Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bhutan King Kaziranga Visit:শনিবাৰে দুপৰীয়া যোৰহাটৰ পৰা কাজিৰঙাত উপস্থিত ভূটীয়া ৰজা

জীপ চাফাৰীৰে পৰিদৰ্শন কৰে কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য

publisher by publisher
November 4, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Bhutan King Kaziranga Visit:শনিবাৰে দুপৰীয়া যোৰহাটৰ পৰা কাজিৰঙাত উপস্থিত ভূটীয়া ৰজা
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Bhutan King Kaziranga Visit:

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ ভূটানৰ নৃপতি ৰজা শনিবাৰে দুপৰীয়া বিশেষ বিমানযোগে গুৱাহাটীৰ পৰা উৰা মাৰে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰলৈ ৷ বিমান বন্দৰত উস্ম আদৰণি জনায় দুই কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাই ৷

ADVERTISEMENT

তাৰ পৰা ৰজা গৰাকী স্থল পথেৰে আহি উপস্থিত হয় কাজিৰঙাত ৷ কাজিৰঙাত উপস্থিত হোৱা ৰজা জিগমে খেছাৰ নামগ্যল ৱাংগচুক পৰম্পৰাজত ভাৱে আদৰণি জনাই বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষিমন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সহ তিনি জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে ৷

ৰজা গৰাকীয়ে কাজিৰঙাৰ ব্যক্তিগত ৰিজৰ্ট আয়’ৰাত কিছু সময় জিৰণি লৈ বিয়লি জীপ চাফাৰীৰে কহঁৰা বনাঞ্চল পৰিদৰ্শন কৰে। তাৰ পৰা উভতি আহি হাতীৰ গা ধুওৱাৰ দৃশ্য কহঁৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখত উপভোগ কৰি আপ্লুত হৈ পৰে ৷

সন্ধিয়া ভাগত বন বিভাগে আয়োজন কৰা সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে ৰজা নামগ্যল ৱাংগচুকে ৷ আনহাতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৰজাৰ সন্মানাৰ্থে দ্বাৰা আয়োজিত নৈশভোজত অংশ লয় ৰজা সহ তেওঁৰ ৰাজপৰিয়ালৰ সদস্যসকলে।

উল্লেখ্য যে, শুক্ৰবাৰে দুপৰীয়া প্ৰথমবাৰৰ বাবে অসমলৈ আহে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নৃপতি জিগমে খেছাৰ নামগ্যল ৱাংগচুক। বিশেষ বিমানযোগে দুপৰীয়া ভাগত গুৱাহাটী এয়াৰপৰ্টত উপস্থিত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফুলৰ থোপা আৰু গামোছাৰে জনায় উস্ম আদৰণি।

গুৱাহাটী এয়াৰপৰ্টৰ পৰা পোনে পোনে ভূটানী ৰজা গৰাকী ৰাওনা হয় নীলাচল পাহাৰলৈ৷ কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰত ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যল ৱাংগচুক কামাখ্যা দেৱালয়ৰ বৰদলৈয় উষ্ম আদৰণি জনায় ৷ প্ৰায় আধা ঘণ্টা সময় কামাখ্যা মন্দিৰত কটায় ভূটানৰ ৰজাই। মন্দিৰ দৰ্শন কৰি পৰিক্ৰমা কৰে ৰজা ৱাংগচুয়ে।

উল্লেখ্য প্ৰথম বাৰৰ বাবে অসমলৈ আহি কামাখ্যা দৰ্শন কৰে ভূটানী ৰজা গৰাকীয়ে। আনহাতে কামাখ্যা দেৱালয়ৰ ফালৰ পৰা ৰজাক উপহাৰ হিচাপে দিয়া হয় কামাখ্যা মন্দিৰৰ আৰ্হিৰ প্ৰতীক আৰু অংগবস্ত্ৰ ।

ইয়াৰ পূৰ্বে মন্দিৰত উপস্থিত হোৱা ৰজা গৰাকীক পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ফুলাম গামোচাৰে আদৰণি জনায় আৰু ৰজা গৰাকীক মন্দিৰ দৰ্শনত সংগ দিয়ে৷ তাৰ পাছত ভূটানী নৃপতি গৰাকী ৰাওনা হয় ৰেডিশ্বন ব্ল’লৈ ৷ সন্ধিয়া মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ স’তে এক বৈঠকত অংশ লয় ভূটান ৰজা গৰাকীয়ে ৷

আনহাতে নিশা অসম প্ৰশাসনীয় মহাবিদ্যালয় কলেজ প্ৰেক্ষাগৃহত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ৰজাৰ সন্মানাৰ্থে আয়োজন কৰা নৈশভোজত অংশগ্ৰহণ কৰে
ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যল ৱাংগচুক আৰু তেওঁৰ লগত অহা ৰাজপৰিয়ালৰ সদস্য আৰু আমোলাবৰ্গই ৷ একেদৰে নৈশভোজত উপস্থিত থাকে সপত্নীক ৰাজ্যপাল কাটাৰিয়া,সপত্নীক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ,অসম মন্ত্ৰী সভাৰ সদস্য সকল আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhutan King Kaziranga VisitCm Himanta Biswa SarmaKaziranga National Park
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d