Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Greater Adjutant(Leptoptilos Dubius) of Assam is in Deep Crisis of Existence:২০২২ৰ তুলনাত হ্রাস,মহানগৰীৰ কে’বাটাও অঞ্চলত বসতি এৰিলে হাড়গিলাই

শেহতীয়া জৰীপত উদ্বেগজনক তথ্য প্রকাশ, অস্তিত্বৰ গভীৰ সংকটত অসমৰ হাড়গিলা, ১,৭০২ টাহে ৰৈছেগৈ

publisher by publisher
January 11, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Greater Adjutant(Leptoptilos Dubius) of Assam is in Deep Crisis of Existence:২০২২ৰ তুলনাত হ্রাস,মহানগৰীৰ কে’বাটাও অঞ্চলত বসতি এৰিলে হাড়গিলাই
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Greater Adjutant(Leptoptilos Dubius) of Assam is in Deep Crisis of Existence:

অসমত অস্তিত্বৰ গভীৰ সংকটৰ গৰাহত পৰিছে হাড়গিলা। ২০২৩ৰ জৰীপত পোহৰলৈ অহা উদ্বেগজনক তথ্যই প্রকৃতিপ্রেমীসকলক উদ্বিগ্ন কৰি তুলিছে। ২০২২ৰ গণনাত অসমত মুঠ ১,৯১৯টা হাড়গিলাৰ উপস্থিতি ধৰা পৰিছিল যদিও শেহতীয়া ২০২৩ৰ ডিচেম্বৰত হোৱা গণনাত ১,৭০২টা হাড়গিলাৰ উপস্থিতিহে ধৰা পৰে।

ADVERTISEMENT

বিগত বৰ্ষসমূহৰ দৰেই প্রকৃতিপ্রেমী সংগঠন আৰ্লী বার্ডছে অন্যান্য প্রকৃতিপ্রেমী সংগঠনৰ সহযোগত যোৱা ডিচেম্বৰত ৰাজ্যৰ হাড়গিলা বিচৰণস্থলীসমূহত গণনা চলাইছিল।

এই গণনাত পূর্বে হাড়গিলাব উপস্থিতি ধৰা পৰা কে’বাটাও স্থানত এইবাৰ হাড়গিলাৰ উপস্থিতি নাপালে গণনাকাৰী দলে। প্রকৃতি সংগঠনটোৰ সভাপতি মলয় বৰুৱাই সদৰী কৰা তথ্য অনুসৰি, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ সাতটা স্থানত মুঠ ২৩৯টা হাড়গিলাৰ উপস্থিতি পোৱা গ’ল।

ইয়াৰে ২৩৬টা দীপৰ বিলৰ সমীপৰ জাৱৰৰ দ’মৰ ওপৰত ধৰা পৰে। এই স্থানত গণনাৰ দায়িত্বত আছিল সভাপতি বৰুৱাকে ধৰি ত্রিদীপ তপোবন ফুকন আৰু দেৱানন্দ বৰুৱা।

কিন্তু পূর্বে উপস্থিতি ধৰা পৰা জিঞ্জাৰ হোটেলৰ আশে-পাশে, শিলসাঁকো বিল, বৰচলা, সৰুচলা বিল, উলুবাৰী বজাৰ, উজান বজাৰৰ নৈ পাৰ, উলুবাৰী কবৰস্থান আৰু বৰঝাৰৰ কাষৰ পাচনীয়াপাৰাৰ ডবকা বিলৰ উপৰি কমলপুৰৰ বৰডেকপাৰ গাঁৱত এটাও হাড়গিলা পোৱা নগ’ল বুলি বৰুৱাই সদৰী কৰে।

সমান্তৰালভাৱে ঢকুৱাখনাত ১১টা, দিখৌমুখত আঠটা, জাজীমুখৰ মিছামাৰী বিলত তিনিটা, মহামায়া থানৰ কাষৰীয়া চি অঞ্চলত দুটা, আঠিয়াবাৰী দৰঙত ১৬টা, লখিমপুৰৰ কুৱাবাৰী দলনিত ১১টা হাড়গিলাৰ উপস্থিতি ধৰা পৰে। একেদৰে দদৰা, পচৰীয়া, আমিনগাঁও, শিঙিমাৰী, বঙলাগড়, চটালি বিলত ১,০৮৮ টা, মৰিগাঁৱৰ কাছাৰী গাঁও, বাকৰা গাঁও, ৰহা, লতামাৰি, গছৰগুৰি আৰু মনহা গাঁৱত ৩০৯টা, যোৰহাটত ১৮টা, নগাঁৱত ৮০টা হাড়গিলাৰ উপস্থিতি গণনাত ধৰা পৰে।

এই সন্দর্ভত আলী বাৰ্ডছৰ সভাপতি বৰুৱাই কয় যে হাড়গিলা প্রতি বছৰে একে ঠাইতে পোৱা নাযায়। খাদ্য আহৰণৰ স্থান সলনি হ’লেই হাড়গিলাই ঠাই সলনি কৰে। সমান্তৰালভাৱে হাড়গিলা চৰাই সংৰক্ষণৰ লগত ওতঃপ্রোতভাবে জড়িত তথা হাড়গিলা বিশেষজ্ঞ ড° পূর্ণিমা বৰ্মনে সদৰী কৰা অনুসৰি, যেতিয়ালৈকে হাড়গিলাৰ সংখ্যা পাঁচ হেজাৰৰ তলত থাকিব,

তেতিয়ালৈ ইয়াৰ স্থিতি দুৰ্বল আৰু ইয়াৰ অবলুপ্ত হোৱাৰ সংশয় অধিক। এনেদৰে ক্ৰমান্বয়ে হাড়গিলাৰ সংখ্যা হ্রাস পাই অহা ঘটনাই প্রকৃতিপ্রেমীসকলক উদ্বিগ্ন কৰি তুলিছে। বিশেষকৈ মহানগৰীত লক্ষ্যণীয়ভাবে হাড়গিলাৰ সংখ্যা হ্রাস পোৱাৰ তথ্যই সকলোকে চিন্তিত কৰিছে।

এটা সময়ত হাড়গিলাৰে ভৰি থকা শিলসাঁকোকে ধৰি বৰছলা, সৰুচলা বিল, উজানবজাৰত এটাও হাড়গিলাৰ উপস্থিতি ধৰা নপৰা বিষয়টোৱে বিভিন্ন প্রশ্ন অৱতাৰণা হৈছে।

বাসস্থানৰ উপযোগী স্থান নোপোৱা, খাদ্যৰ অভাৱ, শব্দ প্ৰদূষণ আদিৰ কাৰকবোৰৰ বাবেই হাড়গিলাই সংশ্লিষ্ট স্থানসমূহ এৰি যোৱা বুলি সন্দেহ প্রকাশ কৰিছে প্রকৃতিপ্রেমীসকলে।

উল্লেখ্য যে হাড়গিলা এনে এবিধ চৰাই, যিয়ে সমাজত চাফাই কর্মীৰূপে কাম কৰে। পৰিৱেশৰ পৰা লেতেৰা আৱৰ্জনা খাই ই পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে; কিন্তু সজাগতাৰ অভাৱৰ ফলতে আজি এই চৰাইবিধে অস্তিত্বৰ সংকটত ভুগিছে বুলি তেওঁলোকে মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCalculationDeep Crisis of ExistenceGreater adjutant
publisher

publisher

Related Posts

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

October 4, 2026
ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত
India

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

October 4, 2026
সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা
International

সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা

October 4, 2026
ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ
International

ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ

October 4, 2026
উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি
India

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

October 4, 2026
গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d