Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati GS Road has the highest Commercial Space Rent Among the 58 Cities:৫৮ মহানগৰীৰ ভিতৰত জিএছ ৰোডৰ ব্যৱসায়িক স্থলৰ ভাড়াই সর্বাধিক

নাইট ফ্রেংক ইণ্ডিয়াৰ সমীক্ষাত টায়াৰ-২ চহৰৰ ভিতৰত গুৱাহাটী শীৰ্ষত, মাথোঁ এবছৰতে নিৰিখ বৃদ্ধি পালে ৩৮ শতাংশলৈ

publisher by publisher
May 8, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Guwahati GS Road has the highest Commercial Space Rent Among the 58 Cities:৫৮ মহানগৰীৰ ভিতৰত জিএছ ৰোডৰ ব্যৱসায়িক স্থলৰ ভাড়াই সর্বাধিক
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Guwahati GS Road has the Highest Commercial Space Rent Among the 58 Cities:

ৰাজ্যৰ অর্থনীতি টনকিয়াল কৰিব পৰাকৈ বাণিজ্যিক কেন্দ্রবিন্দু নহ’লেও গুৱাহাটীৰ জি এছ ৰোডে খুচুৰা বজাৰৰ স্থানৰ ঘৰভাড়াৰ হাৰ বৃদ্ধিৰে দেশৰ ভিতৰতে শীর্ষ স্থান দখল কৰিছে। টায়াৰ-১ চহৰৰ ভিতৰত সৰ্বাধিক ভাড়া বৃদ্ধিৰে শীৰ্ষত দিল্লীৰ কন’ট প্লেচ থকাৰ বিপৰীতে টায়াৰ-২ মহানগৰীত দেশৰ ভিতৰতে শীর্ষত আছে গুৱাহাটীৰ জি এছ ৰোড।

ADVERTISEMENT

নাইট ফ্রেংক ইণ্ডিয়াৰ ‘থিংক ইণ্ডিয়া থিংক ৰিটেইল- ২০২৪ শ্বপিং চেণ্টাৰ এণ্ড হাই স্ট্রীট ডাইনেমিক এক্রছ ২৯ চিটিজ’ শীর্ষক প্রতিবেদনত প্রকাশ পাইছে দেশৰ টায়াৰ-২ মহানগৰৰ ভিতৰত গুৱাহাটীয়ে বাণিজ্যিক স্থানৰ ভাড়াৰ দিশেৰে দেশৰ আন মহানগৰসমূহক অতিক্ৰম কৰাৰ তথ্য।

প্ৰতিবেদনত উল্লেখ কৰা মতে, টায়াৰ-১ মহানগৰৰ শীৰ্ষত থকা কন’ট প্লেচৰ পাছতে ভাড়াৰ দিশেৰে দ্বিতীয় স্থানত আছে বাংগালুৰুৰ হেনাৰ মেইন ৰোড আৰু কৰ্মাচিয়েল স্ট্রীট পথ দুটা। উল্লেখ্য যে টায়াৰ-২ মহানগৰৰ শীৰ্ষত থকা গুৱাহাটীৰ জিএছ ৰোড অর্থাৎ গুৱাহাটী-শ্বিলং পথত খুচুৰা বিক্ৰী কেন্দ্ৰৰ স্থানৰ ভাড়া ৩৮ শতাংশ বৃদ্ধি পাইছে। এই হাৰ দেশৰ আন ৫৮টা বাণিজ্যিক কেন্দ্রস্থলী পথৰ ভিতৰতে শীর্ষত।

স্বাভাৱিকতে এই প্রতিবেদনৰ পাছতে ভাৰতত ব্যৱসায় আৰম্ভ কৰাৰ বাবে উপযুক্ত স্থানৰ সন্ধানত থকা দেশ-বিদেশৰ বহুজাতিক সংস্থা তথা কোম্পানীসমূহৰ দৃষ্টি নিবদ্ধ হৈছে গুৱাহাটীৰ জি এছ ৰোডত। উল্লেখ্য যে জি এছ ৰোডৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ ভাড়া বৃদ্ধিৰ অভাৱনীয় হাৰৰ মূলতেই হ’ল এই বাণিজ্যিক পথটোত সকলো সামগ্ৰীৰে বিক্ৰী ব্যাপক হাৰত উর্ধ্বগামী হোৱাটো।

সমীক্ষা মতে, জি এছ ৰোডত ২৯ শতাংশ খুচুৰা ব্যৱসায় স্থলতে কাপোৰ বিক্ৰী হয়। ইয়াৰ পাছতে ১৮ শতাংশ স্থানত বিক্রী হয় খাদ্য আৰু বিভিন্ন পানীয়। গ্রাহকৰ বাবে স্বাভাৱিক খাদ্যাভ্যাসৰ বিকল্প খাদ্যৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে জি এছ ৰোড।

আন ১৭ শতাংশ স্থানত আনুষংগিক সামগ্রী বিক্রী হয়। পৰিসংখ্যা মতে, ২০২২ত জি এছ ৰোডত প্রতি বর্গফুটত মাহিলি ভাড়াৰ নিৰিখ আছিল ১৫০-১৭৫ টকা। পিছে মাথোঁ এটা বছৰৰ ব্যৱধানতে ২০২৩৩ গুৱাহাটীৰ সদাব্যস্ত জি এছ ৰোডত খুচুৰা বিক্ৰী কেন্দ্ৰৰ গৃহ ভাড়া প্রতি বর্গফুটত মাহিলি ২০০-২৫০ টকালৈ বৃদ্ধি হয়। টায়াৰ-২ মহানগৰৰ ভিতৰত এই হাৰ হ’ল সর্বাধিক।

প্রসংগত উল্লেখ্য যে জি এছ ৰোডৰ খুচুৰা ব্যৱসায়িক স্থলৰ ভাড়াৰ হাৰ সম্প্ৰতি দেশৰ কে’বাখনো মহানগৰ ক্ৰমে ভুৱনেশ্বৰ, ভূপাল, ইণ্ডোৰ, লক্ষ্ণৌ, জলন্ধৰ, লুধীয়ানা, চণ্ডীগড়, জয়পুৰ, নাগপুৰ, ঔৰংগাবাদ, হায়দৰাবাদ, নয়দা, পুনে, চুৰাট, বডোদৰা, কইম্বাটোৰ, মাংগালুৰু, বিশাখাপট্টনম, ৰায়পুৰ আদিতকৈও উর্ধ্বত। স্বাভাৱিকতে বহুজাতিক সংস্থাসমূহৰো দৃষ্টি নিবদ্ধ হৈছে গুৱাহাটীৰ জি এছ ৰোডৰ ওপৰত।

উল্লেখ্য যে এজাক বৰষুণতে একাঁঠু পানী হোৱা জি এছ ৰোডৰ অৱস্থা তথৈবচ হ’লেও এই ব্যস্ততম পথটোৰ দুয়োকাষে থকা ব্যৱসায়িক প্রতিষ্ঠানসমূহক দেশ-বিদেশৰ ভিন্ন ব্ৰেণ্ডৰ কাপোৰ আৰু দেশ-বিদেশৰ সুনাম থকা খাদ্য সামগ্ৰীৰ প্ৰতিষ্ঠানসমূহে তুলনামূলকভাৱে আন মহানগৰৰ তুলনাত অধিক বিক্রী তথা মুনাফা অৰ্জনৰ সূত্রেই জি এছ ৰোডত প্ৰতি বৰ্গফুটৰ খুচুৰা ব্যৱসায়স্থলীৰ ভাড়া প্রায় দুগুণলৈ উর্ধ্বগামী হৈছে। উল্লেখ্য যে জি এছ ৰোডত আছে কেএফচি, মেকড ‘নাল্ড, কুলফী হাউছৰ দৰে বহুজাতিক খাদ্য সামগ্ৰীৰ প্ৰতিষ্ঠান।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Among the 58 CitiesGuwahati G S RoadHighest Commercial Space Rent
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d