Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Neeraj Chopra’s mother’s reaction after he won the form:নীৰজ চোপ্ৰাই ৰূপ লাভ কৰাৰ পিছত নীৰজ মাতৃৰ প্ৰতিক্ৰিয়া

publisher by publisher
August 9, 2024
in Uncategorized
Reading Time: 3 mins read
0
Neeraj Chopra’s mother’s reaction after he won the form:নীৰজ চোপ্ৰাই ৰূপ লাভ কৰাৰ পিছত নীৰজ মাতৃৰ প্ৰতিক্ৰিয়া
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Golden Boy Neeraj Chopra won the silver medal in the javelin throw:পুনৰ উজ্জ্বলি উঠিল পেৰিছ অলিম্পিকত

Lavlina reaches the quarterfinals of women’s boxing:মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ

World Athletics Championship Jevelin Throw Gold Medal Neeraj chopra:দেশৰ ক্ৰীড়াপ্ৰেমীৰ বাবে গটা ভাল খবৰ, বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পুনৰ উজ্জ্বলি উঠিল ভাৰত

Neeraj Chopraer’s Mother reaction after he won the form:

পেৰিছ অলিম্পিকত জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ ৷ একেৰাহে দুখনকৈ অলিম্পিকত পদক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত নীৰজ ৷ পদক লাভৰ পাছতেই পিতৃ সতীশ কুমাৰে কয়,পুত্ৰৰ এই অভিলেখ সৃষ্টিকাৰী ইভেণ্ট প্ৰত্যক্ষ কৰিবলৈ টিভি স্কীনত দৃষ্টিনিবদ্ধ কৰি আছিলো। অৱশেষত পুত্ৰ উজ্জ্বলি উঠিল ফান্সৰ ভূমিত। ফাইনেলত ৮৯.৪৫ মিঃ জেভলিন থ্ৰ’ৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে পাকিস্তানী আশ্বাৰ্দ নাদীমে ৯২.৯৭ মিটাৰ জেভলিন দলিয়াই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

ADVERTISEMENT

নীৰজৰ পিতৃয়ে আৰু কয় যে,২০২৩ চনত পুত্ৰ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰাৰ পূৰ্বেও যথেষ্ট অসুস্থ থকাৰ দৰে এইবাৰো মে’ মাহৰ আৰম্ভণিৰে পৰা কিছু শাৰীৰিকভাৱে অসুস্থ আছিল ৷

নীৰজৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰি গৌৰৱ অনুভৱ কৰা পিতৃয়ে আৰু পুৰুষৰ জেভলিন থ্ৰ’ ফাইনেলত পাকিস্তানৰ দিন বুলি উল্লেখ কৰে ৷ সকলোৰে নিজৰ নিজৰ দিন থাকে। আজি আছিল পাকিস্তানৰ দিন। কিন্তু আমি ৰূপৰ পদক লাভ কৰিছো, আৰু ই আমাৰ বাবে গৌৰৱৰ বিষয়। মই ভাবো নীৰজৰ গ্ৰ’ইনৰ আঘাতে তেওঁৰ প্ৰদৰ্শনত কিছু অসুবিধাৰ সৃষ্টি কৰিছ। পেৰিছত নীৰজৰ সফলতাই পৰৱৰ্তী প্ৰজন্মৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব ৷

নীৰজৰ পিতৃ সতীশ কুমাৰে কয়,নীৰজৰ খেল উপভোগ কৰিবলৈ চুবুৰীৰ মানুহৰ বাবে এখন ডাঙৰ পৰ্দাৰ ব্যৱস্থা কৰা হয় আৰু সকলোৱে আনন্দ- ফুৰ্তিৰে খেল উপভোগ কৰে ৷ চুবুৰীৰ বহু মানুহ উপস্থিত হ’ল তেওঁলোকৰ ঘৰৰ চৌহদত ৷

আনহাতে নীৰজৰ জয়ৰ পিছত মানুহৰ মাজত মিঠাই বিতৰণ কৰা হয় ৷ আনহাতে পুত্ৰ সাফল্যত আনন্দিত হোৱা নীৰজৰ মাতৃ সৰোজ দেৱীয়ে পুত্ৰৰ প্ৰিয় খাদ্য ৰান্ধিবলৈ আগ্ৰহী বুলি উল্লেখ কৰে ৷ ‘আমি বৰ সুখী। আমাৰ বাবে ৰূপো সোণৰ সমান। সোণ পোৱাজনো আমাৰ ল’ৰাৰ দৰে। পুত্ৰ আঘাতপ্ৰাপ্ত হৈছিল, গতিকে তেওঁৰ প্ৰদৰ্শনত আমি সুখী। মই তেওঁৰ প্ৰিয় খাদ্য ৰান্ধিম।’

আনহাতে, নীৰজৰ ককাক ধৰ্ম সিং চোপ্ৰাই নাতিৰ জয়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই ৰূপৰ পদক লাভ কৰি দেশত আৰু এটা পদক সংযোজন কৰিছে। টকিঅ’ৰ স্বৰ্ণ পদক জয়ী কৰিবলৈ নীৰজে ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰি কেৰিয়াৰত এতিয়া যিখিনি অৰ্জন কৰিবলগীয়া আছে সেয়া কৰিলে ।

৯২.৯৭ মিটাৰ অলিম্পিক অভিলেখৰ প্ৰচেষ্টাৰে সমগ্ৰ এথলেটিকছত পাকিস্তানৰ আৰ্ছাদ নাদীমে অনায়াসে ৯০ মিটাৰৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি অলিম্পিকৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ট্ৰেক এণ্ড ফিল্ড প্ৰদৰ্শন আগবঢ়ায়। তেওঁ দ্বিতীয়টো প্ৰচেষ্টাত অলিম্পিকৰ অভিলেখ ভংগ কৰি ৯১.৭৯ মিটাৰৰ উল্লেখযোগ্য থ্ৰ’ৰে নিজৰ আকৰ্ষণীয় প্ৰদৰ্শন কৰি সোণৰ পদক কাঢ়ি লৈ ​​যায় বুলি মন্তব্য কৰে নীৰজৰ ককাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mother ReactionNeeraj ChopraParis OLYMPIC 2024Silver Medel
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d