Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Greater Adjutant Release:বিলুপ্তপ্ৰায় হাড়গিলা পোৱালি “টিকু”ক প্ৰকৃতিত মুকলি কৰিলে আৰণ্যকৰ দলে

publisher by publisher
May 18, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Greater Adjutant Release:বিলুপ্তপ্ৰায় হাড়গিলা পোৱালি “টিকু”ক প্ৰকৃতিত মুকলি কৰিলে আৰণ্যকৰ দলে
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ

Dr. Bibhab Kr. Talukdar : সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ বাবে ড: বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

Greater Adjutant Release: a

গছৰ টিঙত থকা বাহৰ পৰা পৰি আঘাটপ্ৰাপ্ত হোৱা অৱস্থাত উদ্ধাৰ কৰা দহদিনীয়া এটি হাড়গিলা পোৱালি বন্যপ্ৰাণীপ্ৰেমী তথা পক্ষীপ্ৰেমীৰ সাতমহীয়া যত্ন আৰু পৰিচৰ্যাত সুস্থ হৈ এতিয়া পুনৰ প্ৰকৃতিৰ কোলালৈ উৰা মৰিছে । “টিকু”নামৰ এই হাড়গিলাটিক বিলুপ্তপ্ৰায় “গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক” অৰ্থাৎ হাড়গিলাৰ সংৰক্ষণৰ হকে দীৰ্ঘদিন ধৰি কাম কৰি অহা উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ হাড়গিলা সংৰক্ষণ কাৰ্যসূচী (জি এ চি পি) গোটে ১৪ মে’ত মুকলি কৰি দিয়ে ।

ADVERTISEMENT

দীপৰ বিলৰ সমীপত আয়োজিত এই চৰাই মুকলি অনুষ্ঠানত অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক (প্ৰশাসন) পাৰ্থসাৰথি মহন্ত আৰু উপ মহাপৰিদৰ্শক (চি আই ডি)ইন্দ্ৰানী মহন্ত উপস্থিত থাকে । দুয়োগৰাকী আৰক্ষী বিষয়া বহু বছৰ ধৰি আৰণ্যকৰ হাড়গিলা সংৰক্ষণ কাৰ্যসূচীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ।

দীপৰ বিল অঞ্চলৰ সুপৰিচিত সংৰক্ষণবিদ প্ৰমোদ কলিতাও এই অনুষ্ঠানত উপস্থিত আছিল। তেওঁৰ তিনি বছৰীয়া কন্যা ভূয়্সী কলিতা ওৰফে টিকু অতি চৰাই অনুৰাগী আৰু সেয়েহে মুকলি কৰি দিয়া হাড়গিলাটিৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।

২০২২ চনৰ ১৮ নৱেম্বৰত কামৰূপ জিলাৰ দদৰা গাঁৱৰ ৭০ ফুট ওখ এজোপা গছৰ ওপৰৰ বাহৰ পৰা হাড়গিলাৰ এই মাইকী পোৱালিটি আন এটা পোৱালিৰ সৈতে সৰি পৰিছিল । স্থানীয়ভাৱে হাড়গিলা বুলি পৰিচিত বিলুপ্তপ্ৰায় “গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক”ৰ দহ দিনীয়া পোৱালিটিক সেইদিনা এটা ডাঙৰ বগা ঊণৰ বলৰ দৰে দেখা গৈছিল। বাহৰ পৰা সৰি পৰা পোৱালিকেইটি সৌভাগ্যক্ৰমে কন্দৰ্প মেধি নামৰ স্থানীয় বাসিন্দাজনৰ চকুত পৰে ।

তেওঁ তৎক্ষণাত আৰণ্যকৰ হাড়গিলা সংৰক্ষণ কাৰ্যসূচী (জি এ চি পি) দলৰ সৈতে যোগাযোগ কৰে । সু-পৰিচিত সংৰক্ষণকৰ্মী ড: পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত হাড়গিলা সংৰক্ষণ কাৰ্যসূচী (জি এ চি পি) দলে কাম কৰে ।

লগে লগে ড: বৰ্মন আৰু তেওঁৰ দলৰ সদস্য মানব দাস আৰু দীপাংকৰ দাস এই দুৰ্দশাগ্ৰস্ত পোৱালিকেইটিৰ উদ্ধাৰকাৰ্য আৰু পৰিচৰ্যাত নামি পৰে । পোৱালিকেইটিক ভাৰতীয় বন্যপ্ৰাণী ট্ৰাষ্টৰ বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ (চি ডব্লিউ আৰ চি)ৰ যুটীয়া সঞ্চালক ড: ৰথীন বৰ্মনক চমজাই দিয়া হয় আৰু পুনৰসংস্থাপনৰ বাবে চি ডব্লিউ আৰ চিলৈ লৈ প্ৰেৰণ কৰা হয় ।

ড: পূৰ্ণিমা দেৱী বৰ্মনে কয়, “দুয়োটি পোৱালিকে অত্যন্ত নিশকতীয়া, শুষ্ক আৰু আঘাতপ্ৰাপ্ত যেন দেখা গৈছিল । গতিকে সিহঁতক সম্ভৱপৰ উত্তম যত্নৰ প্ৰয়োজন আছিল ।”

অসমৰ বন বিভাগৰ সহযোগত ভাৰতীয় বন্যপ্ৰাণী ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত চি ডব্লিউ আৰ চিৰ পশু চিকিৎসক ডাঃ ছামছুল আলীয়ে যদিও এই পোৱালি দুটাক বচাবলৈ সৰ্বোচ্চ যত্ন লৈছিল যদিও কেন্দ্ৰটোত কেইদিনমান থকাৰ পিছত আঘাতৰ বাবে এটা পোৱালিৰ মৃত্যু হয়। ইফালে যত্ন আৰু চিকিৎসাৰ পিছত আনটি পোৱালিৰ অৱস্থা ক্ৰমান্বয়ে উন্নতি হয়।

আৰণ্যকৰ হাড়গিলা সংৰক্ষণ কাৰ্যসূচী দলক নেতৃত্ব দিয়া সংৰক্ষণকৰ্মী ড: পূৰ্ণিমা দেৱী বৰ্মনে কয়, “১৪ মে’ অৰ্থাৎ মাতৃ দিৱসৰ দিনটোত সুস্থ হৈ উঠা হাড়গিলাক মুক্ত কৰি দিয়াৰ জৰিয়তে আমি সদায় নিজৰ সন্তানৰ লালন-পালন আৰু সুৰক্ষাৰ বাবে সৰ্বস্ব উজাৰি দিয়া সেই সকলো মাতৃক সন্মান জনাইছোঁ ।

এই হাড়গিলাৰ উৰণ মাতৃক হেৰুওৱা সকলোৰে বাবে আশা আৰু স্থিতিস্থাপকতাৰ প্ৰতীক আৰু অপ্ৰত্যাশিত উৎসৰ পৰাও প্ৰেম আৰু মমতা যে আহিব পাৰে তাৰ সোঁৱৰণ ।”

উল্লেখ্য যে বিগত ১৫ বছৰত ড০ পূৰ্ণিমা বৰ্মন আৰু তেওঁৰ দলটোৱে এনেধৰণৰ ৪০০ৰো অধিক চৰাই উদ্ধাৰ আৰু পুনৰ সংস্থাপন কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AaranyakGreater adjutantRelease
publisher

publisher

Related Posts

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d