Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Meidammeiphi Celebration in Delhiদিল্লীত টাই- আহোম সংস্থাৰ উদ্যোগত আয়োজিত “মে-ডাম্-মে-ফী”ৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

"টাই আহোমৰ পূৰ্বপুৰুষসকলৰ সুশাসন, সমতা আৰু সমন্বয়ৰ আদৰ্শক সাৰোগত কৰিপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বুকুত এক নতুন যুগৰ সূচনা কৰিছে": সোণোৱাল

publisher by publisher
January 31, 2024
in India, News
Reading Time: 2 mins read
0
Meidammeiphi Celebration in Delhiদিল্লীত টাই- আহোম সংস্থাৰ উদ্যোগত আয়োজিত “মে-ডাম্-মে-ফী”ৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

Meidammeiphi Celebration in Delhi:

আজি “মে-ডাম্-মে-ফী”ৰ পৱিত্ৰ ক্ষণত দিল্লীত টাই আহোম সংস্থাৰ উদ্যোগত আয়োজিত বিশেষ অনুষ্ঠানত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্রহণ কৰি টাই আহোমসকলৰ পুলিন-পুথাওসকললৈ সশ্রদ্ধ প্রণিপাত জনায়।

ADVERTISEMENT

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্রসংগত কয়, “টাই আহোমসকলৰ উপৰিপুৰুষ তথা মহান স্বৰ্গদেউসকলৰ শৌর্য-বীর্য, অদম্য সাহস, বীৰত্ব, অতুলনীয় স্বদেশপ্রেম আৰু সমন্বয়ৰ গাথাই বৃহত্তৰ অসমীয়া জাতিক উজ্জীৱিত কৰি আহিছে। তেখেতসকলে তাহানিতে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে দেশৰ হিতৰ বাবে সবল ভূমিকা লৈছিল।

তেখেতসকলৰ দূৰদৰ্শী নেতৃত্ব, কৰ্মৰাজি আৰু চিন্তাধাৰাত প্ৰতিফলিত হৈছিল স্বদেশৰ ৰূপান্তৰমুখী যোগাত্মক যাত্রা। সুশাসন, সমতা আৰু সমন্বয়ৰ মাজেৰে টাই আহোমসকলৰ পূৰ্বপুৰুষসকলে এই পুণ্যভূমি অসমক মহিমামণ্ডিত কৰিছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একেই আদর্শেৰে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস’ৰ নীতি অৱলম্বন কৰি দেশৰ বুকুত সুশাসন, সমতা আৰু সমন্বয়ৰ এক নতুন যুগৰ সূচনা কৰিছে।

মোদীৰ সুশাসনৰ কার্যকালত স্থায়ী শান্তি আৰু সর্বাংগীণ উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ আশা-আকাংক্ষাই সর্বাধিক প্রাধান্য পাইছে। অমৃতকালত আমি সকলোৱে ঐক্যবদ্ধভাৱে যাতে এখন শক্তিশালী, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে বিকাশৰ যাত্ৰাত সক্রিয়ভাৱে অংশগ্রহণ কৰি দেশমাতৃৰ হকে নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ সকলোকে আহ্বান জনালোঁ।

দেশৰ বাবে, জাতিৰ বাবে সমর্পিতভাৱে কাম কৰি যোৱাৰ ক্ষেত্ৰত পূৰ্বপুৰুষসকলৰ অমিয়া আশীৰ্বাদ আমাৰ শিৰত সদায়েই অটুট থাকক আৰু আপোনালোকৰ জীৱনত অনাবিল সুখ-সমৃদ্ধিৰ সঞ্চাৰ হওক, তাৰেই কামনা কৰিলোঁ।”

অনুষ্ঠানত কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু সাংসদসকল তথা দিল্লীস্থিত অসমীয়া লোকসকলেও অংশগ্ৰহণ কৰে আৰু দেশ তথা ৰাজ্যৰ সৰ্বাংগীণ মংগল আৰু উত্তৰণ কামনাৰে পুলিন-পুথাওসকললৈ সেৱা-প্রার্থনা আগবঢ়ায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Delhi TAI ahom SamajMeidammeiphi CelebrationUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

কিতাপে মানুহক অপৰাধী নকৰে!
Assam

কিতাপে মানুহক অপৰাধী নকৰে!

September 13, 2026
কেৱল শুই থাকোতেই হ’ব লাখপতি
International

কেৱল শুই থাকোতেই হ’ব লাখপতি

September 13, 2026
থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল
International

থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

September 13, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d