Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dacoit Amar Thapa killed in Police firing :গোৱালপাৰাত আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

আৰক্ষীৰ গুলীত নিহত দুধৰ্ষ ডকাইত অমৰ থাপা সহ ২ ডকাইত, সংঘৰ্ষত আহত তিনি আৰক্ষী

publisher by publisher
November 7, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Dacoit Amar Thapa killed in Police firing :গোৱালপাৰাত আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা

Chirang Incident: সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ অভিযোগত আটক কৰাক লৈ চিৰাঙৰ ৰুনিখাতা উত্তেজনা পৰিস্থিতি

Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

Most Wanted Dacoit Amar Thapa killed in Police firing :

সোমবাৰে নিশা গোৱালপাৰা জিলাৰ আগিয়াত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী ৷ এই মুখামুখি গুলীয়াগুলীত থিতাতে নিহত হয় দুজন কুখ্যাত ডকাইত নিহত ৷

ADVERTISEMENT

নিহত দুজনৰ ভিতৰত এজন মষ্ট ৱাণ্টেড ডকাইত অমৰ থাপা আৰু আনটো আনজন শ্বেখ ফৰিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে নিহত ডকাইত দুটা পৰা সজীৱ গুলীসহ ২টা পিষ্টল আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰিছে ৷

আৰক্ষী – ডকাইতৰ মুখামুখি সংঘৰ্ষৰ পাছতে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডিয়ে সাংবাদিকক সদৰি কৰা মতে, আগিয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰাৰ উদ্দেশ্যৰে গটা ডকাইতৰ দলে খাপ পিটি থকাৰ সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে ৷

এই খবৰ লাভ কৰি গোৱালপাৰাৰ আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ অপৰাধ অতিৰিক্ত আৰক্ষী অধীক্ষক ঋতুৰাজ দলেৰ নেতৃত্বত আগিয়া আৰক্ষীৰ দল এটাই ৰাজপথত ডকাইতৰ দলে ব্যৱহাৰ কৰা বাহনক লক্ষ্য কৰি আৰম্ভ কৰে মাৰাথন অভিযান ।

এনে অৱস্থাতে ডকাইতৰ দলটোৱে আৰক্ষীক প্ৰত্যক্ষ কৰি গুলীবৰ্ষণ কৰে ৷ গুলীইে আঘাত হাতে এএছপি ঋতুৰাজ দলেৰ স্কৰপিঅ’ বাহন খনত । আনহাতে আৰক্ষীয়ে গুলীৰে প্ৰত্যুত্তৰ দিয়ে ৷ ইয়াৰ মাজতে আৰক্ষীৰ গাড়ীয়ে ডকাইতৰ গাড়ীখনক প্ৰচণ্ডভাৱে খুন্দিওৱাত ডকাইতৰ‌ দলটোৱে গাড়ীৰ পৰা নামি এন্ধাৰৰ সূযোগ লৈ পথৰ কাষৰ জংঘললৈ পলায়ন কৰে ৷

আৰক্ষীয়ে পলায়ন কৰা ডকাইতৰ দলটোক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে ৷ প্ৰত্যুত্তৰত ডকাইতৰ দলটোৱে গুলীচালনা কৰে ৷ বিশ মিনিট ধৰি অব্যাহত থকা এই গুলীয়াগুলীত গুৰুত্বৰভাৱে আহত হয় মষ্ট ৱাণ্টেড ডকাইত অমৰ থাপা আৰু শ্বেখ ফৰিদুল ৷

দুয়োটাকে ততাতৈয়াকৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ সন্দেহ কৰা মতে আৰক্ষীৰ গুলীত ঘটনাস্থলীতে মৃত্যু হয় দুই ডকাইতৰ ৷

আনহাতে আন ডকাইত জংঘলত থকাৰ সন্দেহ প্ৰকাশ কৰি আগিয়া আৰক্ষীয়ে মঙলবাৰে পুৱালৈকে অভিযান চলাই যদিও সম্ভেদ লাভ কৰিবলৈ সক্ষম নহ’ল আন ডকাইতৰ ৷

আনহাতে ডকাইতৰৰে সংঘৰ্ষত আৰক্ষীৰ স্কৰপিঅ’ বাহন এখন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে সামান্য আঘাতপ্ৰাপ্ত হয় আগিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাস ৷ দাসক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আঘাত গুৰুত্বৰ নোহোৱাত চিকিৎসকে চিকিৎসাৰ অন্তত যাবলৈ দিয়ে ৷

উল্লেখ্য যে,কুখ্যাত ডকাইত অমৰ থাপাই অসম আৰু চুবুৰীয়া মেঘালয় আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল ৷

গোৱালপাৰা আৰক্ষীৰ হাতত পূৰ্বেই একাধিকবাৰ আটক হৈ কাৰাবৰণ ঘাটি পুনৰ জেলৰ পৰা ওলাই নামি পৰে ডকাইতি সহ নানান অপৰাধমূলক কামত ৷

সোমবাৰে নিশা গোৱালপাৰা আৰক্ষীৰ হাতত অমৰ থাপা নিহত হোৱাৰ খবৰ বিয়পি পৰাত স্বস্তিৰ নিশ্বাস এৰিছে গোৱালপাৰা, আৰু কামৰূপ জিলা সহ চুবুৰীয়া মেঘালয়ৰ ৰাইজ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Goalpara PoliceMost Wanted Dacoit Amar Thapa killedPolice Firing
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d