Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nalbari District Commissioner Barnali Deka is in trouble:বিপদত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা !

আয়ুক্তৰ বিৰুদ্ধে নলবাৰী আৰক্ষীক গোচৰ ৰজুৰ নিৰ্দেশ মুখ্য ন্যায়িক দণ্ডাধীশৰ

samimsultana by samimsultana
November 6, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Nalbari District Commissioner Barnali Deka is in trouble:বিপদত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা !
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

Cheating on marriage:আৰ ফিফটিন বাইক নোপোৱাৰ বাবে কিন্নৰ পত্নীক এৰিলে এজন যুৱকে

Nalbari District Commissioner Barnali Deka is in trouble:

বিপদত নলবাৰী জিলা জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা ৷ জ্যেষ্ঠ আই পিএছ বিষয়া গৰাকীৰ বিৰুদ্ধে আৰক্ষীক তৎকালেই গোচৰ ৰজু কৰিব নিৰ্দেশ নলবাৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ ৷

ADVERTISEMENT

উল্লেখ্য যে, পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অপৰ্ণা শৰ্মাই চিজিএম আদালতত দাখিল কৰা এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ জাৰি কৰে চিজিএম আদালতে ৷

স্মতৰ্ৱ্য যে,চলিতবৰ্ষৰ মাজভাগত অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনৰ ৭ মে’ৰ নিশা নলবাৰী চহৰৰ সংশ্লিষ্ট ষ্ট্ৰংৰোমত জিলা আয়ুক্ত বৰ্ণালী ডেকা আৰু নিলম্বিত এচিএছ বিষয়া অৰ্পণা শৰ্মাৰ মাজত কথাৰ কটাকটি হৈছিল ৷ উদ্থাপিত অভিযোগ মতে আয়ুক্ত গৰাকীয়ে তীব্ৰ ককৰ্থনা কৰিছিল অৰ্পণা শৰ্মাক ৷

পাছদিনা অৰ্থাৎ ৮ মে’ত অৰ্পণা শৰ্মাই ডিচি বৰ্ণালী ডেকাৰ বিৰুদ্ধে এখন এজাহাৰ দিছিল নলবাৰী সদৰ থানাত ৷ কিন্ত এজাহাৰ দিয়াৰ পিছতো কোনো পদক্ষেপ নল’লে আৰক্ষীয়ে ৷ আনহাতে ডিচি বৰ্নালী ডেকাই এই সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ দিয়া অভিযোগৰ ভিত্তিত চৰকাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এচিএছ বিষয়া অৰ্পণা শৰ্মাক চাকৰিৰ পৰা নিলম্বন কৰে ৷

বিভাগীয় নিলম্বন আৰু থানাত দিয়া এজাহাৰক নলবাৰী আৰক্ষীয়ো কোনো সময়োচিত ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ অৰ্পণা শৰ্মাই নলবাৰী চিজিএম আদালতত এক গোচৰ তৰে৷ এই গোচৰৰ শুনানিলৈ আদালতে নলবাৰী সদৰ আৰক্ষীৰ হেমাহিক কৰ্কথনা কৰাৰ লগতে তৎকালেই ডিচি বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰজু কৰি তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

আনহাতে প্ৰাপ্ত খবৰ অনুসৰি নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই চিজিএম আদালতৰ ৰায়ৰ বিৰুদ্ধে সত্ৰ ন্যায়াধীশ আদালতৰ দ্বাৰস্থ হোৱাৰ সম্ভাৱনা আছে ৷ মনকৰিবলগীয়া যে,জ্যেষ্ঠ আইএএছ বিষয়া বৰ্ণালী ডেকাই য’তেই ডিচি ৰূপে কাৰ্যৰত হয় তাতেই বিৰ্তকত সাঙোৰ খাই পৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against firDistrict Commissioner Barnali DekaNalbari cjm
samimsultana

samimsultana

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d