Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Hatigaon Murder Incident:হাতীগাৱঁৰ অভিজাত ফ্লেটত যুৱতীৰ ৰহস্যজনক মৃত্যু ঘটনা

আৰক্ষীৰ জালত পৰিল বন্ধুসহ প্ৰেমিক ৰূপেশ ৰয়

publisher by publisher
December 1, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Hatigaon Murder Incident:হাতীগাৱঁৰ অভিজাত ফ্লেটত যুৱতীৰ ৰহস্যজনক মৃত্যু ঘটনা
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত

Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

Hatigaon Murder Incident:

মহানগৰীৰ হাতীগাঁৱৰ জনপথৰ কাচা লিমিটেডো’ নামৰ অভিজাত এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ থ্ৰি- এ নম্বৰৰ ফ্লেটত মেঘালয়ৰ এগৰাকী যুৱতীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাৰ পাছতে আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত কৰি ইতিমধ্যে লাভ কৰিছে কেতবোৰ তথ্য ৷

ADVERTISEMENT

উল্লেখ্য যে,মেঘালয়ৰ নংপুৰ বাসিন্দা ঋত্বিকা সোণাৰ নামৰ যুৱতীগৰাকী গুৱাহাটীৰ জেট উইংছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত অধ্যয়নৰত আছিল ৷ তেওঁৰ স’তে
ফ্লেটটোত একেলগে লিভিঙত আছিল পশ্চিম বংগৰ ৰূপেশ ৰয় নামৰ যুৱকজন ৷ বিগত তেৰমাহ দিন একেলগে ফ্লেটটোত বাস কৰিছিল যুৱতী গৰাকীৰ সৈতে ৰূপেশ ।

বৃহস্পতিবাৰে যুৱতী গৰাকীৰ মৃতদেহ ৰহস্যজনকভাৱে ফ্লেটটোত উদ্ধাৰ কৰাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল ৰূপেশ ৰয় । ইতিমধ্যে হাতীগাওঁ আৰক্ষীয়ে অভিযান চলাই আজি আটক কৰিছে ৰূপেশ ৰয় আৰু তেওঁৰ উত্তৰা খণ্ডৰ বন্ধু এজনক ৷

প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে নিশা ঋত্বিকাৰ স’তে কিবা কথাক লৈ ৰূপেশৰ বাকবিতণ্ডা হৈছিল ৷ তাৰ পাছত বৃহস্পতিবাৰে বন্ধ কোঠাত উদ্ধাৰ হৈছিল ঋত্বিকাৰ মৃতদেহ । জানিব পৰা মতে,ৰূপেশ আৰু তেওঁৰ বন্ধুজনে ঋত্বিকাক নিছিল চিকিৎসালয়লৈ ৷

আৰক্ষীয়ে সন্দেহ কৰা মতে ,ৰূপেশ আৰু তেওঁৰ বন্ধুজনে ঋত্বিকাক হত্যা কৰিছে ৷

উল্লেখযোগ্য যে শেহতীয়াকৈ মহানগৰীত সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ কেইবাটাও চাঞ্চল্যকৰ ঘটনা ৷ অঞ্জু দৰ্জী নামৰ এগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনাৰ সমান্তৰালভাৱে হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখৰ এটা ভাড়াঘৰত অনুষ্কা শইকীয়া নামৰ ধেমাজিৰ এগৰাকী বিউটীচিয়ানৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল ৷ এই দুয়োটা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই বৃহস্পতিবাৰে পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মেঘালয়ৰ ঋত্বিকাৰ মৃতদেহ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Deadbody RecoverFlatHatigaon PoliceMeghalaya Young GirlTWO PERSON ARRESTED
publisher

publisher

Related Posts

সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা
International

October 4, 2026
ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ
International

ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ

October 4, 2026
উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি
India

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

October 4, 2026
গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d