৱাহাটীক কৃত্রিম বানমুক্ত কৰিবলৈ কোনো বাস্তৱিক পদক্ষেপ চৰকাৰসমূহে গ্ৰহণ নকৰিলে বুলি উল্লেখ কৰে গগৈ আৰু ভূঞাই কয়, ‘কৃত্রিম বান সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰৰ আন্তৰিকতাৰ অভাৱ। উন্নয়নৰ নামত বিজ্ঞানসন্মত পৰিকল্পনাৰে আগবঢ়াৰ সলনি কেৱল কমিছনৰ অংকত ব্যস্ত। এতিয়া বিপদৰ সময়ত মূৰপোলোকা মাৰি গুৱাহাটীবাসীক অপ্রাসংগিক কেতবোৰ কথাৰে বিভ্রান্ত কৰিবলৈ উঠিপৰি লাগিছে চৰকাৰখন।

কেৱল চমক সৃষ্টি আৰু উপলুঙাসূচক কথা-বতৰাৰে চৰকাৰ আৰু বিভাগীয় মন্ত্রীয়ে পণবন্দী কৰি ৰাখিছে মহানগৰবাসীক। চৰকাৰৰ কমিছনৰ অংকত ধূসৰ হৈ পৰিছে গুৱাহাটীবাসীৰ হুমুনিয়াহ। কৃত্রিম বান পৰিস্থিতিত মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে।’ পূর্বতে গুৱাহাটীক বানমুক্ত কব্বিলৈ চৰকাৰে দিয়া প্রতিশ্রুতি এতিয়া ক’ত বুলি প্রশ্ন উত্থাপন কৰি নেতাদ্বয়ে লগতে চৰকাৰে মহানগৰবাসীক কেৱল ভোটৰ স্বাৰ্থতহে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against Assam GovtCm Himanta Biswa SarmaGuwahati Artificial FloodOrganiztions Reaction
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d