Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

MAZBAT CM BIJOY SANGKALPA SAMABESH:দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন

মাজবাটত মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন প্ৰচাৰিভাযান

publisher by publisher
April 24, 2024
in India, Assam, News
Reading Time: 2 mins read
0
MAZBAT CM BIJOY SANGKALPA SAMABESH:দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন
1
SHARES
7
VIEWS
ShareShareShareShare

MAZBAT CM BIJOY SANGKALPA SAMABESH:

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন । দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ মাজবাটত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ওদালগুৰিৰ মাজবাটৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত বিশাল বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । নাচি -বাগি ভাষণ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ADVERTISEMENT
https://dainikagradoot.in/wp-content/uploads/2024/04/cm-at-mazbat-video.mp4

বিৰোধী কংগ্ৰেছ আৰু বিপিএফক আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ । কটা হাতৰ কাম নাই ,নাঙলৰ দাম নাই বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ । বৰ্তমান সময়ত মানুহে ট্ৰেক্টৰ ব্যৱহাৰ কৰে , নাঙল বিনা পৈচাতো নাঙল নলয় বুলি বিপিএফক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ । আজিৰ পৰা ১০ বছৰ আগৰ বড়োলেণ্ডৰ পৰিবেশৰ কথা সোঁৱৰাই দিয়ে হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে কয়, বড়োলেণ্ডত অনৱৰতে AK47ৰ গুলী-বাৰুদৰ শব্দ, ধৰ্না, বন্ধ আদিত অশান্তি বিৰাজ কৰিছিল ।

RelatedPosts

Mamata Banerjee:দেশত নিৰপেক্ষ সংস্থা বুলি একো নাই শাসক দল জয়ী হ’ব বুলি আত্মবিশ্বাসী নাছিল, বিজেপিৰ বিৰুদ্ধে সৰৱ

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

Mithun Chakraborty:পশ্চিমবংগত বলীউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ বিজেপিৰ হৈ মাৰাথন প্ৰচাৰাভিযান

এতিয়া এই পৰিবেশ নাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বড়োলেণ্ডত স্থায়ী শান্তি ঘূৰি আহিছে । বিটিচিৰ শান্তিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ । সমষ্টিটোৰ পৰা দিলীপ শইকীয়া ৪ লাখকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ। অৰুনোদয়, উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ,আয়ুছমান কাৰ্ড আদি আচঁনিৰ নাম মহিলা সকলৰ পৰা ঘোচ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে । ঘোচত নাৰিকলৰ লাড়ো, পিঠা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে । কংগ্ৰেছৰ শাসন কালত সাধাৰণ অংগনবাড়ীৰ চাকৰিৰ নামতো ৩-৪ লাখ টকা ঘোচ দিব লগা হৈছিল বুলি ক্ষুৰধাৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ ।

আনহাতে অহা জুলাই মাহত আৰু ৫০ হাজাৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ । ইফালে মাজবাটৰ বিজয় সংকল্প সমাৱেশত ৰাইজৰ বিপুল সঁহাৰি দেখি বিটিচি প্ৰধান প্ৰমোদ বড়ো উৎসাহি হৈ ৪ লাখ ভোটত দিলীপ শইকীয়া জয়ী হোৱাৰ দাবী । বিটিআৰ বাসী ৰাইজে ভোটৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক কৃতজ্ঞতা জ্ঞাপন কৰিব বুলি প্ৰমোদ বড়োৱে মন্তব্য আগবঢ়ায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa Sarmaelection campaignLoksabha Election 2024Mazbat
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d