Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

CBSE 10th Question Paper : ‘মহিলাৰ স্বাধীনতাই সমাজ আৰু পৰিয়ালৰ অশান্তিৰ মূল কাৰণ’, চিবিএছ‌ই দশমৰ প্রশ্ন কাকতক লৈ তুমুল বিতর্ক !

publisher by publisher
December 13, 2021
in Education, India, News
Reading Time: 1 min read
0
CBSE 10th Question Paper : ‘মহিলাৰ স্বাধীনতাই সমাজ আৰু পৰিয়ালৰ অশান্তিৰ মূল কাৰণ’, চিবিএছ‌ই দশমৰ প্রশ্ন কাকতক লৈ তুমুল বিতর্ক !
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ নলবাৰীত বি এন এছ এছৰ ১৬৩ ধাৰা জাৰ

প্ৰধানমন্ত্ৰী মোডীৰ জীৱনৰ ওপৰত আধাৰিত ছবি প্ৰদৰ্শন হ’ব বিদ্যালয়ত, নিৰ্দেশ কেন্দ্ৰৰ

khel Maharan:খেল মহাৰণে উলিয়াই আনিলে এজন ছাত্ৰৰ প্ৰতিভা

পুনৰ চৰম সমালোচনাৰ সন্মুখীন দ্য চেন্ট্রেল ব’র্ড অৱ ছেকেণ্ডাৰী এডুকেছন (CBSE) ব’র্ড (CBSE 10th Question Paper) । এইবাৰ দশম শ্রেণীৰ ইংৰাজী পৰীক্ষাৰ প্রশ্ন কাকতৰ এটা পেছেজৰ অংশত মহিলাসকলৰ ভূমিকাক নেতিবাচক হিচাপে প্ৰকাশ কৰাৰ অভিযোগ (CBSE 10th Question Paper) । পেছেজত লিখা হয়, ‘পত্নীয়ৈ স্বামীৰ কথা মানি চলা বন্ধ কৰিছে আৰু সেয়ে সন্তান আৰু লগুৱাসকলে কোনো কথা নোশুনে ।’ লগতে কোৱা হয় যে, ‘মহিলাসকলৰ স্বাধীনতাই সমাজ আৰু পৰিয়ালৰ অশান্তিৰ মূল কাৰণ’ । প্রশ্ন কাকতৰ পেছেজত এনে লিখা দিয়াৰ বাবেই তুমুল বিতর্কৰ সূত্ৰপাত হৈছে (CBSE 10th Question Paper) ।

ADVERTISEMENT

প্রশ্ন কাকতত লিখা এই পেছেজৰ পাছত শিক্ষাৰ্থীসকলৰ পৰা পেছেজৰ স্বৰ সম্পৰ্কে জানিব বিচৰা হৈছে । তাত উত্তৰৰ বিকল্পত লিখা আছে, ‘লেখক এজন পুৰুষতন্ত্রত বিশ্বাসী বা অহংকাৰী’ । পেছেজটো পঢ়ি অধিকাংশ শিক্ষাৰ্থীয়ে এই উত্তৰটোৱেই ঠিক বুলি ভাবিলেও, চিবিএছ‌ই-ৰ উত্তৰ পত্রত দেখা যায়, সঠিক উত্তৰ হিচাপে থকা বিকল্প বি ‘লেখকে জীৱনক পাতলীয়াকৈ দেখাবলৈ অভ্যস্ত’ মার্ক কৰা আছে । তাক লৈয়েই আৰম্ভ হৈছে বিতর্ক । প্রশ্ন কাকতত এই ধৰণৰ বিষয় আৰু বক্তব্যক টানি অনাত শিক্ষাৰ্থীসকলৰ পঢ়ি বুজোতেই প্রচুৰ সময় গৈছে বুলি অভিযোগ কৰিছে অভিভাৱকসকলে ।

বিতর্ক আৰম্ভ হোৱাৰ লগে লগে ব’র্ডৰ তৰফৰ পৰা মুখ্য জনসংযোগ বিষয়া ৰমা শর্মাই বিবৃতি জাৰি কৰিছে । তেওঁৰ দাবী, ইংৰাজী প্রশ্ন কাকতৰ এটা পেছেজক লৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ পৰা মিশ্র প্রতিক্রিয়া পোৱা গৈছে । তেওঁলোকে এই প্রশ্নৰ মাধ্যমত অপ্রগতিশীল চিন্তাধাৰা আৰু লিংগ বৈষম্যক প্রাধান্য দিয়া হৈছে বুলি ধাৰণা কৰিছে । ব’র্ডৰ পূর্ব ঘোষিত নিয়ম অনুযায়ী এই বিষয়টো বিশেষজ্ঞসকলৰ মতামতৰ বাবে প্ৰেৰণ কৰা হ’ব । ৰমা শর্মাৰ দাবী, ‘বিশেষজ্ঞসকলৰ পৰা পৰামর্শ লৈ উপযুক্ত পদক্ষেপ লোৱা হ’ব ।’

কিছুদিন আগতেই চিবিএছই-ৰ দ্বাদশ শ্রেণীৰ টার্ম ৱানৰ ছ’চিয়’লজিৰ প্রশ্ন আহিছিল, ‘গুজৰাতত হিংসাৰ সৃষ্টি হোৱাৰ সময়ত চৰকাৰ কঠোৰ আছিল ?’ এই প্রশ্নক লৈ হৈ-চৈ আৰম্ভ হয় । পাছত বিবৃতি জাৰি কৰে চিবিএছই-য়ে । তেওঁলোকৰ দাবী, এই প্রশ্নটো যথার্থ নহয় । গুজৰাত হিংসাৰ সময়ত ক্ষমতাত কোন আছিল সেইটোৱে জানিব বিচৰা হৈছে শিক্ষাৰ্থীসকলৰ পৰা । ইয়াৰ পৰাই আৰম্ভ হয় তুমুল বিতর্ক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CBSEExamination
publisher

publisher

Related Posts

কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী
Assam

September 27, 2026
৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী
Assam

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

September 27, 2026
গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d