Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Triple Murder : পুত্ৰ গ’ল প্ৰাতঃভ্ৰমণলৈ, পিত-মাতৃ আৰু ভগ্নীক ঘৰৰ ভিতৰত হানি-খুচি হত্যা

মৃতসকল ৰাজেশ তানৱাৰ (৫৫), কোমল (৪৭) আৰু কন্যা কবিতা (২৩) বুলি চিনাক্ত কৰা হৈছে ।

publisher by publisher
December 4, 2024
in Crime, National
Reading Time: 2 mins read
0
Triple Murder : পুত্ৰ গ’ল প্ৰাতঃভ্ৰমণলৈ, পিত-মাতৃ আৰু ভগ্নীক ঘৰৰ ভিতৰত হানি-খুচি হত্যা
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

বুধবাৰে পুৱাই দক্ষিণ দিল্লীৰ নেব চৰাই অঞ্চলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । মুহূৰ্ততে অমানিশা নামি আহিল এটা পৰিয়াললৈ । এটা বাসগৃহৰ ভিতৰত তেজেৰে লুটুৰি পুতুৰি অৱস্থাত এজন ব্যক্তি, তেওঁৰ পত্নী আৰু তেওঁলোকৰ কন্যাৰ মৃতদেহ উদ্ধাৰ কৰা হয় । জানিব পৰামতে তেওঁলোক তিনিওকে ছুৰীৰে হানি-খুচি নৃশংসভাৱে হত্যা কৰা হৈছিল । তেওঁলোকৰ পুত্ৰই প্ৰাতঃভ্ৰমণ কৰি উভতি আহি ঘৰৰ ভিতৰত তিনিওৰে মৃতদেহ পৰি থকা অৱস্থাত দেখি হতচকিত হৈ পৰে ।

ADVERTISEMENT

মৃত তিনিজন ৰাজেশ তানৱাৰ (৫৫), কোমল (৪৭) আৰু কবিতা (২৩) বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি, পুৱা ৫ বজাৰ পৰা পুৱা ৭ বজাৰ ভিতৰত এই শিহৰণকাৰী হত্যাকাণ্ডটো সংঘটিত হৈছিল । এই ঘটনা সংঘটিত হোৱাৰ সময়ত পুত্ৰ অৰ্জুন জগিং কৰিবলৈ গৈছিল ।

এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই  ততাতৈয়াকৈয়ে দিল্লী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহকেইটা পৰীক্ষা কৰি মৰেণোত্তৰ পৰীক্ষাৰ বাবে নিকটতম চিকিৎসালয়লৈ প্ৰেৰণ কৰিছো ।

ঘটনা নিৰীক্ষণ কৰা এগৰাকী আৰক্ষী বিষয়াই কোৱা অনুসৰি, ফৰেনচিক দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰি প্ৰমাণ যুগুতাইছে ।

ঘটনা সন্দৰ্ভত পৰিয়ালটোৰে চুবুৰীয়া এগৰাকীয়ে কয় যে, কোনো লোকে তেওঁলোকৰ ওচৰতে বাস কৰা পৰিয়ালটোৰ তিনিজন লোকক নিৰ্মমভাৱে হত্যা কৰিছে ।  অৰ্জুন জগিং কৰিবলৈ গৈছিল, তেওঁ ঘৰলৈ ঘূৰি অহাৰ পিছতে দেখিছিল যে কোনোবাই তেওঁৰ পিতৃ, মাতৃ আৰু ভনীয়েকক হত্যা কৰিছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত আছে ।

গোচৰটোৰ বিৱৰণ

প্ৰাথমিক অনুসন্ধান অনুসৰি, অৰ্জুনে সচৰাচৰ পুৱা খোজ কাঢ়িবলৈ যোৱাৰ আগতে মূখ্য গেটখন লক কৰিবলৈ পৰিয়ালৰ লোকক কৈ থৈ যায় । আজি পুৱা অৰ্জুন উভতি অহাৰ পিছতেই অৰ্জুনে নিজৰ লগত থকা ছাবিৰে গোট খুলি  ঘৰলৈ সোমাওঁতেই তিনিওগৰাকীয়ে মৃতদেহ উদ্ধাৰ কৰে । ” মৃত ৰাজেশ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া আৰু কবিতাই মাৰ্ছেল আৰ্টত ক’লা বেল্ট লাভ কৰিছিল । আজি মৃত দম্পতীহালৰ বিবাহ বাৰ্ষিকী আছিল । এতিয়ালৈ এই হত্যাকাণ্ডৰ কাৰণ পোহৰলৈ অহা নাই ।

নেব চৰাই আৰক্ষীয়ে মৃতকৰ পুত্ৰ আৰু স্থানীয় লোকসকলক জেৰা অব্যাহত ৰাখিছে । আৰক্ষীয়ে হত্যাকাৰী চিনাক্ত কৰিবলৈ পথৰ কাষৰ চিচিটিভি কেমেৰাও পৰীক্ষা কৰি আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Crime NewsDelhi Murder Casenational crime newsTriple Murder
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ
Assam

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

September 8, 2026
Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d