Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon Bhauna Samaruh:আজিৰে পৰা নেহৰুবালিৰ ভক্তিস্থলত আৰম্ভ নগাঁও ভাওনা সমাৰোহ

publisher by publisher
November 24, 2023
in Assam, India, News
Reading Time: 1 min read
0
Nagaon Bhauna Samaruh:আজিৰে পৰা নেহৰুবালিৰ ভক্তিস্থলত আৰম্ভ নগাঁও ভাওনা সমাৰোহ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

Nagaon Bhauna Samaruh:

নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিৰ ভক্তিস্থলত আজিৰ চাৰিদিনীয়াকৈ নগাঁও ভাওনা সমাৰোহ অনুষ্ঠিত হয় মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰাজি অংকীয়া ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কৰাৰ লক্ষ্যৰে ২০১২ৰ পৰা নগাঁও ভাওনা সমাৰোহ উদযাপন সমিতিৰ উদ্যোগত নগাঁও ভাওনা সমাৰোহ অনুষ্ঠিত কৰি অহা হৈছে।

ADVERTISEMENT

ব্ৰজাৱলী ভাষাত অনুষ্ঠিত এই ভাওনা সমাৰোহে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি আহিছে। কাৰ্যসূচী অনুসৰি আজি পুৱা ধর্মধ্বজা উত্তোলনৰে সমাৰোহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমিতিৰ সভাপতি তিলক চন্দ্র মজুমদাৰে।

ইয়াৰ পাছতে পুৱাৰ ভাগত শ্রদ্ধাঞ্জলি অনুষ্ঠান, শ্রীশ্রী এতে বটদ্ৰবা থানৰ পৰা ভক্তিস্থললৈ নিৰ্মালি , গুৰু আসন প্রতিষ্ঠা আৰু নাম-প্রসংগ আদি কাৰ্যসূচী অনুষ্ঠিত হয়।

আনহাতে বিয়লি এক বজাত ভাওনা সমাৰোহ উদ্বোধন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱ গোস্বামীয়ে। ইয়াৰ পাছতে শ্রীকৃষ্ণৰ দশ অবতাৰ নৃত্য প্রদর্শন, শিশু সকলৰ দ্বাৰা কৃষ্ণ আৰু  শংখচূড় ভাৱৰীয়া প্রতিযোগিতা অনুষ্ঠিত হয়।

২৫ নবেম্বৰত পুৱা নাম-প্রসংগ অনুষ্ঠিত হোৱাৰ পাছত দিহানাম প্রতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া সাতখন খোলাত একেলগে ‘ৰক্মিণী হৰণ’ অংকীয়া ভাওনা প্রদর্শন কৰা হ’ব।

উল্লেখ্য যে,ভাওনা উদ্বোধন কৰিব শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্র নাথ ডেকাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব নগাঁৱৰ বিধায়ক ৰূপক শর্মাই।

নিজ ডিমৌ, নগাঁও, তুলসীমুখ, শিমলুগুৰি, পুৰণিগুদাম, ধিং, দক্ষিণপাট শাখাই নাট প্রদর্শন কৰিব। ২৬ নৱেম্বৰত পুৱা নাম-প্রসংগ, বিয়লি দিহানাম প্রতিযোগিতা মুকলি কৰিব নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাই।

সন্ধিয়া সাতখন খোলাত ৰামায়ণ, মহাভাৰতৰ আধাৰত অংকীয়া ভাওনা প্রদর্শন কৰা হ’ব। ভাওনা উদ্বোধন কৰিব শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্র নাৰায়ণ দেৱ মহন্তই। বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব বিধায়ক শশীকান্ত দাসে। চাপৰমুখ, টাঙোনধৰাগাঁও, টাউন পানীগাঁও, শিমলুগুৰি, পুৰণিগুদাম, শংকৰ মাধর শিল্পী সমাজ, দক্ষিণপাট শাখাই নাট প্রদর্শন কৰিব। ২৭ নৱেম্বৰৰ সামৰণিৰ দিনা পুৱা নাম- প্রসংগ, দুপৰীয়া আধ্যাত্মিক অনুভৱৰ আত্মকথা ৰোমন্থন আৰু প্রীতি সম্মিলন অনুষ্ঠিত হ’ব।

স্মৃতিগ্রন্থ উন্মোচন কৰিব মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° মৃদুল হাজৰিকাই। সন্ধিয়া সাতখন খোলাত ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি কেলিগোপাল নাট প্রদর্শন কৰা হ’ব। নাট উদ্বোধন কৰিব নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীয়ে।

বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব বটদ্ৰৱাৰ বিধায়িকা শিবামণি বৰাই। নিশা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব। ভাওনা সমাৰোহৰ আটাইকেইদিনৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ দুর্লভ চমুৱাই ভক্তপ্রাণ ৰাইজক আহ্বান জনাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BhaktistalNagaonNagaon Bhauna SamaruhNehrubali
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজ্বলাইছি বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজ্বলাইছি বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d