Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Voting Started In The Morning In Two States Of The Country:দেশৰ দুই ৰাজ্যত পুৱাৰে পৰা আৰম্ভ ভোটদান

মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ ভোটগ্ৰহণ অব্যাহত, চত্তীশগড়ৰ ধৰ্মীত নক্সালবাদীৰ আই ই ডিৰে আক্ৰমণ, চিআৰপিএফ ,ডি আৰ জিক লক্ষ্য কৰি আই ই ডিৰ বিস্ফোৰণ

publisher by publisher
November 17, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Voting Started In The Morning In Two States Of The Country:দেশৰ দুই ৰাজ্যত পুৱাৰে পৰা আৰম্ভ ভোটদান
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Private Plane Crash in Chhattisgarh:ছত্তীশগড়ৰ যশপুৰত ব্যক্তিগত বিমান দুৰ্ঘটনাগ্রস্ত

ছত্তীশগড়ত ৰ’পৱেত অঘটন! ট্ৰলী ভাঙি মহিলা নিহত, আহত সাত জন

ছত্তীশগড়ত বৃহৎ অভিযান: ১০০০ৰো অধিক LPG চিলিণ্ডাৰ জব্দ

Voting Started In The Morning In Two States Of The Country:

আজি পুৱাৰ পৰা দেশৰ দুই ৰাজ্য মধ্য প্ৰদেশ আৰু চত্তীশগড়ত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোটযুদ্ধ।
মধ্য প্ৰদেশত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ বিপৰীতে ইয়াৰ চণ্ডীশগড়ত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে পুৱা ৮ বজাৰ পৰা ৷

ADVERTISEMENT

চত্তীশগড়ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময়তে ধৰ্মীত নক্সালবাদীৰ আই ই ডিৰে আক্ৰমণ ৷ ভোটগ্ৰহণত নিয়োজিত চি আৰপিএফ ,ডি আৰ জিক লক্ষ্য কৰি আই ই ডিৰ বিস্ফোৰণ ৷ আই ই ডিৰ বিস্ফোৰণত আহত হয় এজন চিআৰপিএফ জোৱান ৷

ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ৰ ৭০টা সমষ্টিৰ বাবে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে ৯৫৮গৰাকী প্ৰাৰ্থীয়ে ৷ উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৭ নৱেম্বৰত ২০ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল।

ৰাজ্য খনৰ ২২ খন জিলাত অনুষ্ঠিত হোৱা নির্বাচন সন্ধিয়া ৫ বজালৈ অব্যাহত থাকিব যদিও দুৰ্গম অঞ্চল সমূহত কিছু দেৰিলৈকে ভোটদান চলাৰ সম্ভাৱনা আছে
ৰাজ্যৰ ৭০ খন আসনৰ ভিতৰত ৯ খন এছচি আৰু ১৭ খন এছটিৰ বাবে সংৰক্ষিত। ৭০ খন আসনত মুঠ ১.৬৩ কোটি ভোটাৰ আছে, যাৰ ভিতৰত ৮১.৪২ লাখ পুৰুষ ভোটাৰ আৰু ৮১.৭২ লাখ মহিলা ভোটাৰ। আনহাতে তৃতীয় লিংগৰ ৬৮৪ জন ভোটাৰ আছে৷

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈ ছত্তিশগড়ত ৩৭.৮৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ৰাজ্যখনত বলৰামপুৰত সৰ্বাধিক ৪৪.৭৫ শতাংশ আৰু ছুৰাজপুৰত ৪৪.৬৯ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ইয়াৰ বিপৰীতে বিলাসপুৰত সৰ্বনিম্ন ২৯.৬৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দাবী কৰিছে কংগ্ৰেছে ৯০ খন আসনৰ ভিতৰত ৭৫ খনৰো অধিক আসন লাভ কৰিব। এই নিৰ্বাচনত কংগ্ৰেছৰ সন্মুখত নাই কোনো প্ৰতিদ্বন্দিতা ৷ এইবাৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে নিচ্ছিন্ন হ’ব বিজেপি ৷

দেশৰ বিশাল ৰাজ্য হিচাপে পৰিগণিত মধ্যপ্ৰদেশত আজি ৫.৬ কোটি জনতাই ভাগ্য নিৰ্ণয় কৰিব কংগ্ৰেছ,বিজেপি সহ বিভিন্ন দল আৰু নিদ্দলীয় প্ৰাৰ্থীৰ ৷ মধ্যপ্রদেশত ২৩০খন আসনৰ বাবে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াইছে ২,৫৩৩গৰাকী প্ৰাৰ্থীয়ে ৷ মুল যুঁজ হ’ব বিজেপি আৰু কংগ্ৰেছৰ মাজত ৷ ইতিমধ্যে দুয়োটা দলে নিৰ্বাচনত জয়ী হ’ব বুলি আশাবাদী ৷

পুৱাৰে পৰা অব্যাহত থকা ভোটদান পৰ্বত বিয়লি ১ বজালৈকে মধ্যপ্ৰদেশত ৪৫.৪০ শতাংশ ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ । ৰাজ্যখনত বালাঘাটত সৰ্বাধিক ৫৪.৪৭ শতাংশ আৰু শ্বাজাপুৰত ৫৪.২৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হোবাৰ বিপৰীতে ৰাজধানী চহৰ ভূপালত সৰ্বনিম্ন ৩২.৮৩ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

আনহাতে,ৰাজ্য খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ পুত্ৰ নকুল নাথক ভোটকেন্দ্ৰত প্ৰৱেশত বাধা দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ নকুল নাথে বাৰাৰিপুৰৰ এটা ভোট কেন্দ্ৰত অনাধিকাৰ প্ৰৱেশৰ সময়তে একাংশ বিজেপি কৰ্মীয়ে আহি তেওঁক প্ৰৱেশত বাধা দিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assembly electionChhattisgarhMadhya PrdeshVoting Started
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d