Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

    PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

    Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

    Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

    নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

    নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

    সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

    সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

    পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Interntional Tiger Day Celebrated In Manas:মানাহত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন : বন্যপ্ৰাণী সংৰক্ষণত স্থানীয় সমূদায়ৰ ভূমিকাত গুৰুত্ব

publisher by publisher
July 31, 2024
in Uncategorized
Reading Time: 3 mins read
0
Interntional Tiger Day Celebrated In Manas:মানাহত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন : বন্যপ্ৰাণী সংৰক্ষণত স্থানীয় সমূদায়ৰ ভূমিকাত গুৰুত্ব
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

মানাহত আৰক্ষীৰ সফল অভিযান: অস্ত্ৰ–বিস্ফোৰকসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

There is an increase in the number of tigers in Manas:মানাহত বৃদ্ধি পাইছে বাঘৰ সংখ্যা

Interntional Tiger Day Celebrated In Manas:

বন্যপ্ৰাণীৰে সহাৱস্থানৰ এক জলন্ত উদাহৰণ দাঙি ধৰি ব্যাঘ্ৰ আৰু ইয়াৰ আৱাসভূমিৰ সংৰক্ষণৰ প্ৰতি আৱদান আগবঢ়োৱা মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰান্তত বসবাস কৰা স্থানীয় জনগোষ্ঠীসমূহৰ ভূমিকাৰ প্ৰশস্তিৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ভূঞাপাৰাত ২৯ জুলাইত ব্যাপক ৰূপত আন্ত:ৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয় ।

ADVERTISEMENT

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বি টি চি)ৰ বন বিভাগ, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (ASTEC), ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ- ইণ্ডিয়া (WWF) আৰু ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (WTI)ৰ সহযোগত আৰণ্যকৰ (www.aaranyak.org) ব্যাঘ্ৰ গৱেষণা আৰু সংৰক্ষণ বিভাগ (টি আৰ চি ডি), মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু আই ইউ চি এন ইণ্ডিয়াৰ যৌথ উদ্যোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

ভূঞাপাৰাস্থিত আৰণ্যকৰ মানাহ সংৰক্ষণ আৰু প্ৰসাৰ কেন্দ্ৰ (এম চি অ’ চি)ত আয়োজিত উদযাপনত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া গাঁৱত বসবাস কৰা খিলঞ্জীয়া বড়ো সম্প্ৰদায়ৰ সদস্য, বনকৰ্মী, বেচৰকাৰী সংস্থাৰ কৰ্মী, সংৰক্ষণ নেতা, প্ৰকৃতিপ্ৰেমী, এছ এছ বি আৰু অসম আৰক্ষীৰ লোককে ধৰি ৩৫০ ৰো অধিক লোকে অংশগ্ৰহণ কৰে ।

আৰণ্যকে গ্ৰহণ কৰা সংৰক্ষণ প্ৰচেষ্টাৰ জৰিয়তে খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলে উৎপাদন কৰা বিভিন্ন সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰ উদ্বোধনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰা হয় ।

বিশিষ্ট সংৰক্ষণ বিজ্ঞানী তথা আৰণ্যকৰ সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড: বিভৱ কুমাৰ তালুকদাৰে অংশগ্ৰহণকাৰী সকলক আদৰণি জনাই অনুষ্ঠানটোৰ আয়োজক অংশীদাৰসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে আৰু মানাহত সামগ্ৰিকভাৱে ব্যাঘ্ৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে সহযোগিতামূলক পন্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইয়াৰ পাছতে আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰ আৰু জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী ড: দীপাংকৰ লহকৰে মানাহলৈ ব্যাঘ্ৰ ঘূৰাই অনা সন্দৰ্ভত এক বিস্তৃত উপস্থাপন আগবঢ়ায় । তেওঁলোকে স্থানীয় জনগোষ্ঠী, বেচৰকাৰী সংস্থা, আৰু বন বিভাগৰ ভূমিকা, বিশেষকৈ ভাৰত-ভূটান সীমান্ত মানাহ সংৰক্ষণ এলেকা (TraMCA) প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে ।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ)অনিন্দ্য স্বৰ্গীয়াৰী, সুমন মহপাত্ৰ, আই এফ এছ, চি এইচ ডি, বন, বি টি চি ; অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড: জয়দীপ বৰুৱা, আই ইউ চি এন ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰকল্প সহযোগী মীনল পাহুজা অতিথি বক্তা হিচাপে উপস্থিত থাকে ।

এই কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰা শক্তি আৰু প্ৰাকৃতিক সম্পদ মন্ত্ৰালয়ৰ পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মুখ্য পৰিৱেশ বিষয়া টেনজিন ৱাংচুকে প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাযোগে ব্যাঘ্ৰ সংখ্যা বৃদ্ধি আৰু আৱাসভূমিৰ সংৰক্ষণত অৰিহণা যোগোৱা অংশীদাৰ সকলৰ শলাগ লয় ।

প্ৰাক্তন বন বিষয়া হিৰণ্য কুমাৰ শৰ্মা আৰু ধৰণীধৰ বড়ো, কমাৰদিছা হাইস্কুলৰ শিক্ষক তথা ককিলাবাৰী এম এম ই এছৰ উপদেষ্টা, মানাহ মাওজিগেন্দ্ৰি ইক’টুৰিজিম ছ’চাইটিৰ প্ৰাক্তন সভাপতি তথা অসমৰ বন আৰু পৰিৱেশ বিভাগৰ প্ৰাক্তন ব্ৰেণ্ড এম্বেছাদৰ (২০১৮-২০১৯) চন্দ্ৰ কান্ত বসুমতাৰীক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আগবঢ়োৱা নি:স্বাৰ্থ, দৃষ্টান্তমূলক আৰু অবিৰত অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত ভাষণ দি বন বিষয়া মহপাত্ৰই মানাহৰ লগতে বন্যপ্ৰাণীৰ অন্যান্য প্ৰাকৃতিক বাসস্থানৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভৱিষ্যত প্ৰজন্মক সজাগ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

ড: জয়দীপ বৰুৱাই ভাৰতত এসময়ত হ্ৰাস পাবলৈ ধৰা ব্যাঘ্ৰৰ সংখ্যা পৰিকল্পিত সংৰক্ষণৰ প্ৰচেষ্টাই বৃদ্ধি কৰাত কেনেদৰে সহায় কৰিছে তাৰ দৃশ্যপট দাঙি ধৰে । বন্যপ্ৰাণীৰ শৰীৰৰ অংগসমূহৰ ব্যৱহাৰৰ সৈতে জড়িত থকা অন্ধবিশ্বাসৰ প্ৰসংগ উল্লেখ কৰি ড: বৰুৱাই বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে থিয় দিবলৈ সকলোকে আহ্বান জনায়।

পহুজাই তেওঁৰ ভাষণত ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত বৰ্তমান চলি থকা যুগান্তকাৰী ব্যাঘ্ৰ সংৰক্ষণ পদক্ষেপ – সংহত ব্যাঘ্ৰ বাসস্থান সংৰক্ষণ কাৰ্যসূচীৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষত বাস কৰা সম্প্ৰদায়সমূহে সহাৱস্থানৰ এক বৃহৎ উদাহৰণ দাঙি ধৰিছে আৰু ই ব্যাঘ্ৰ আৰু বাসস্থান সংৰক্ষণত অসীম সহায় কৰিছে ।

বিকল্প বহনক্ষম জীৱিকা অৱলম্বনেৰে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসৰ প্ৰশংসনীয় উদাহৰণ দাঙি ধৰা মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া বিভিন্ন গাঁৱৰ স্থানীয় সম্প্ৰদায়ৰ তেৰজন লোক আৰু আত্মসহায়ক গোটকো সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানৰ শেষত বিশ্ব ব্যাঘ্ৰ দিৱস উপলক্ষে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা শিশুসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aranyak OrganizationInterntional Tiger Day CelebratedManas National Park
publisher

publisher

Related Posts

Uncategorized

Cashback im Hollywin Casino: So schützt du dein Budget beim Spielen

August 25, 2026
Uncategorized

Pinup casino: acceso seguro y las mejores opciones de bonos en 2026

August 25, 2026
Uncategorized

Wettanbieter Österreich 2026: So sicher sind deine Auszahlungen und Einzahlungen

August 25, 2026
Uncategorized

Unveiling the best rewards at Neosurf Casino Australia: Promotions that every player should

August 25, 2026
Uncategorized

Why choose PayID Pokies Australia? Fast withdrawals and top-notch casino security

August 24, 2026
Uncategorized

Unlocking NRL betting Australia: A beginner’s guide to the best odds and bonuses

August 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d