Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
July 25, 2024
in Uncategorized
Reading Time: 2 mins read
0
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Orang National Park:বৃহস্পতিবাৰৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

Mangaldai:ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন , বাঘে থপিয়াই নিয়ে এজন গৃহৰক্ষী জোৱানক 

Interntional Tiger Day Celebrated In Manas:মানাহত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন : বন্যপ্ৰাণী সংৰক্ষণত স্থানীয় সমূদায়ৰ ভূমিকাত গুৰুত্ব

Summer Nature Camp:সংৰক্ষণ, শিক্ষা বিষয়ক ২০ দিনীয়া গ্ৰীষ্মকালীন শিবিৰত ৫০ শিক্ষাৰ্থীৰ অংশগ্ৰহণ

ADVERTISEMENT

অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক (www.aaranyak.org) আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই চলিত গ্ৰীষ্মকালীন ছুটীৰ সময়ত দৰং জিলাৰ ওৰাঙৰ চেঙেলীমৰা লুইত জাতীয় বিদ্যালয়ত আয়োজন কৰা ২০ দিনীয়া এক প্ৰকৃতি শিবিৰত পঞ্চাশগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

‘ডেভিদ শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যন’ (ডি এছ ডব্লিউ এফ)ৰ সাহায্য আৰু স্থানীয় বেচৰকাৰী সংস্থা ‘ৱাইল্ড উইংছ’ আৰু ‘ফটাশিমলু ইক’ ডেভলপমেণ্ট কমিটী’ৰ সহযোগত ৫ৰ পৰা ২৫ জুলাইলৈ অনুষ্ঠিত গ্ৰীষ্মকালীন প্ৰকৃতি শিবিৰটোত শৈক্ষিক পাঠদান আৰু পাঠ্যক্ৰমৰ বহিৰ্ভূত কাম-কাজৰ লগতে পৰিৱেশ সজাগতা আৰু শিক্ষাকো উদগনি যোগোৱা হয়।

এই শিবিৰত ছাত্ৰ-ছাত্ৰী সকলক ১৮ দিন বিদ্যালয়ৰ কৰ্মচাৰী আৰু অতিথি শিক্ষকে শৈক্ষিক দিহা পৰামৰ্শ প্ৰদান কৰে আৰু দুদিন পৰিৱেশ, বন্যপ্ৰাণী আৰু সংৰক্ষণ ক্ষেত্ৰৰ বিশেষজ্ঞৰ দ্বাৰা পৰিৱেশ সজাগতা প্ৰশিক্ষণ দিয়া হয়।

উদ্বোধনীৰ দিনা সমল ব্যক্তি হিচাপে শিবিৰত অংশগ্ৰহণ কৰা আৰণ্যকৰ গঁড় গৱেষণা আৰু সংৰক্ষণ বিভাগৰ পৰিচালক আৰিফ হুছেইনে বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণ বিষয়ক অধিবেশন পৰিচালনা কৰে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী তথা আৰণ্যকৰ সদস্য ছাব্ৰিনা বেগমে পৰিৱেশ সংৰক্ষণ আৰু সজাগতা বিষয়ক এখন অধিবেশন পৰিচালনা কৰে।

ফটাশিমলু ইক’ ডেভলপমেণ্ট কমিটীৰ সভাপতি বাহাৰুল ইছলাম আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাবুল ইছলামেও ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে।

প্ৰকৃতি সংৰক্ষণত স্থানীয় সম্প্ৰদায়ৰ অংশগ্ৰহণক উদগনি যোগোৱাৰ উদ্দেশ্যে পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সচেতন নাগৰিকৰ এটা বিশাল গোট সৃষ্টি কৰাৰ লক্ষ্যৰে আৰণ্যকে ডি এছ ডব্লিউ এফ আৰু স্থানীয় সহযোগীসকলৰ সহায়ত প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰীৰ বাবে এনে গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aranyak OrganizationOrang National ParkSummer Nature Camp
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d