Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Lakhipur Solar Powerd Fence:মানৱ-হাতী সংঘাত জৰ্জৰিত বেছৰকণাৰ মহিলাসকলক সৱলীকৰণ কৰা ‘আয়ুসৰেখা’ডাল

publisher by publisher
May 31, 2024
in News, Assam, India
Reading Time: 3 mins read
0
Lakhipur Solar Powerd Fence:মানৱ-হাতী সংঘাত জৰ্জৰিত বেছৰকণাৰ মহিলাসকলক সৱলীকৰণ কৰা ‘আয়ুসৰেখা’ডাল
25
SHARES
245
VIEWS
ShareShareShareShare

Lakhipur Solar Powerd Fence :

ADVERTISEMENT

বন্যহস্তীৰ উপদ্ৰৱৰ বাবে দীৰ্ঘদিন ধৰি তীব্ৰ মানসিক পীড়া আৰু অস্তিত্বৰ সংকটত জীয়াই থকিব লগা হোৱা গোৱালপাৰা জিলাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত দুৰ্গম বেছৰক’ণা কোঁচপাৰাৰ গাঁওবাসীয়ে সম্প্ৰতি শান্তিৰে বাস কৰিব পাৰিছে। তেওঁলোকৰ মুখলৈ এতিয়া হেৰুৱা হাঁহি ঘূৰি আহিছে ।

RelatedPosts

Interntional Tiger Day Celebrated In Manas:মানাহত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন : বন্যপ্ৰাণী সংৰক্ষণত স্থানীয় সমূদায়ৰ ভূমিকাত গুৰুত্ব

LGBA:বিমানবন্দৰৰ মাজেৰে চলা অবৈধ বন্যপ্ৰাণী ব্যৱসায় ৰোধত প্ৰত্যাহ্বানৰ সন্মুখীন চি আই এছ এফ

women 2 1বন্যহস্তীৰ পৰা আমাৰ গাঁওখন আৰু ইয়াৰ আৱাসীসকলক সুৰক্ষা দিয়া সৌৰ শক্তি-চালিত এডলীয়া তাঁৰৰ এখন বেৰে গাওঁবাসীক এক নতুন জীৱন দান দি তেওঁলোকৰ সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিছে । এই বেৰখন আমাৰ গাওঁবাসীৰ কাৰণে আয়ুসৰেখাতকৈ কম নহয় । জিলাখনৰ লক্ষীপুৰ মহকুমাৰ সদৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত অৱস্থিত বেছৰকণা কোঁচপাৰাৰ এগৰাকী অগ্ৰণী মহিলা, দুগৰাকী নাবালিকা কন্যাৰ মাতৃ কিংগিছ কোঁচে এইদৰে কয় ।

মানৱ-হাতী সংঘাতৰ ক্ৰমবৰ্ধমান ঘটনাৰ বাবে অঞ্চলটোৰ মহিলাসকল অতি ভীত-সন্ত্ৰস্ত হৈ থাকিব লগা হৈছিল । তেওঁলোকে সূৰ্যাস্তৰ লগে লগে নিশাৰ আহাৰ ৰান্ধি-বঢ়াৰ লগতে ঘৰৰ সকলো কাম-বন কৰি শেষ কৰিবলৈ বাধ্য হৈছিল, কাৰণ আন্ধাৰ হোৱাৰ পাছতে গাঁৱত বন্যহস্তীৰ জাকৰ প্ৰৱেশৰ পাছত কি অৱস্থাৰ সৃষ্টি হয় সেই কথা কোনেও নাজানিছিল ।

খাদ্যৰ সন্ধানত গাঁৱত প্ৰৱেশ কৰা বন্যহস্তীয়ে নিশা এটাৰ পাছত এটাকৈ ঘৰ ভাঙি তহিলং কৰাৰ ঘটনা গাঁওবাসীৰ কাৰণে প্ৰায় নৈমিত্তিক ঘটনা আছিল । গাঁৱৰ পুৰুষ সকল বন্যহস্তী খেদোৱাৰ কামত ব্যস্ত হৈ থাকিবলগা হোৱাৰ সময়ত মহিলাসকলে ঘৰৰ শিশু আৰু বয়সস্থ সকলক একগোট কৰি নিৰাপদ স্থানলৈ পলাব লগা হৈছিল ।

women 1মানৱ-হাতী সংঘাত প্ৰশমন আৰু সহাৱস্থানক উদগনি যোগোৱাৰ নিৰলস প্ৰচেষ্টাৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ইউ এছ এফ ডব্লিউ এছ আৰু বন বিভাগৰ গোৱালপাৰা বন সংমণ্ডলৰ সহযোগত চলিত বৰ্ষৰ এপ্ৰিল মাহত বেছৰকণা আৰু ১ নং পুখুৰীপাৰা গাঁৱক সামৰি ২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন এডলীয়া তাঁৰ বিশিষ্ট সৌৰশক্তি চালিত বেৰা স্থাপন কৰে । বেছৰকণাৰ বেৰ খনৰ দৈৰ্ঘ্য ১.৬ কিলোমিটাৰ ।

এই বেৰখনৰ স্থাপনত গাঁৱৰ মহিলাসকলৰ ভূমিকাক প্ৰশংসা কৰি আৰণ্যকৰ হস্তী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ প্ৰধান বিজ্ঞানী ড: বিভূতি প্ৰসদ লহকৰে কয়, অঞ্জন বৰুৱাৰ নেতৃত্বত আৰণ্যকৰ কাৰিকৰী দলৰ তত্বাৱধানত কৰা কম খৰচী এই সৌৰ-বেৰখনৰ স্থাপনত কিংগিছ কোঁচ, নীলিমা কোঁচ, মেনকা কোঁচ, পিমিলা কোঁচৰ দৰে একাংশ মহিলাই পুৰুষসকলৰ সমানে আগভাগ গ্ৰহণ কৰিছিল । এইদৰে আগবাঢ়ি অহা প্ৰায় ১৮ গৰাকী মহিলাই আনকি বেৰখনৰ বাবে গছৰ কুন্দা কান্ধত ভাৰ বৈ আনিছিল” ।

কিংগিছ কোঁচে কয়, “ আমাৰ বাবে আয়ুসৰেখা হৈ পৰা এই কম খৰচী সৌৰ বেৰখনে আমাৰ জীৱন আৰু ঘৰবোৰক সুৰক্ষা দিয়াই নহয় গাঁৱৰ মহিলাসকলৰ সৱলীকৰণতো সহায় কৰিছে; যাৰ বাবে মহিলাসকলে ঘৰুৱা কাম-বনৰ উপৰিও নিৰ্ভয়ে নিজৰ পছন্দৰ জীৱিকাৰ কাম কৰিব পাৰিছে । আমি এতিয়া মুকলি মনেৰে ঘৰুৱা উদ্যানশস্য আৰু বোৱা-কটাৰ কাম কৰাৰ লগতে সন্তানৰ স্বাস্থ্য আৰু শিক্ষাত চকু দিব আৰু পৰিয়ালৰ অৰ্থনৈতিক অৱস্থাৰ উত্তৰণত অৰিহণা যোগাব পাঁৰো” ।

অন্য এগৰাকী অগ্ৰণী মহিলা নীলিমা কোঁচে কয় – মানৱ-হাতী সংঘাত জৰ্জৰিত পৰিৱেশত বিনিদ্ৰ নিশা কটোৱা আমি মহিলা সকলে এই সৌৰ বেৰখনে কেনেদৰে আমাৰ জীৱন সলনি কৰিব সেই কথা ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ আৰু সেয়ে বেৰখনৰ কামত পুৰুষসকলৰ সমানে সহায় কৰিছোঁ ।

সন্তুষ্টিভৰা হাঁহি মাৰি মেনকা কোঁচে কয়, “এই বেৰখন স্থাপনৰ পাছত আমাৰ জীৱনলৈ শান্তি ঘূৰি আহিছে; আমি যেন আমাৰ জীৱন ঘূৰাই পাইছোঁ। আমি এতিয়া শান্তিৰে খাব, শুব আৰু কাম কৰিব পাৰিছোঁ । গাঁৱৰ মহিলাসকলে আকৌ এবাৰ মুকলি মনেৰে হাঁহিব পাৰিছে, তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি ঘটিছে আৰু আতংক দূৰ হৈছে । মহিলাসকলৰ মুখৰ হাঁহিয়ে পৰিয়ালবোৰৰ মুখতো হাঁহি বিৰিঙাইছে” | এই সৌৰবেৰে গাঁওখনৰ ধৰ্মীয় আৰু সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰ কালী মন্দিৰটোকো বন্যহস্তীৰ পৰা সুৰক্ষিত কৰাৰ পাছত এতিয়া গাওঁখনত ধৰ্মীয় আৰু সাংস্কৃতিক কাম-কাজো বৃদ্ধি হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aranyak OrganizationLakhipur BesarkanaSolar Powerd FenceUSFWS
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d